• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘এটা সুন্দৰ পুৱা মনমোহন সিঙে মোক তেওঁৰ কাষলৈ মাতিছিল…’, বগা চেলোৱাৰ পিন্ধা গুৰচৰণৰ প্ৰেমত কেনেকৈ পৰিছিল মনমোহন সিঙ?

‘এটা সুন্দৰ পুৱা মনমোহন সিঙে মোক তেওঁৰ কাষলৈ মাতিছিল…’, বগা চেলোৱাৰ পিন্ধা গুৰচৰণৰ প্ৰেমত কেনেকৈ পৰিছিল মনমোহন সিঙ?

1 year ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

17 minutes ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

56 minutes ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

2 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

2 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

3 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

4 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

4 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

5 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

5 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

6 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

7 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘এটা সুন্দৰ পুৱা মনমোহন সিঙে মোক তেওঁৰ কাষলৈ মাতিছিল…’, বগা চেলোৱাৰ পিন্ধা গুৰচৰণৰ প্ৰেমত কেনেকৈ পৰিছিল মনমোহন সিঙ?

‘এটা সুন্দৰ পুৱা মনমোহন সিঙে মোক তেওঁৰ কাষলৈ মাতিছিল...’, বগা চেলোৱাৰ পিন্ধা গুৰচৰণৰ প্ৰেমত কেনেকৈ পৰিছিল মনমোহন সিঙ?

editor by editor
December 28, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
‘এটা সুন্দৰ পুৱা মনমোহন সিঙে মোক তেওঁৰ কাষলৈ মাতিছিল…’, বগা চেলোৱাৰ পিন্ধা গুৰচৰণৰ প্ৰেমত কেনেকৈ পৰিছিল মনমোহন সিঙ?
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, বিশিষ্ট শিক্ষাবিদ, অৰ্থনীতিবিদ, ভাৰত চৰকাৰৰ বহু গুৰুত্বপূৰ্ণ পদৰ দায়িত্ব এক সময়ত অনায়াসে সামৰিছিল তেওঁ৷ তেওঁৰ এই যাত্ৰাত সৰ্বক্ষণ তেওঁৰ ছাঁ হৈ ৰৈছিল এগৰাকী মহিলা৷ তেওঁ আন কোনো নহয়৷ তেওঁ মনমোহন সিঙৰ পত্নী গুৰচৰণ কৌৰ৷ ইতিহাস বিভাগৰ অধ্যাপিকা, লেখিকা আৰু এগৰাকী বিশিষ্ট কীৰ্তন শিল্পী ৷ বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰা মনমোহন সিঙৰ আজি ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হৈছে৷ মনমোহন সিঙৰ অনুপস্থিতিত ভাগি পৰিলেও স্থিতপ্ৰজ্ঞ হৈ থিয় দি আছে গুৰচৰণ কৌৰ৷ সামৰি লৈছে তেওঁ তিনি সন্তানক৷

কেনে আছিল মনমোহন আৰু গুৰচৰণৰ পৰিচয়ৰ প্ৰথম দিনবোৰ? কেনেকৈ ইমান বছৰ একেলগে দুয়োৱে পাৰ কৰিলে সাংসৰিক জীৱন? স্বল্পভাষী মনমোহন সিঙক প্ৰতি সময়তে সংগ দিয়া গুৰচৰণ আছিল মনমোহন সিঙৰ অতিকৈ প্ৰিয় নাৰী৷ প্ৰেমত পৰিয়েই বিয়া কৰাইছিল গুৰচৰণক৷ সময় তেতিয়া ১৯৫৭ চন৷ বিদেশত পঢ়াশুনা সামৰি দেশলৈ উভতিছিল মনমোহন সিং৷ পৰিয়ালে তেওঁৰ বিবাহৰ কথা তেতিয়া চিন্তাও কৰিছিল৷

মনমোহন সিঙে যেতিয়া গম পায় যে তেওঁৰ পৰিয়ালে তেওঁৰ বিবাহৰ বাবে খা খবৰ কৰি আছে তেতিয়াই তেওঁ পৰিয়ালক জনাই দিয়ে যে তেওঁ শিক্ষিত যুৱতীকহে জীৱন সংগী কৰিব৷ মনমোহৰ সিঙে এই কথা পৰিয়ালক স্পষ্টকৈ জনোৱাৰ কাৰণ আছিল, তেওঁৰ পৰিয়ালে এগৰাকী কম পঢ়াশুনা কৰা যুৱতী, ঘৰ সম্ভালিব পৰা নাৰীৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিছিল মনমোহন সিঙৰ বাবে৷ বিবাহৰ কথাবোৰ চলি থকাৰ মাজতেই গুৰচৰণৰ ককায়েকে নিজৰ সৰু ভনীয়েকৰ কথা মনমোহন সিঙৰ আগত কয়৷

গুৰচৰণে তেতিয়া কীৰ্তন গাই ফুৰে৷ এদিন মনমোহন সিঙ আৰু গুৰচৰণৰ দেখাদেখি হয়৷ প্রথম সাক্ষাতৰ দিনা গুৰচৰণে পৰিধান কৰি আহিছিল এগৰাকী বগা চেলোৱাৰ৷ প্ৰথম দেখাতেই মন গলি গৈছিল মনমোহন সিঙৰ৷ ইয়াৰ পাছত এক অনুষ্ঠানত তেওঁৰ কীৰ্তন শুনিবলৈকো গৈছিল মনমোহন সিঙ৷ তেতিয়াই কিছু কথা বাৰ্তা হয় দুয়োৰে মাজত৷ তেতিয়াই মনমোহন সিঙে জানিব পাৰে যে তেওঁ ইতিহাস বিভাগত স্নাতকোত্তৰ৷ ধীৰে ধীৰে দুয়ো বেছিকৈ লগ হ’বলৈ ধৰে৷

গুৰচৰণ কৌৰে পাছত এক সাক্ষাৎকাৰত কৈছিল, ‘এটা সুন্দৰ পুৱা মনমোহন সিঙে মোক তেওঁৰ কাষলৈ মাতিছিল৷ সেইদিনাই বুজিছিলো তেওঁৰ মনৰ কথা৷ মনৰ কথাবোৰ আমাৰ এজনৰ পৰা আনজনৰ অন্তৰলৈ বাগৰিছিল৷ তাৰপিছতেই ১৯৫৮ চনত আমি বিবাহপাশত আৱদ্ধ হওঁ৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!
বাণিজ্য

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

April 3, 2026
Next Post
মুহুৰ্ততে প্ৰাণবায়ু গ’ল ১৭৯ গৰাকীৰ, সৌভাগ্যক্ৰমে ৰক্ষা পৰে ২ গৰাকী

মুহুৰ্ততে প্ৰাণবায়ু গ'ল ১৭৯ গৰাকীৰ, সৌভাগ্যক্ৰমে ৰক্ষা পৰে ২ গৰাকী

বুমৰাহৰ নতুন ইতিহাস, টেষ্টত ভাৰতৰ সৰ্বাধিক তথা দ্ৰুততম উইকেট দখলকাৰী বলাৰ

বুমৰাহৰ নতুন ইতিহাস, টেষ্টত ভাৰতৰ সৰ্বাধিক তথা দ্ৰুততম উইকেট দখলকাৰী বলাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.