• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
maneesh sethi

এটি ব্যতিক্ৰমী চাকৰি, ফেচবুক ব্যৱহাৰকাৰীক কেৱল চৰ শোধাবলৈ নিয়োগ কৰ্মচাৰী

5 years ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

22 minutes ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

1 hour ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

3 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

3 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

11 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

11 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

12 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

12 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

13 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

13 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

14 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এটি ব্যতিক্ৰমী চাকৰি, ফেচবুক ব্যৱহাৰকাৰীক কেৱল চৰ শোধাবলৈ নিয়োগ কৰ্মচাৰী

editor by editor
November 12, 2021
in গুৱাহাটী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
maneesh sethi
0
SHARES
796
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বৰ্তমান সময়ত ফেচবুক প্ৰত্যেক ব্যক্তিৰ বাবে অতীব প্ৰয়োজনীয় হৈ উঠিছে৷ ফেচবুক অবিহনে দিনটোৱেই আধৰুৱা হৈ ৰয় ব্যৱহাৰকাৰীসকলৰ বাবে৷ প্ৰতিটো মুহূৰ্তত ফেচবুকৰ আপডেটসমূহ চাই থকাটো অভ্যাসলৈ পৰিণত হৈছে বহুতৰ বাবে৷ এই অভ্যাসে বহু ক্ষতি কৰে ব্যক্তিৰ৷ সেইবাবে এই বদঅভ্যাস আঁতৰোৱাৰ উদ্দেশ্যে এগৰাকী কৰ্মচাৰীক নিয়োগ কৰিছে এজন ব্যৱসায়ীয়ে৷ ভাৰতীয়-আমেৰিকান প্ৰতিষ্ঠিত ব্যৱসায়ী তথা কম্পিউটাৰ প্ৰ’গেমাৰ মনিষ শেঠীয়ে নিয়োগ কৰিছে কৰ্মচাৰী৷ মহিলাগৰাকীৰ নাম কাৰা৷ প্ৰতিঘণ্টাত কাৰাই লাভ কৰে ৮ মাৰ্কিন ডলাৰ৷ কাৰা কাম হৈছে কামৰ মাজত ফেচবুক ব্যৱহাৰ কৰি থাকিলে মনিষ শেঠীক চৰ শোধোৱা৷ মালিকক কেৱল চৰ শোধাইয়ে লাভ কৰে ধনৰাশি৷ কিয়নো কামৰ মাজতে ফেচবুকত মগ্ন হৈ থকাৰ বাবে পূৰ্বৰ তুলনাত ৩৫-৪০ শতাংশ লোকচানৰ সন্মুখীন হৈছিল মনিষ শেঠী৷ কিন্তু কাৰাক নিয়োগ কৰাৰ পাছৰেপৰা পুনৰ বৃদ্ধি পাইছে উৎপাদনশীলতা৷ ৯ বছৰ পূৰ্বেই এই কথা ব্লগৰ জৰিয়তে জনাইছিল মনিষ শেঠীয়ে৷ কিন্তু শেহতীয়াকৈ এলন মাস্কে ফটোখন শ্বেয়াৰ কৰি নিজৰ মন্তব্য প্ৰকাশ কৰাত পুনৰ ভাইৰেল হৈছে প’ষ্টটো৷ ফটোখনে আমোদ দিছে বহুজনক৷

 

The story of Maneesh Sethi, the computer programmer who hired a woman to slap him in the face every time he used Facebook, resulting in massive productivity increase [read more: https://t.co/Q5fKjYtFSo] pic.twitter.com/d8pnt3Jd8k

— Massimo (@Rainmaker1973) November 10, 2021

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24elom muskman hires woman to slap himmaneeh sethi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম
বিনোদন

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

October 18, 2026
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ
অপৰাধ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

October 18, 2026
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা
ভাৰত

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

October 18, 2026
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ
জীৱনশৈলী

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

October 18, 2026
Next Post
methanol plant

২০২২ চনৰ জানুৱাৰীত অসমবাসীয়ে লাভ কৰিব এক উদ্যোগিক প্ৰতিষ্ঠান, ৰাজ্যৰ প্ৰায় ৩ শতাধিক নিবনুৱা যুৱক-যুৱতীয়ে লাভ কৰিব কৰ্ম সংস্থাপন

ulfa

৫ গৰাকীকৈ যুৱতী আলফা(স্বাঃ)লৈ, দুগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং খেলুৱৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.