• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজ আকাশত হাহাকাৰ, উৰন্ত বিমানৰ ইঞ্জিনত জুই, ভাইৰেল দৃশ্য

মাজ আকাশত হাহাকাৰ, উৰন্ত বিমানৰ ইঞ্জিনত জুই, ভাইৰেল দৃশ্য

7 months ago
মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

1 day ago
শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

1 day ago
স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

1 day ago
ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

1 day ago
আজিয়েই সেইদিন! শতভিষাত প্ৰৱেশ বুধৰ, ৩ৰাশিয়ে সুফল পাব, দূৰ হ’ব সকলো অভাৱ

আজিয়েই সেইদিন! শতভিষাত প্ৰৱেশ বুধৰ, ৩ৰাশিয়ে সুফল পাব, দূৰ হ’ব সকলো অভাৱ

1 day ago
প্লেটলেট কাউণ্ট ঠিকে ৰাখিবলৈ কেৱল ঔষধেই যথেষ্ট নহয়, আৰু কি কি নিয়ম মানি চলাটো প্ৰয়োজন?

প্লেটলেট কাউণ্ট ঠিকে ৰাখিবলৈ কেৱল ঔষধেই যথেষ্ট নহয়, আৰু কি কি নিয়ম মানি চলাটো প্ৰয়োজন?

1 day ago
আগন্তুক সপ্তাহত সূৰ্যৰ গোচৰ, শুক্ৰাদিত্য ৰাজযোগ, চকুত লগা উন্নতি এই ৫ৰাশিৰ

আগন্তুক সপ্তাহত সূৰ্যৰ গোচৰ, শুক্ৰাদিত্য ৰাজযোগ, চকুত লগা উন্নতি এই ৫ৰাশিৰ

1 day ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

2 days ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

2 days ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

2 days ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

3 days ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

3 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মাজ আকাশত হাহাকাৰ, উৰন্ত বিমানৰ ইঞ্জিনত জুই, ভাইৰেল দৃশ্য

editor by editor
July 20, 2025
in বিবিধ, বিশ্ব
0
মাজ আকাশত হাহাকাৰ, উৰন্ত বিমানৰ ইঞ্জিনত জুই, ভাইৰেল দৃশ্য
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাজ আকাশত হাহাকাৰ, উৰন্ত বিমানৰ ইঞ্জিনত জুই, ভাইৰেল দৃশ্য

হঠাতে মাজ আকাশত হাহাকাৰ লাগে এখন বিমানৰ ভিতৰত। আতংকিত হৈ পৰে যাত্ৰী সকল। কাৰণ উৰম্ত অৱস্থাত থকা বিমানখনৰ এটা ইঞ্জিনত লাগি যায় জুই। উৰণৰ কেইমিনিট মানৰ পাছতে এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। যাৰ ফলত লগে লগে ইমাৰজেঞ্চী লেণ্ডিং কৰোৱা হয় বিমানখনৰ। যাৰ ফলত প্ৰাণ ৰক্ষা পৰে যাত্ৰী সকলৰ।

এই ঘটনা সংঘটিত হৈছে ডেল্টা এয়াৰলাইন্সৰ এখন বিমানত। বিমানখন আছিল বয়িং ৭৬৭-৪০০, ইয়াৰে ডি এল-৪৪৬ৰ বাওফালৰ ইঞ্জিনত উৰণৰ সময়ত হঠাতে জুই লাগে। জানিব পৰা মতে বিমানখন লছ এঞ্জেলছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা (LAX) আটলান্টালৈ ৰাওনা হৈছিল।

বিমানখনে যেতিয়াই আকাশলৈ বুলি উৰা মাৰে লগে লগে মাটিত থকা বহু লোকে ইঞ্জিনৰ পৰা জুইৰ শিখা ওলোৱা প্ৰত্যক্ষ কৰে। বৰ্তমানে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ঘটনাৰ ভিডিঅ’। দৃশ্যত ইঞ্জিনৰ পৰা স্ফুলিংগ আৰু জুইৰ শিখা স্পষ্টকৈ দেখা গৈছে । অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে বিমানখনে লছ এঞ্জেলছ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়।

অগ্নিকাণ্ডৰ তথ্য পোৱাৰ লগে লগে পাইলটে ততাতৈয়াকৈ ‘মেডে’ ঘোষণা কৰি এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লক খবৰ দিয়ে। বিমানখন নিৰাপদে ঘূৰি আহি ৰাণৱেত অৱতৰণ কৰে, তাৰ পিছত জৰুৰীকালীন অগ্নিনিৰ্বাপক আৰু উদ্ধাৰকাৰী দলে লগে লগে ইঞ্জিনৰ জুই নিৰ্বাপন কৰে।

https://x.com/RT_com/status/1946654487193546965

পাইলটৰ সজাগতাৰ বাবে বিমানখনত থকা সৰ্বমুঠ ২২৬জন যাত্ৰী আৰু ৯ জন ক্ৰুৰ প্ৰাণ ৰক্ষা পৰে। ঘটনাত কোনো লোক আহত হোৱা নাই।

বিমানখনৰ ইঞ্জিনত অগ্নিকাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। এই কথা জানিবলৈ ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে (এফ এ এ) এই কাণ্ডৰ তদন্ত আৰম্ভ কৰিছে। ডেল্টা এয়াৰলাইন্সৰ বাবে এই বছৰ এনে দ্বিতীয়টো কাণ্ড, য’ত ইঞ্জিনত কাৰিকৰী বিজুতিৰ খবৰ পোৱা গৈছে। প্ৰতিবেদন অনুসৰি বিমানখনৰ বয়স প্ৰায় ২৫ বছৰ আৰু ইয়াত দুটা জি ই চি এফ ৬ ইঞ্জিন সংস্থাপন কৰা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Delta FlightfireFlight Fire
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?
জীৱনশৈলী

স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

February 7, 2026
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

February 6, 2026
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
Next Post
পৰৱৰ্তী অলিম্পিকত ক্ৰিকেট, খেলিব পাৰিব ৬ টা দলে, কিন্তু কিদৰে হ’ব নিৰ্বাচন !

পৰৱৰ্তী অলিম্পিকত ক্ৰিকেট, খেলিব পাৰিব ৬ টা দলে, কিন্তু কিদৰে হ'ব নিৰ্বাচন !

মেষ ৰাশিৰ পৰা বৃষ ৰাশিলৈ গতি চন্দ্ৰৰ, ৩ ৰাশিৰ ওপৰত পৰিব বিশেষ প্ৰভাৱ

মেষ ৰাশিৰ পৰা বৃষ ৰাশিলৈ গতি চন্দ্ৰৰ, ৩ ৰাশিৰ ওপৰত পৰিব বিশেষ প্ৰভাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.