• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেষ ৰাশিৰ পৰা বৃষ ৰাশিলৈ গতি চন্দ্ৰৰ, ৩ ৰাশিৰ ওপৰত পৰিব বিশেষ প্ৰভাৱ

মেষ ৰাশিৰ পৰা বৃষ ৰাশিলৈ গতি চন্দ্ৰৰ, ৩ ৰাশিৰ ওপৰত পৰিব বিশেষ প্ৰভাৱ

1 year ago
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

36 minutes ago
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

49 minutes ago
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

1 hour ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

2 hours ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

3 hours ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

3 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

5 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

5 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

5 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

6 hours ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

7 hours ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মেষ ৰাশিৰ পৰা বৃষ ৰাশিলৈ গতি চন্দ্ৰৰ, ৩ ৰাশিৰ ওপৰত পৰিব বিশেষ প্ৰভাৱ

editor by editor
July 20, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
মেষ ৰাশিৰ পৰা বৃষ ৰাশিলৈ গতি চন্দ্ৰৰ, ৩ ৰাশিৰ ওপৰত পৰিব বিশেষ প্ৰভাৱ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেষ ৰাশিৰ পৰা বৃষ ৰাশিলৈ গতি চন্দ্ৰৰ, ৩ ৰাশিৰ ওপৰত পৰিব বিশেষ প্ৰভাৱ

চন্দ্ৰ দেৱ আজি ২০ জুলাই পুৱা ০৬:১১ বজাত বৃষ ৰাশিলৈ ট্ৰেন্সজিট হৈছে। ইয়াৰ পূৰ্বে তেওঁ মেষ ৰাশিত আছিল। এতিয়া চন্দ্ৰ দেৱ ২২ জুলাইৰ পুৱা ০৮:১৪ বজালৈকে বৃষ ৰাশিত থাকিব। কিন্তু এই সময়ছোৱাত চন্দ্ৰৰ নক্ষত্ৰমণ্ডল তিনিবাৰ সলনি হ’ব। জ্যোতিষত কোৱা হয় যে যেতিয়াই চন্দ্ৰ ৰাশিৰ পৰিৱৰ্তন ঘটে তেতিয়াই ৰাশিৰ জীৱনৰ পৰিৱৰ্তন ঘটে। ৩ ৰাশিৰ ওপৰত ইয়াৰ বিশেষ প্ৰভাৱ পৰিব।

বৃষ ৰাশি
বহুদিনৰ মূৰত চন্দ্ৰ দেৱে আজি বৃষ ৰাশিত ট্ৰেন্সজিট কৰিছে, যিটো বৃষ ৰাশিৰ বাবে শুভ। ঘৰ-পৰিয়ালৰ শান্তিপূৰ্ণ পৰিৱেশে বৃদ্ধসকলক মানসিক শান্তি দিব। নতুন চাকৰি বিচৰা মানুহে ভাল খবৰ পাব। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ পাব। যিসকলৰ নিজাকৈ দোকান আছে তেওঁলোকৰ বিক্ৰী বৃদ্ধি হোৱা দেখিবলৈ পাব। সোণ কিনাৰ বাবে এই সময় উপযুক্ত। ইয়াৰ উপৰিও এই সময়ছোৱাত স্বাস্থ্যও ভাল হৈ থাকিব।

কৰ্কট ৰাশি
এই ট্ৰেনজিটে চন্দ্ৰৰ প্ৰিয় ৰাশি কৰ্কটৰ বাবে ভাল খবৰ কঢ়িয়াই আনিব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদৰ বাবে ঘৰত শান্তিপূৰ্ণ পৰিবেশৰ সৃষ্টি হ’ব। দীৰ্ঘদিন ধৰি চাকৰি বিচাৰি থকা লোকসকলে জুলাই মাহৰ শেষৰ আগতেই ভাল খবৰ পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা লোকসকলে ভাল ফলাফল পাব। নতুন অংশীদাৰ যোগদান কৰিলে ব্যৱসায় সম্প্ৰসাৰিত হ’ব আৰু লাভও বৃদ্ধি পাব।

ধনু ৰাশি
চন্দ্ৰৰ কৃপাত পৰিয়ালৰ সদস্যৰ মাজত চলি থকা মতানৈক্যৰ অন্ত পৰিব আৰু পাৰস্পৰিক সমন্বয় ভাল হ’ব। উচ্চপদস্থ বিষয়াৰ সহায়ত নিয়োজিত লোকসকলৰ লক্ষ্য সময়মতে সম্পূৰ্ণ হ’ব আৰু বছেও তেওঁলোকৰ কামৰ শলাগ ল’ব। চৰকাৰী চাকৰি কৰা লোকসকলে নিজৰ ইচ্ছামতে বদলি হ’ব পাৰে। বৃদ্ধসকলৰ মানসিক চাপ কমি যাব আৰু জীৱনত স্থিৰতা থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astrologyhoroscoperashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী
জীৱনশৈলী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

August 27, 2026
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী
ভাৰত

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

August 27, 2026
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে
অপৰাধ

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

August 27, 2026
Next Post
৭.৪ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ জোকাৰণি, এতিয়া ছুনামীৰ আশংকা, সতৰ্কবাণী জাৰি

৭.৪ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ জোকাৰণি, এতিয়া ছুনামীৰ আশংকা, সতৰ্কবাণী জাৰি

বহু পুৰণি প্ৰথা, দুই ভাতৃৰ সৈতে একেলগে বিয়াত বহিল এগৰাকী কন্যা

বহু পুৰণি প্ৰথা, দুই ভাতৃৰ সৈতে একেলগে বিয়াত বহিল এগৰাকী কন্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.