• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
methanol plant

২০২২ চনৰ জানুৱাৰীত অসমবাসীয়ে লাভ কৰিব এক উদ্যোগিক প্ৰতিষ্ঠান, ৰাজ্যৰ প্ৰায় ৩ শতাধিক নিবনুৱা যুৱক-যুৱতীয়ে লাভ কৰিব কৰ্ম সংস্থাপন

5 years ago
বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

17 minutes ago
নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

39 minutes ago
পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

1 hour ago
বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

2 hours ago
ঠাণ্ডাৰ দিনকেইটাত উফিৰ সমস্যাত ভূগিছে নেকি? এইটো হেয়াৰ মাস্ক ব্যৱহাৰ কৰিলে সোনকালেই উপশম হ’ব এই সমস্যাৰ পৰা

আমলখি খোৱাৰ পিছত পানী খালে মিঠা কিয় লাগে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় অভিনেত্ৰীৰ মৃত্যু, বিনোদন জগতৰ পৰা আহিছে দুঃখবৰ!

3 hours ago
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

প্ৰাণৰ শংকাত ভূগিছে ঘনকান্তৰ পত্নী, ধেমাজিৰ পৰা গুৱাহাটী আহিবলৈ বিচাৰিছে আৰক্ষীৰ নিৰাপত্তা

4 hours ago
ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

4 hours ago
ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

5 hours ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

দেওবাৰৰ দিনটো কেনে যাব আপোনাৰ? ৪ ৰাশিৰ খুলিব ভাগ্যৰ তলা!

6 hours ago
শীঘ্ৰে বজাৰলৈ আহিব প্লাষ্টিক নোট, RBI য়ে দিছে আপডেট

শীঘ্ৰে বজাৰলৈ আহিব প্লাষ্টিক নোট, RBI য়ে দিছে আপডেট

6 hours ago
কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড

কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

২০২২ চনৰ জানুৱাৰীত অসমবাসীয়ে লাভ কৰিব এক উদ্যোগিক প্ৰতিষ্ঠান, ৰাজ্যৰ প্ৰায় ৩ শতাধিক নিবনুৱা যুৱক-যুৱতীয়ে লাভ কৰিব কৰ্ম সংস্থাপন

editor by editor
November 12, 2021
in অসম, গুৱাহাটী, নিয়োগ, প্ৰযুক্তি, ভাৰত
0
methanol plant
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এক ইতিবাচক খবৰ৷ ২০২২ চনৰ জানুৱাৰীত অসমবাসীয়ে লাভ কৰিব এক উদ্যোগিক প্ৰতিষ্ঠান৷ নামৰূপৰ অসম পেট্ৰ’কেমিকেল লিমিটেডে দ্ৰুতগতিত আগবঢ়াইছে বৰ্ধিত মিথানল প্লাণ্টৰ কাম৷ ভাৰতৰ ১১টা কোম্পানীৰ লগতে পূৰ্ণ গতিত ব্যস্ত হৈ পৰিছে অসম পেট্ৰ’কেমিকেল লিমিটেডৰ বিষয়াসকল৷ প্লাণ্টৰ প্ৰায় ৯৮ শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছে৷ পৰিকল্পনা অনুসৰি বৰ্ধিত মিথানল প্লাণ্টৰ জৰিয়তে দৈনিক উৎপাদন কৰা হ’ব ৫০০ টন মিথানল আৰু ২০০ টন ফৰ্মেলিন৷ ভাৰতৰ লগতে নেপাল, ভূটান আৰু বাংলাদেশৰ বজাৰ দখল কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৰাজ্যচৰকাৰে৷ উদ্যোগটো সম্পূৰ্ণ হৈ উঠিলে অসমৰ প্ৰায় ৩ শতাধিক নিবনুৱা যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ ১৮ হাজাৰ কোটি ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে বৰ্ধিত মিথানল প্লাণ্ট৷ ২০১৩ চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰা প্ৰকল্পটো পিছৰ পৰ্যায়ত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত প্ৰায় সম্পূৰ্ণ হৈ উঠিছে প্ৰকল্পৰ কাম৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24assam petro chemical ltdaxom live 24Best Assamese News ChannelBest News Portal in Assammethanol plantT-20 world cup update
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!
ভাৰত

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

October 31, 2026
নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ
ভাৰত

নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

October 31, 2026
পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত
অসম

পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

October 31, 2026
বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা
অসম

বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

October 31, 2026
Next Post
ulfa

৫ গৰাকীকৈ যুৱতী আলফা(স্বাঃ)লৈ, দুগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং খেলুৱৈ

clean sivasagar mission of akhil gogoi

পৰিষ্কাৰ শিৱসাগৰ, সেউজ শিৱসাগৰ অভিযান শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.