• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঙল আহিব নিজৰ ঘৰলৈ! ধন, সম্পত্তি বাঢ়িব, ভাগ্য সলনি হ’ব কোন কোন ৰাশিৰ জাতকৰ?

মঙল আহিব নিজৰ ঘৰলৈ! ধন, সম্পত্তি বাঢ়িব, ভাগ্য সলনি হ’ব কোন কোন ৰাশিৰ জাতকৰ?

1 year ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

14 minutes ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

23 minutes ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

1 hour ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

2 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

2 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

3 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

3 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

5 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

5 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

7 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

19 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মঙল আহিব নিজৰ ঘৰলৈ! ধন, সম্পত্তি বাঢ়িব, ভাগ্য সলনি হ’ব কোন কোন ৰাশিৰ জাতকৰ?

মঙল আহিব নিজৰ ঘৰলৈ! ধন, সম্পত্তি বাঢ়িব, ভাগ্য সলনি হ’ব কোন কোন ৰাশিৰ জাতকৰ?

editor by editor
August 11, 2025
in জীৱনশৈলী
0
মঙল আহিব নিজৰ ঘৰলৈ! ধন, সম্পত্তি বাঢ়িব, ভাগ্য সলনি হ’ব কোন কোন ৰাশিৰ জাতকৰ?
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত মঙলদেৱক সেনাপতি বুলি কোৱা হয়৷ এই মঙলৰ সামান্য ঊৰ্ধ্বগতি বা নিম্নগতিয়ে বহু ৰাশিৰ জাতক জাতিকাৰ ৰাশিফলত প্ৰভাৱ পেলাব পাৰে৷ তাৰফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভ পাব৷ আকৌ কিছু ৰাশিৰ জাতক জাতিকাই কষ্টও পাব পাৰে৷ এইবাৰ ১৮ মাহৰ পাছত মঙল নিজৰ ঘৰলৈ গৈছে৷ মঙলৰ এই গমন কাৰ কাৰ বাবে লাকী?

সিংহ ৰাশি

আপোনাৰ ৰাশিত সম্পত্তি আৰু পাৰ্থিৱ সুখৰ স্থানত এইবাৰ মঙলে বিচৰণ কৰিছে৷ এই সময়ত আপুনি সম্পত্তি ক্ৰয় কৰিব পাৰে৷ মাটি ক্ৰয় বিক্ৰয়ৰ পৰা লাভ পাব৷ আপুনি পৈতৃক সম্পত্তিৰ পৰা লাভ পাব৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ কঁপালত লাভৰ যোগ আছে৷ প্ৰমোছনৰ যোগ আছে এই সময়ত৷ ব্যৱসায়ত আপুনি অংশীদাৰৰ সৈতে কাম কৰিলে উন্নতিৰ সুযোগ পাব৷

কুম্ভ ৰাশি

কৰ্মস্থলৰ দিশৰ পৰা তুমুল উন্নতিৰ যোগ আছে৷ যিসকলে চাকৰিৰ সন্ধান কৰি আছে তেওঁলোকে এই সময়ত ভাল চাকৰি পাব পাৰে৷ এই সময়ত সকলো ক্ষেত্ৰতে আপুনি সহযোগিতা পাব৷ চাকৰি ব্যৱসায়ত উন্নতি হব৷ দীৰ্ঘ দূৰত্বৰ কৰোবালৈ যাত্ৰা কৰিব পাৰে৷ ব্যৱসায়ীয়ে ভাল ইনকাম কৰিব৷ ৰিয়েল এষ্টেট, প্ৰপাৰ্টিৰ ব্যৱসায়ত যিসকল যুক্ত তেওঁলোকেও লাভ পাব৷

তুলা ৰাশি

মঙল গ্ৰহই আপোনাৰ ৰাশিত ধন সম্পত্তি আৰু বাণীৰ স্থানত আছে৷ এই সময়ত আপুনি বিভিন্ন সময়ত আকস্মিক ধনসম্পত্তি পাব পাৰে৷ জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক আৰু মধুৰ হব৷ এই সময়ত পাৰ্টনাৰশ্বিপৰ কোনো কাম কৰিব পাৰে৷ পঢ়ুৱৈসকলৰ বাবে এই সময়কাল ভাল৷ সাফল্য আহিব পাৰে৷ বিদ্যাৰ্থীসকলৰ বাবে এই সময়ত পঢ়াশুনাত সাফল্য আহিব পাৰে৷ আপোনাৰ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ ভাল হব পাৰে৷

মঙলৰ গোচৰ কেতিয়া?

মঙলৰ এই গমন হব ছেপ্টেম্বৰত৷ এই ছেপ্টেম্বৰ মাহ হৈছে দুৰ্গাপূজাৰ মাহ৷ এই মাহতেই মঙলৰ গোচৰ আছে৷ ইয়াৰ দ্বাৰা বহু ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…
জীৱনশৈলী

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

August 28, 2026
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

August 28, 2026
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?
জীৱনশৈলী

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

August 28, 2026
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!
জীৱনশৈলী

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

August 28, 2026
Next Post
খেল দেখুৱাব বৃহস্পতিয়ে! বৃহস্পতিৰ কৃপাত কোন কোন ৰাশিৰ লাভৰ যোগ আছে? কি কৈছে জ্যোতিষশাস্ত্রই?

খেল দেখুৱাব বৃহস্পতিয়ে! বৃহস্পতিৰ কৃপাত কোন কোন ৰাশিৰ লাভৰ যোগ আছে? কি কৈছে জ্যোতিষশাস্ত্রই?

এয়াৰ ইণ্ডিয়াৰ ডাঙৰ সিদ্ধান্ত, অনিৰ্দিষ্টকালৰ বাবে বাতিল দিল্লী-ৱাছিংটনৰ ডাইৰেক্ট ফ্লাইট

এয়াৰ ইণ্ডিয়াৰ ডাঙৰ সিদ্ধান্ত, অনিৰ্দিষ্টকালৰ বাবে বাতিল দিল্লী-ৱাছিংটনৰ ডাইৰেক্ট ফ্লাইট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.