• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক

মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক

3 months ago
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

2 minutes ago
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

50 minutes ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

2 hours ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

3 hours ago
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

3 hours ago
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

4 hours ago
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

5 hours ago
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

6 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

প্ৰতি মাহে পাব কোন কোন ছাত্ৰ-ছাত্ৰীয়ে পাব ১২৫০ টকাকৈ?

6 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

LPG চিলিণ্ডাৰৰ ৰং কিয় ৰঙা? ৯৯% লোকে নাজানে এই কথা

8 hours ago
সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

8 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক

মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক

editor by editor
May 16, 2026
in অপৰাধ, জীৱনশৈলী, বিবিধ, ভাৰত
0
মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক
0
SHARES
427
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেৰুঠৰ নিলা ড্ৰাম হত্যাকাণ্ডৰ কথা মনত আছেনে? সেই একেই কাণ্ড এইবাৰ মহাৰাষ্ট্ৰত৷ মহাৰাষ্ট্ৰৰ এক বিশেষ হত্যাকাণ্ডই আকৌ চৰ্চা লাভ কৰিছে দেশত৷ এগৰাকী মহিলাই তেওঁৰ স্বামী আৰু ভাতৃ, বন্ধুৰ সৈতে মিলি তেওঁৰ নিজৰেই প্ৰেমিকক হত্যা কৰিছে৷ হত্যাতেই ক্ষান্ত নাথাকি সেই মৃতদেহ এটা ড্ৰামত ভৰাই নলালৈ দলিয়াই দিয়ে৷

এই ঘটনা সংঘটিত হৈছে ৩ এপ্ৰিলত৷ আৰবাজ মকচুদ আলি খান নামৰ ব্যক্তিৰ সৈতে সংঘটিত হৈছে এই কাণ্ড৷ থানেৰ মুব্ৰাৰ নিৱাসী আৰবাজে কৰ্মৰ বাবে দাদৰলৈ যোৱাৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল৷ কিন্তু সেই ওলাই যোৱা আৰবাদ আৰু ঘৰলৈ উভতি নাহিল৷ কেইবাদিনো বিচাৰ খোচাৰ কৰাৰ পাছত আৰবাজৰ পিতৃয়ে মুব্ৰা আৰক্ষী চকীত আৰবাজ নিৰুদ্দেশ হোৱা বুলি এখন গোচৰ তৰে৷ সেই গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে আৰবাজক বিচাৰি অভিযান আৰম্ভ কৰে৷

আৰবাজৰ মোবাইলত শেষ লোকেচন বছই এলেকাত দেখুৱাই৷ আৰু তেওঁৰ প্ৰেয়সী মেহজেবিন শ্বেখৰ ফোনৰ লোকেছনো সেই স্থানতেই পোৱা যায়৷ আৰক্ষীয়ে সন্দেহৰ ভিত্তিত মেহজাবিনক সোধপোছ কৰাৰ বাবে নিজৰ জিম্মাত লয়৷ আৰম্ভণিতে মেহজেবিনে মুখ খোলা নাছিল৷ কিন্তু আৰক্ষীয়ে বাৰে বাৰে একেটা বিষয়েই সুধি থকাৰ পাছত তেওঁৰ প্ৰেমিকক হত্যা কৰাৰ কথা স্বীকাৰ কৰে৷ ভাতৃ, পতি আৰু বন্ধুৰ সহযোগত হত্যা কৰাৰ কথাও স্বীকাৰ কৰে৷ এই তথ্য প্ৰকাশ কৰিছে থানেৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত প্ৰিয়া ধনকনে৷

কেনেকৈ শেষ কৰা হৈছিল আৰবাজৰ জীৱন তাৰো ভয়ংকৰ স্বীকাৰোক্তি দাঙি ধৰিছে আৰক্ষীয়ে৷ মেহজেবিনে প্ৰেয়সীৰ বেশেৰে যৌজনা খান নামৰ এগৰাকী মহিলাৰ পৰা ধন হৰলুকিৰ বাবে আৰবাজক ব্যৱহাৰ কৰিছিল৷ কিন্তু আৰবাজে এই কাম কৰিব নোৱৰাত মেহজেবিন আৰু তেওঁৰ সহযোগী স্বামী, বন্ধু, দেওৰেকে মিলি হাত ভৰি বান্ধি লয় আৰবাজৰ৷ আৰবাজক এটা প্লাষ্টিক পাইপেৰে মাৰধৰ কথাৰ কথাও জেৰাত স্বীকাৰ কৰিছে৷ মাৰধৰ কৰিয়েই এৰি নিদি জীৱনো শেষ কৰে আৰবাজৰ তাৰপিছতেই শৱদেহ লুকুৱাবলৈ এটা ড্ৰাম ব্যৱহাৰ কৰে৷ শৱদেহটো ড্ৰামত ভৰাই মুব্ৰাৰ এটা বোৱতী নলাত পেলাই থৈ আহে৷

আৰক্ষীয়ে এই হত্যাকাণ্ডত জড়িত মেহজেবিন, তেওঁৰ ভাতৃ তাৰিক শ্বেখক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে৷ মেহজেবিনৰ স্বামী হাছান আৰু বন্ধু এতিয়াও পলাতক বুলি জনাইছে আৰক্ষীয়ে৷ আৰক্ষীয়ে জনোৱা অনুসৰি মেহজেবিনৰ ভাতৃ তাৰিকৰ পূৰ্বৰো অন্য কিছু গোচৰ আৰক্ষীৰ ওচৰত আছে৷

উল্লেখ কৰা প্ৰয়োজন যে মেৰুঠতো এনে এক হত্যাকাণ্ড সংঘটিত হৈছিল৷ ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত মুস্কানে তেওঁৰ প্ৰেমিক আৰু বন্ধুৰ সৈতে মিলি তেওঁৰ স্বামী সৌৰভ ৰাজপুতক হত্যা কৰিছিল৷ মুস্কানে ৪মাৰ্চত সৌৰভক খাদ্যৰ সৈতে টোপনিৰ ঔষধ দি প্ৰথমে তেওঁক অচেতন কৰে৷ তাৰপিছতেই প্ৰেমিক ছাহিলে শুই থকা অৱস্থাতে সৌৰভক হত্যা কৰে৷ তেওঁৰ শৰীৰটো ১৫ টুকুৰা কৰি এটা নীলা ড্ৰামত সোমোৱাই ছিল কৰি দিছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি
জীৱনশৈলী

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

August 6, 2026
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ
জীৱনশৈলী

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

August 6, 2026
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ
বিনোদন

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

August 6, 2026
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ
বাণিজ্য

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

August 6, 2026
Next Post
LPG ক লৈ বৃহৎ চুক্তি, তেল মজুতকৰণত ভাৰতৰ কাষত আৰৱ আমিৰশাহি, পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতেই ডাঙৰ ডিল প্ৰধানমন্ত্ৰী মোদীৰ

LPG ক লৈ বৃহৎ চুক্তি, তেল মজুতকৰণত ভাৰতৰ কাষত আৰৱ আমিৰশাহি, পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতেই ডাঙৰ ডিল প্ৰধানমন্ত্ৰী মোদীৰ

জেঠৰ প্ৰথম শনিবাৰেই শনিজয়ন্তী, গ্ৰহৰাজৰ জন্মতিথিৰ পৰা সুসময় আৰম্ভ এই ৩ৰাশিৰ

জেঠৰ প্ৰথম শনিবাৰেই শনিজয়ন্তী, গ্ৰহৰাজৰ জন্মতিথিৰ পৰা সুসময় আৰম্ভ এই ৩ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.