• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

8 months ago
LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

6 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

7 hours ago
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

8 hours ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

9 hours ago
গৰ্ভাৱস্থাৰ সামান্য ভুলেও বঢ়াই অটিজমৰ আশংকা! কি কি বিষয়ত সতৰ্ক হ’ব? কি কয় বিশেষজ্ঞই?

10 hours ago
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

11 hours ago
এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

এপ্ৰিলে সুসময় কঢ়িয়াই আনিব এইসকল লোকৰ বাবে, অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব এই ৪ৰাশিৰ জাতক

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

editor by editor
July 14, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?
0
SHARES
680
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বৰ্তমান এছ আই পি বিনিয়োগৰ অত্যন্ত জনপ্ৰিয় মাধ্যম হৈ উঠিছে৷ এতিয়া প্ৰায়সকল লোকেই এছ আই পিত বিনিয়োগ কৰে৷ ইয়াৰ সকলোতকৈ ডাঙৰ কাৰণ হৈছে বেংক বা পোষ্ট অফিচৰ তুলনাত এছ আই পিত বেছিকৈ ৰিটাৰ্ণ পোৱা যায়৷ মিউচুৱেল ফাণ্ডৰ দিশত বিনিয়োগকাৰীয়ে বেছি আগ্ৰহ কৰাৰ কাৰণ হৈছে ইয়াত সুৰক্ষিত বিনিয়োগৰ তুলনাত মুনাফা বেছি৷ এছ আই পিৰ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে ইয়াত লাভ বজাৰৰ ওঠা নমাৰ ওপৰত নিৰ্ভৰশীল৷ মিউচুৱেল ফাণ্ডত নূন্যতম ১২ৰ পৰা ১৪ শতাংশ পৰ্যন্ত ৰিটাৰ্ণ পোৱা যায়৷ সেই অনুসৰি ১০ লাখ টকাৰ ফাণ্ড তৈয়াৰ কৰিবলৈ হলে আপুনি কিমানদিন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ৷
আপোনাৰ ১০ লাখ টকা জমা কৰিবলৈ কিমান সময় লাগিব সেয়া সম্পূৰ্ণ নিৰ্ভৰ কৰিব আপোনাৰ প্ৰতিমাহে কিমান টকা এছ আই পি কৰিছে তেওঁৰ ওপৰত৷ কোনোৱে SIP-ত প্ৰতিমাহে ২০০০ টকা বিনিয়োগ কৰিব, তেন্তে ১২ শতাংশ ৰিটাৰ্ণৰ হিচাপ অনুসৰি ১০ লাখ টকাৰ ফাণ্ড তৈয়াৰ কৰিব হলে ১৬ বছৰ পৰ্যন্ত বিনিয়োগ কৰিব লাগিব৷ এই ১৬ বছৰত আপুনি মুঠ ৩,৮৪,০০০ টকা বিনিয়োগ কৰিব আৰু ৰিটাৰ্ণ হিচাপে পাব ৭,০৭,৬১৯ টকা৷
কোনোৱে এছ আই পিত প্ৰতিমাহে ৩০০০ টকাকৈ বিনিয়োগ কৰিলে ১২ শতাংশ ৰিটাৰ্ণ অনুসৰি ১৩ বছৰৰ পাছত তেওঁ ১০ লাখ টকা পাব৷ এই ১৩ বছৰত মুঠ বিনিয়োগ হব ৪,৬৮,০০০ টকা আৰু ইয়াৰ সৈতে আপুনি ৰিটাৰ্ণ হিচাপে পাব ৬,০৫,৫০১ টকা৷
কোনোৱে যদি মিউচুৱেল ফাণ্ড এছ আই পিত প্ৰতিমাহে ৫০০০ কৈ বিনিয়োগ কৰে তেন্তে ১০ বছৰ পাছত আপুনি পাব ১১,২০,১৭৯ টকা৷ এই ১১ বছৰত আপোনাৰ মুঠ বিনিয়োগ হ’ব ৬লাখ টকা৷ ইয়াৰ সৈতে আপুনি সুদ হিচাপে লাভ কৰিব ৫,২০,১৭৯ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?
জীৱনশৈলী

March 25, 2026
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত
জীৱনশৈলী

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

March 25, 2026
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো
চিনেমা

১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

March 25, 2026
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?
জীৱনশৈলী

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

March 25, 2026
Next Post
মাজ আকাশত হাহাকাৰ, উৰন্ত বিমানৰ ইঞ্জিনত জুই, ভাইৰেল দৃশ্য

পৰৱৰ্তী অলিম্পিকত ক্ৰিকেট, খেলিব পাৰিব ৬ টা দলে, কিন্তু কিদৰে হ’ব নিৰ্বাচন !

পৰৱৰ্তী অলিম্পিকত ক্ৰিকেট, খেলিব পাৰিব ৬ টা দলে, কিন্তু কিদৰে হ'ব নিৰ্বাচন !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন