পৃথিৱীৰ আটাইতকৈ দামী আম। এটা আমৰ মূল্য প্ৰায় ২ লাখ ৭০ হাজাৰ টকা। জাপানত পোৱা যায় এই বিশেষ প্ৰজাতিৰ আম। আমৰ জাপানী নাম টামাগ’।