• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জানক প্ৰতি ১২ বছৰৰ পাছে পাছে কিয় পতা হয় কুম্ভ মেলা? ইয়াৰ আঁৰত লুকাই আছে কেইবাটাও ৰহস্য

জানক প্ৰতি ১২ বছৰৰ পাছে পাছে কিয় পতা হয় কুম্ভ মেলা? ইয়াৰ আঁৰত লুকাই আছে কেইবাটাও ৰহস্য

2 years ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

36 minutes ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

1 hour ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

2 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

3 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

3 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

3 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

4 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

5 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

7 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

7 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

8 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

জানক প্ৰতি ১২ বছৰৰ পাছে পাছে কিয় পতা হয় কুম্ভ মেলা? ইয়াৰ আঁৰত লুকাই আছে কেইবাটাও ৰহস্য

জানক প্ৰতি ১২ বছৰৰ পাছে পাছে কিয় পতা হয় কুম্ভ মেলা? ইয়াৰ আঁৰত লুকাই আছে কেইবাটাও ৰহস্য

editor by editor
May 2, 2024
in বিবিধ, ভাৰত
0
জানক প্ৰতি ১২ বছৰৰ পাছে পাছে কিয় পতা হয় কুম্ভ মেলা? ইয়াৰ আঁৰত লুকাই আছে কেইবাটাও ৰহস্য
0
SHARES
385
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দুধৰ্মত কুম্ভ মেলা অত্যন্ত মাহাত্ম্যপূৰ্ণ৷ কুম্ভ মেলা আৰু ১২ সংখ্যাৰ পৰস্পৰৰ সৈতে সম্পৰ্কযুক্ত৷ বৈদিক জ্যোতিষ অনুসৰি কোনো শুভ কাম কৰাৰ বাবে বৃহস্পতি গ্ৰহৰ ভূমিকা বিশেষ গুৰুত্বপূৰ্ণ৷ কিয় প্ৰতি ১২ বছৰৰ পাছে পাছে মহাকুম্ভ আয়োজিত হয়৷

হিন্দুধৰ্মত ১২ সংখ্যাৰ বৈশিষ্ট্য

জ্যোতিষ শাস্ত্ৰ অনুসৰি সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ১২ ৰাশিত বিভক্ত৷ কোষ্ঠীত ১২ টা ঘৰ থাকে জন্মছকৰ এই ১৩ টা ঘৰৰ ওপৰত জাতকৰ ভাগ্য নিৰ্ভৰ কৰে৷ আমাৰ ভাগ্য ভাল বেয়া যি ঘটে সেয়া ১২ আ ঘৰৰ কোন গ্ৰহ ক’ত অৱস্থিত তাৰ ওপৰত নিৰ্ভৰ কৰে৷ এই বছৰৰ ১২ মাহত সূৰ্যই ১২টা ৰাশিত গোচৰ কৰিব৷ আৰু বৃহস্পতিয়ে এটা এটা ৰাশিত মুঠ ১২ মাহ ধৰ অৱস্থান কৰে৷ হিন্দুধৰ্ম অনুসৰি ১২ ৰাশিৰ, ১২ ভৱ, ১২ লগ্ন, ১২ তিলক, ১২ আদিত্য, ১২ জ্যোতিৰ্লিংগ, ১২ গণপতি আৰু ১২ স্কন্দ পুৰাণ বা ভাগবৎ মহাপুৰাণত উল্লেখ আছে৷ ইংৰাজী আৰু অসমীয়া কেলেণ্ডাৰতো ১২ মাহৰ উল্লেখ আছে৷

১২ৰ মূল সংখ্যা ৩

নিউমাৰলজি অনুসৰি ১ সংখ্যাৰ অধিপতি হৈছে সূৰ্য আৰু চন্দ্ৰ হৈছে ২ সংখ্যাৰ অধিপতি৷ ইয়াৰোপৰি ৩সংখ্যাৰ অধিপতি বৃহস্পতি৷ ১২ সংখ্যাৰ মাজত থকা ১ আৰু ২ক যোগ কৰি ৩ পোৱা যায়৷ এই ৩ সংখ্যাৰ সৈতে জড়িত ত্ৰিদেৱ, ত্ৰিনেত্ৰ আৰু ত্ৰিশূলৰ মাহাত্ম্য৷

কুম্ভৰ সৈতে ১২ সংখ্যাৰ মাহাত্ম্য

শাস্ত্ৰ অনুসৰি স্বৰ্গৰ ১২ দিন হৈছে মৰ্ত্যৰ ১২ বছৰৰ সমান৷ সেয়ে মহাকুম্ভ প্ৰতি ১২ বছৰৰ অন্তৰালত অনুষ্ঠিত হয়৷ অমৃত লৈ দেৱ-দানৱৰ যুদ্ধৰ সময়ত অমৃতৰ কলহৰ পৰা অমৃত ওলাই ১২ স্থানত চিটিকি পৰিছিল৷ ইয়াৰ মাজত ৮স্থান হৈছে স্বৰ্গৰ আৰু ৪টা স্থান হৈছে মৰ্ত্য৷ মৰ্ত্যৰ এই চাৰি স্থান হৈছে প্ৰয়াগ, হৰিদ্বাৰ, উজ্জ্বীয়ন আৰু নাচিক৷ এই চাৰি স্থানত সেয়ে প্ৰতি বছৰৰ অন্তত কুম্ভ মেলা আয়োজিত হয়৷

বৃহস্পতিৰ অৱস্থানৰ সৈতে কুম্ভ মেলা বিশেষ যোগ আছে৷ বৃহস্পতি এটা এটা ৰাশিত প্ৰায় ১২মাহ ধৰি অৱস্থান কৰে আৰু ১২টা ৰাশি ঘূৰি আহিবলৈ বৃহস্পতিৰ ১২ বছৰ সময় লাগে৷ ১২ বছৰ পাছত বৃহস্পতি কুম্ভ ৰাশিলৈ আহোতেই মহাকুম্ভ আয়োজিত

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক
জীৱনশৈলী

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

October 15, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

October 15, 2026
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ
জীৱনশৈলী

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

October 15, 2026
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!
অপৰাধ

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

October 15, 2026
Next Post
মুখৰ এই অংশত তিল থকা মুঠেও শুভ নহয়! চৰম দুঃখত পৰে এইকেইটা অংশত তিল থকা জাতক

মুখৰ এই অংশত তিল থকা মুঠেও শুভ নহয়! চৰম দুঃখত পৰে এইকেইটা অংশত তিল থকা জাতক

পখিলা খেদা শৈশৱত চাহ দোকানী, পিতৃয়ে দিনহাজিৰা কৰে, প্ৰশিক্ষণ অবিহনেই UPSC পাছ কৰি আইএএছ  হ’ল হিমাংশু, জানক হিমাংশুৰ চকু সেমেকাই তোলা সেই কাহিনী

পখিলা খেদা শৈশৱত চাহ দোকানী, পিতৃয়ে দিনহাজিৰা কৰে, প্ৰশিক্ষণ অবিহনেই UPSC পাছ কৰি আইএএছ হ’ল হিমাংশু, জানক হিমাংশুৰ চকু সেমেকাই তোলা সেই কাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.