• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বনকৰ্মীৰ এনকাউণ্টাৰ, নিহত একেখন ঘৰৰে দুই চোৰাং মাছমৰীয়া ভাতৃ

বনকৰ্মীৰ এনকাউণ্টাৰ, নিহত একেখন ঘৰৰে দুই চোৰাং মাছমৰীয়া ভাতৃ

2 years ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

7 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

8 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

8 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

9 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

9 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

10 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

10 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

11 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

11 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

12 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

12 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বনকৰ্মীৰ এনকাউণ্টাৰ, নিহত একেখন ঘৰৰে দুই চোৰাং মাছমৰীয়া ভাতৃ

editor by editor
June 22, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
বনকৰ্মীৰ এনকাউণ্টাৰ, নিহত একেখন ঘৰৰে দুই চোৰাং মাছমৰীয়া ভাতৃ
0
SHARES
239
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বনকৰ্মীৰ এনকাউণ্টাৰ, নিহত একেখন ঘৰৰে দুই চোৰাং মাছমৰীয়া ভাতৃ

নগাঁও জিলাৰ লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত সংঘটিত হৈছে এক এনকাউন্টাৰৰ ঘটনা। অভয়াৰণ্যখনত বনৰক্ষীৰ গুলীত নিহত হৈছে একেখন ঘৰৰে দুই চোৰাং মৎস্য ব্যৱসায়ী। জানিব পৰা মতে, লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ চৰাইহাগী বন শিবিৰত সংঘটিত হৈছে এই ঘটনা।

খবৰ অনুসৰি, শুকুৰবাৰে নিশা ৰৌমাৰী বিলত চোৰাং কৈ মাছ ধৰিব গৈছিল নিহত দুই ভাই ককাই জলিল উদ্দিন আৰু ছমিৰ উদ্দিন। পাছত বনৰক্ষীয়ে ঘটনাসন্দৰ্ভত খবৰ লাভ কৰি সেই স্থানত উপস্থিত হৈ দুয়ো মৎস্য ব্যৱসায়ীক গুলি কৰে, বনৰক্ষীৰ গুলীত নিহত হয় দুয়ো ভাতৃ।

নিশাই বন বিভাগে নিহত দুই চোৰাং মাছমৰীয়াৰ মৃতদেহ নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে বৰ্তমানে ঘটনাস্থলীত বৃহৎ আৰক্ষী বাহিনী আৰু বন বিভাগৰ লোক মোতায়েন কৰা হৈছে। যাতে পৰিস্থিতি শান্ত হৈ থাকে।

নিহত লোক দুজনৰ ঘৰ নগাঁও জিলাৰ জুৰীয়াৰ ধিংবৰি চাপৰি গাঁৱত বুলি জানিব পৰা গৈছে। বৰ্তমানে পৰিয়ালৰ লোকে আৰক্ষীৰ পৰা লাভ কৰিছে দুই ভাতৃৰ মৃতদেহ।

পাছে পৰিয়ালৰ লোকৰ তথা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দাবী এয়া ভুৱা এনকাউন্টাৰ। লগতে নিহত পৰিয়ালক ১০ লাখ টকা সাহাৰ্য্য দিয়াৰ দাবী।

ঘটনাক কেন্দ্ৰ কৰি কোনো ধৰণৰ উচ্চ পদস্থ বিষয়া নিহত পৰিয়ালৰ বাসগৃহত উপস্থিত নোহোৱাক লৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰতিক্ৰিয়া প্ৰকাশ।  কোনো এজন উচ্চপদস্থ বিষয়া উপস্থিত নহ’লে জানাজা সম্পন্ন কৰিব নিদিয়ে সংখ্যালঘু সংগ্ৰাম পৰিষদে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Assam. Nogaonencounter
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

October 6, 2026
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’
অসম

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

October 6, 2026
Next Post
কাইলৈ বিয়া, পাছে মেহেন্দি অনুষ্ঠানত দেখা নগ’ল মাতৃ-ভাতৃক, বিয়াত উপস্থিত থাকিব নে

কাইলৈ বিয়া, পাছে মেহেন্দি অনুষ্ঠানত দেখা নগ'ল মাতৃ-ভাতৃক, বিয়াত উপস্থিত থাকিব নে

নিজৰ জীৱনত তুচ্ছ কৰি লোকো পাইলটে অনায়াসে ৰক্ষা কৰিলে ৫০০ লোকৰ জীৱন, বিয়পি পৰিল ভিডিঅ’

নিজৰ জীৱনত তুচ্ছ কৰি লোকো পাইলটে অনায়াসে ৰক্ষা কৰিলে ৫০০ লোকৰ জীৱন, বিয়পি পৰিল ভিডিঅ'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.