• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

1 hour ago
মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি

মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি

10 minutes ago
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কৰ্তন হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কৰ্তন হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

35 minutes ago
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

58 minutes ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

2 hours ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

3 hours ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

3 hours ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

4 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

4 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

5 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

6 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

6 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

editor by editor
April 7, 2026
in জীৱনশৈলী, ভাৰত
0
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি
0
SHARES
548
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ১১ এপ্ৰিলৰ পৰা মীন ৰাশিত বহিব তিনি গ্ৰহৰ মেলা৷ ৩ শক্তিশালী গ্ৰহৰ সংযোগত তৈয়াৰ হ’ব শুভ ত্ৰিগ্ৰহী যোগ৷ এপ্ৰিল মাহৰ আৰম্ভণিতে মীন ৰাশিত মঙ্গল-শনি-সূৰ্যৰ ত্ৰিগ্ৰহী যোগ হৈছিল৷ ১৪ এপ্ৰিলত সূৰ্যই মীন ৰাশি ত্যাগ কৰি মেষ ৰাশিত প্ৰৱেশ কৰিব৷ তাতে ভাঙিব এই ত্ৰিগ্ৰহী যোগ৷ ইয়াতেই শেষ নহয়৷ তাৰ পূৰ্বেই গঠন গহ আৰু এক বিশেষ ত্ৰিগ্ৰহী যোগ৷

চতুৰ্গ্ৰহী যোগ

এই মুহূৰ্তত মীন ৰাশিত অৱস্থান কৰিছে মঙ্গল, শনি, সূৰ্যই৷ কেইটামান দিন পাছত ১১ এপ্ৰিলৰ নিশা ১.২০ মিনিটত বুধে মীন ৰাশিত প্ৰৱেশ কৰিব৷ ফলত বুধ, মঙ্গল, শনি আৰু সূৰ্যই একত্ৰিত হৈ মীন ৰাশিত এক চতুৰ্গ্ৰহী যোগ গঠন কৰিব৷

ত্ৰিগ্ৰহী যোগত বিপদ কাৰ কাৰ?

১৪ এপ্ৰিলত সূৰ্যই মীন ৰাশিৰ পৰা প্ৰস্থান কৰিলে ইয়াত ৰৈ যাব মঙ্গল, বুধ আৰু শনি৷ ৩০ এপ্ৰিল পৰ্যন্ত মীন ৰাশিতেই অৱস্থান কৰিব এই তিনি গ্ৰহই৷ তাৰপিছতেই সেইদিনা বুধে স্থান সলনি কৰি মেষ ৰাশিত প্ৰৱেশ কৰিব৷ তাৰপিছতেই মঙ্গল, বুধ আৰু শনিৰ এই ত্ৰিগ্ৰহী যোগৰ অৱসান ঘটিব৷ ফলত ১১ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিল পৰ্যন্ত সক্ৰিয় থাকিব মঙ্গল-শনি-বুধৰ ত্ৰিগ্ৰহী যোগ৷ যি এফালে যেনেকৈ মেষ, সিংহ আৰু কুম্ভ ৰাশিৰ ক্ষতি কৰিব পাৰে তেনেকৈ সুসময়ো কঢ়িয়াই আনিব পাৰে চাৰি ৰাশিৰ জাতকৰ বাবে৷ ভাগ্য সলনি হ’ব কোন কোন ৰাশিৰ?

বৃষ ৰাশি

১১ এপ্ৰিলত গঠিত হোৱা এই ত্ৰিগ্ৰহী যোগে বৃষ ৰাশিৰ জাতকৰ বাবে আৰ্থিক লাভ কঢ়িয়াই আনিব পাৰে৷ নতুন উৎসৰ পৰা অৰ্থলাভ হব পাৰে৷ ব্যৱসায়ীয়ে ডাঙৰ কোনো চুক্তি চূড়ান্ত কৰিব পাৰে৷ যিয়ে ব্যৱসায়ৰ প্ৰসাৰত উপযোগী হব৷ চাকৰিয়ালৰ পদোন্নতিৰ সম্ভাৱনা আছে৷

মিথুন ৰাশি

ত্ৰিগ্ৰহী যোগে মিথুন ৰাশিৰ জাতকৰ কৰ্মজীৱনত ডাঙৰ অগ্ৰগতি আনি দিব পাৰে৷ মিথুন ৰাশিৰ অধিপতি গ্ৰহ বুধ৷ ইয়াৰ সৈতে মঙ্গল আৰু শনিৰ সংযোগত সৃষ্ট ত্ৰিগ্ৰহী যোগে উচ্চতৰ পদত প্ৰমোছন আৰু দৰমহা বৃদ্ধিৰ সম্ভাৱনাক বঢ়াই দিব৷ ব্যৱসায়ীয়ে এই সময়কো ভালধৰণে কামত লগাব পাৰিব৷ সেয়া অত্যন্ত লাভজনক প্ৰমাণিত গহ বুলিও ধাৰণা কৰা হৈছে৷ নগদ অৰ্থৰ প্ৰবাহ বৃদ্ধি পাব৷ ফলত ব্যৱসায়ত প্ৰসাৰৰ পৰিকল্পনা থাকিলে সুবিধা হব৷

বৃশ্চিক ৰাশি

ত্ৰিগ্ৰহী যোগে বৃশ্চিক ৰাশিৰ জাতকৰ আত্মবিশ্বাস ব্যাপকভাৱে বৃদ্ধি কৰিব৷ মঙ্গলৰ প্ৰভাৱত সাহসী সিদ্ধান্ত লোৱাত সহায়ক হব৷ বিনিয়োগৰ পৰা উল্লেখযোগ্য মুনাফা লাভৰ সম্ভাৱনা আছে৷ কোনো কোনোৱে হঠাৎ ধনী হৈ উঠিব পাৰে৷ যিকোনো বিষয়ত বিচক্ষণতাৰ সৈতে সিদ্ধান্ত ল’ব পাৰে৷ তেতিয়া সাফল্য লাভ কৰিব৷

ধনু ৰাশি

এই ত্ৰিগ্ৰহী যোগ ধনু ৰাশিৰ জাতকৰ বাবেও উপকাৰী হব৷ বৃহস্পতি হৈছে ধনু ৰাশিৰ অধিপতি গ্ৰহ৷ এই সময়ত ধনু ৰাশিৰ জাতকে পৈতৃক সম্পত্তিৰ পৰা লাভৱান হব পাৰে৷ ৰৈ থকা অৰ্থ উদ্ধাৰৰো সম্ভাৱনা আছে৷ কিছু জাতকৰ বাবে বিদেশ ভ্ৰমণৰ সুযোগ আহিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি
জীৱনশৈলী

মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি

April 7, 2026
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কৰ্তন হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে
জীৱনশৈলী

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কৰ্তন হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

April 7, 2026
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন
জীৱনশৈলী

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

April 7, 2026
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!
জীৱনশৈলী

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

April 7, 2026
Next Post
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কৰ্তন হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কৰ্তন হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.