• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুহুৰ্ততে প্ৰাণবায়ু গ’ল ১৭৯ গৰাকীৰ, সৌভাগ্যক্ৰমে ৰক্ষা পৰে ২ গৰাকী

মুহুৰ্ততে প্ৰাণবায়ু গ’ল ১৭৯ গৰাকীৰ, সৌভাগ্যক্ৰমে ৰক্ষা পৰে ২ গৰাকী

2 years ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

15 minutes ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

31 minutes ago
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

58 minutes ago
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

2 hours ago
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

2 hours ago
তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

3 hours ago
আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

4 hours ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

13 hours ago
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

13 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

14 hours ago
SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

14 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

Gold Price: হ্ৰাস পালে সোণৰ মূল্য! এয়াই অলংকাৰ ক্ৰয়ৰ উচিত সময় নেকি?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মুহুৰ্ততে প্ৰাণবায়ু গ’ল ১৭৯ গৰাকীৰ, সৌভাগ্যক্ৰমে ৰক্ষা পৰে ২ গৰাকী

editor by editor
December 29, 2024
in বিবিধ, বিশ্ব
0
মুহুৰ্ততে প্ৰাণবায়ু গ’ল ১৭৯ গৰাকীৰ, সৌভাগ্যক্ৰমে ৰক্ষা পৰে ২ গৰাকী
0
SHARES
911
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুহুৰ্ততে প্ৰাণবায়ু গ’ল ১৭৯ গৰাকীৰ, সৌভাগ্যক্ৰমে ৰক্ষা পৰে ২ গৰাকী

বছৰৰ শেষৰটো দেওবাৰে সমগ্ৰ বিশ্ব কঁপাই যোৱা খবৰ আহে। মুহুৰ্ততে প্ৰাণবায়ু উৰি যায় ১৭৯ গৰাকীকৈ লোকৰ। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে দুগৰাকী লোকৰ । এক বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই এইদৰে বহু কেইগৰাকী লোকে।

দক্ষিণ কোৰিয়াত সংঘটিত হৈছে এই ঘটনা। যাত্ৰাৰ সময়ত বিমান খনৰ যাত্ৰী আৰু বিমানৰ লোক সহ মুঠ ১৮১ গৰাকী লোক আছিল। যাৰ ভিতৰত মাথো দুগৰাকী লোকৰ হে প্ৰাণ ৰক্ষা পৰে। তাৰ বাহিৰে অন্য ১৭৯ গৰাকী লোকেই প্ৰাণ হেৰুৱাবলগীয়া হয়।

১৮১ গৰাকী লোকৰ ভিতৰত ১৭৫ গৰাকী যাত্ৰী আৰু ৬ গৰাকী ক্ৰু মেম্বাৰ আছিল। এই দুৰ্ঘটনা দক্ষিণ কোৰিয়াৰ জেজু এয়াৰৰ এই বিমান খন বেংককৰ পৰা আহি আছিল।

কিন্তু অন্তিম মুহুৰ্তত বিমান বন্দৰত অৱতৰণৰ সময়তে মুৱান বিমান বন্দৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ধটনাটো। যান্ত্ৰিক বিজুতিৰ বাবে বিমানখনত অগ্নিকাণ্ড সংঘটিত হৈ ৰান ৱে’ৰ পৰা পিছলি পৰি দুৰ্ঘটনাটো হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Plane CrashSouth KoreaSouth korea Plane Crash
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম
জীৱনশৈলী

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

September 19, 2026
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি
অসম

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

September 19, 2026
আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ
জীৱনশৈলী

আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

September 19, 2026
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?
জীৱনশৈলী

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

September 18, 2026
Next Post
বুমৰাহৰ নতুন ইতিহাস, টেষ্টত ভাৰতৰ সৰ্বাধিক তথা দ্ৰুততম উইকেট দখলকাৰী বলাৰ

বুমৰাহৰ নতুন ইতিহাস, টেষ্টত ভাৰতৰ সৰ্বাধিক তথা দ্ৰুততম উইকেট দখলকাৰী বলাৰ

কেঞ্চাৰক পৰাজিত কৰি কেমো লৈ থকাৰ মাজতে ২০ বছৰীয়া মাধুৰিমাই দিলে NEET, এতিয়া হ’ব চিকিৎসক

কেঞ্চাৰক পৰাজিত কৰি কেমো লৈ থকাৰ মাজতে ২০ বছৰীয়া মাধুৰিমাই দিলে NEET, এতিয়া হ'ব চিকিৎসক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.