• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা মা কামাখ্যা ধামত মহা অম্বুবাচী মেলা, মন্দিৰলৈ যোৱাৰ পূৰ্বে জানি লওক নিৰ্দেশনা…

আজিৰে পৰা মা কামাখ্যা ধামত মহা অম্বুবাচী মেলা, মন্দিৰলৈ যোৱাৰ পূৰ্বে জানি লওক নিৰ্দেশনা…

2 years ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

1 hour ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

2 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

2 hours ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

2 hours ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

3 hours ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

4 hours ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

4 hours ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

5 hours ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

6 hours ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

6 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

8 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজিৰে পৰা মা কামাখ্যা ধামত মহা অম্বুবাচী মেলা, মন্দিৰলৈ যোৱাৰ পূৰ্বে জানি লওক নিৰ্দেশনা…

editor by editor
June 22, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিবিধ, বিশ্ব, ভাৰত
0
আজিৰে পৰা মা কামাখ্যা ধামত মহা অম্বুবাচী মেলা, মন্দিৰলৈ যোৱাৰ পূৰ্বে জানি লওক নিৰ্দেশনা…
0
SHARES
525
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰে পৰা মা কামাখ্যা ধামত মহা অম্বুবাচী মেলা, মন্দিৰলৈ যোৱাৰ পূৰ্বে জানি লওক নিৰ্দেশনা…

আজি ইংৰাজী ২২ জুন আহাৰৰ ৭ তাৰিখ শনিবাৰৰ পৰা মা কামাখ্যা ধামত এই বৰ্ষৰ অম্বুবাচী মেলা আৰম্ভ হৈছে। পুৱা ৮ বাজি ৪৩ মিনিটৰ পৰা লাগিছে অম্বুবাচী। অম্বুবাচীৰ প্ৰবৃত্তিৰ আজি হোৱাৰ বিপৰীতে অহা মঙলবাৰ ২৫ জুন তাৰিখে নিশা অন্ত পৰিব। নিবৃত্তিৰ সময়- ১০ আহাৰ মঙ্গলবাৰে নিশা ৯ বাজি ৭ মিনিটত। পিছদিনা পুৱাৰ পৰা ভক্তৰ বাবে খোল খাব মন্দিৰৰ দুৱাৰ।

ইতিমধ্যে প্ৰতিবাৰৰ দৰে এইবাৰো মা কামাখ্যা ধামত ভিৰ কৰিছে অগণন ভক্তই। দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল। বহু লোকে লোকাৰণ্য হৈ পৰিছে মা কামাখ্যা ধাম। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন ঠাইৰ উপৰিও বিদেশৰ পৰাও আগমণ ঘটিছে কামাখ্যা মাৰ ভক্তৰ।

ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে অম্বুবাচী মেলাকলৈ প্ৰতি বছৰৰ দৰে এই বেলিও গ্ৰহন কৰিছে কেতবোৰ ব্যৱস্থা। অম্বুবাচী মেলা সূচাৰূপে পৰিচালনা কৰিবলৈ প্ৰশাসনে জাৰি কৰিছে কেতবোৰ বিশেষ নীতি-নিৰ্দেশনা। নিৰ্দেশনা অনুসৰি, শনিবাৰে নিশাৰেপৰা ২৭ জুনলৈ কোনো VIP দৰ্শন নাথাকিব। সকলোৱে সাধাৰণ দৰ্শনাৰ্থীৰ নিচিনাকৈ দৰ্শন কৰিব লাগিব।

কামাখ্যা মন্দিৰলৈ যোৱা মূল পথেৰে জৰুৰীকালীন সেৱাৰ বাহিৰে কোনো ধৰণৰ বাহন ওপৰলৈ যাব নোৱাৰিব। কেৱল পাণ্ডুৰ ফালৰ পৰা বিকল্প পথেৰে বাহন যাব পাৰিব। বিশেষ বাহনৰ ক্ষেত্ৰতহে অনুমতি থাকিব পাণ্ডুৰ ফালৰ পথটোও। নিশা ৮ বজাৰ পাছত আৰু কোনো ব্যক্তি কামাখ্যাৰ মূল তোৰণ থকা পথেৰে আনহাতে পাণ্ডুৰ পিনে থকা বিকল্প পথেৰে নিশা ৯ বজাৰ পাছত কোনো ওপৰলৈ উঠিব নোৱাৰিব। কেৱল নামিবহে পাৰিব।

জোতা-চেণ্ডল পৰিধানৰ ক্ষেত্ৰতো আছে নিৰ্দেশনা- কামাখ্যা ধামত অম্বুবাচী মেলালৈ অহা দৰ্শনাৰ্থীসকল জোতা-চেণ্ডেল সকলোবোৰ তলতেই ৰাখি যাবৰ বাবে অনুৰোধ কৰা হৈছে। ফ্লাইঅভাৰৰ তলতেই জোতা থোৱা ব্যৱস্থা কৰা হৈছে। সকলোকে তাত জোতা চেণ্ডেল ৰাখি আহিবলৈ আহ্বান কৰা হৈছে। খালী ভৰিৰে পাহাৰৰ ওপৰলৈ উঠিব লাগিব দৰ্শনাৰ্থী। ৰ’দ বেছি হ’লে সময়ে সময়ে ৰাস্তাত পানী মাৰি দিয়া হ’ব আৰু কাৰ্পেট পাৰি দিয়াৰ ব্যৱস্থাও কৰা হ’ব। ৰে’ল ষ্টেশ্যনৰ পৰা বাছৰ দ্বাৰা পাণ্ডু প’ৰ্টলৈ দৰ্শনাৰ্থী অনা হ’ব। মূল উদ্বোধনী অনুষ্ঠান পাণ্ডু পৰ্টতে কৰা হ’ব

ইফালে মহানগৰ আৰক্ষীয়েও কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে সাজু হোৱাৰ কথা জানিব পৰা গৈছে। মন্দিৰৰ সুৰক্ষা তথা ভক্তৰ নিৰাপত্তাকলৈ ৩ তৰপীয়া ব্যৱস্থা কৰা বুলি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে জানিবলৈ দিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ambubachiambubachi melaassamguwahatikamakhya templeMaa KamakhyaMaa Kamakhya Temple
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

October 13, 2026
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

October 13, 2026
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!
জীৱনশৈলী

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

October 13, 2026
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?
ভাৰত

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

October 13, 2026
Next Post
বনকৰ্মীৰ এনকাউণ্টাৰ, নিহত একেখন ঘৰৰে দুই চোৰাং মাছমৰীয়া ভাতৃ

বনকৰ্মীৰ এনকাউণ্টাৰ, নিহত একেখন ঘৰৰে দুই চোৰাং মাছমৰীয়া ভাতৃ

কাইলৈ বিয়া, পাছে মেহেন্দি অনুষ্ঠানত দেখা নগ’ল মাতৃ-ভাতৃক, বিয়াত উপস্থিত থাকিব নে

কাইলৈ বিয়া, পাছে মেহেন্দি অনুষ্ঠানত দেখা নগ'ল মাতৃ-ভাতৃক, বিয়াত উপস্থিত থাকিব নে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.