• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেঞ্চাৰক পৰাজিত কৰি কেমো লৈ থকাৰ মাজতে ২০ বছৰীয়া মাধুৰিমাই দিলে NEET, এতিয়া হ’ব চিকিৎসক

কেঞ্চাৰক পৰাজিত কৰি কেমো লৈ থকাৰ মাজতে ২০ বছৰীয়া মাধুৰিমাই দিলে NEET, এতিয়া হ’ব চিকিৎসক

1 year ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

1 second ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

34 minutes ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

1 hour ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

2 hours ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

2 hours ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

1 day ago
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

1 day ago
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

1 day ago
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

1 day ago
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

1 day ago
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

1 day ago
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

কেঞ্চাৰক পৰাজিত কৰি কেমো লৈ থকাৰ মাজতে ২০ বছৰীয়া মাধুৰিমাই দিলে NEET, এতিয়া হ’ব চিকিৎসক

editor by editor
December 29, 2024
in উত্তৰ-পূব, বিবিধ, বিশ্ব, ভাৰত
0
কেঞ্চাৰক পৰাজিত কৰি কেমো লৈ থকাৰ মাজতে ২০ বছৰীয়া মাধুৰিমাই দিলে NEET, এতিয়া হ’ব চিকিৎসক
0
SHARES
851
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেঞ্চাৰক পৰাজিত কৰি কেমো লৈ থকাৰ মাজতে ২০ বছৰীয়া মাধুৰিমাই দিলে NEET, এতিয়া হ’ব চিকিৎসক

বহু কাহিনীয়ে বহু সময়তে বহু লোকক অনুপ্ৰাণিত কৰে। তাৰে মাজতে এনে কিছু কাহিনী আছে যিয়ে সাহস দিয়াই নহয় সকলো ফালৰে পৰা অনুপ্ৰাণিত কৰে লোকক। তেনেই এক কাহিনী মাধুৰিমাৰ।

২০ বছৰীয়া মাধুৰিমাই কেঞ্চাৰ পৰাজিত কৰি এতিয়া নিজেই চিকিৎসক হোৱাৰ দিশে। মাধুৰিমা দত্তই এই কাহিনীয়ে শিকাই যে, পৰিস্থিতি যিয়েই নহওক মনোবল আৰু ইচ্চা থাকিলে সকলো কামেই সম্ভৱ হৈ উঠে।

ত্ৰিপুৰা নিবাসী মাধুৰিমাৰ মাথো ১২ বছৰ বয়সতেই ২০১৬ চনত কেঞ্চাৰ ধৰা পৰে। মুম্বাইৰ টাটা মেমোৰিয়েলত চিকিৎসা চলে মাধুৰিমাৰ। বাৰে বাৰে চিকিৎসা কৰাৰ পাছতো ৬ মাহৰ মূৰে মূৰে পুনৰ উভতি আহে কেঞ্চাৰ। তৃতীয় পৰ্যায়লৈ গৈ পায় এই বেমাৰ।

যাৰ ফলত হাইডোজ কেমো থেৰাপীৰ লগতে বোন মেৰুও সলনি কৰা হয় মাধুৰিমাৰ। কেইবামাহ ধৰি থাকিব লগা হয় আই চি ইউত। জীয়াই থকাৰ আশাই একেবাৰে ক্ষীণ হৈ পৰিছিল মাধুৰিমাৰ বাবে।

কিন্তু এই সকলোবোৰৰ মাজতো ভালে থকা সময়ত পঢ়ি গৈছিল মাধুৰিমাই। তেনেদৰেই অনলাইন যোগেই ১০ম আৰু ১২ ৰ পৰীক্ষা দি ৯৬ শতাংশৰে উত্তীৰ্ণ হয়। শিক্ষাৰ ফলাফলেৰে সুখী হৈ পৰে মাধুৰিমাৰ লগতে পিতৃ-মাতৃ-জ্যেষ্ঠ ভগ্নী। কিন্তু স্বাস্থ্যই চিন্তাই খাই মাৰে সকলোকে।

নিজৰ স্বাস্থ্যৰ অৱস্থা দেখি মাধুৰিমাৰো সপোন চিকিৎসক হোৱাৰ। সেয়ে সকলো মানসিক -শাৰীৰিক সমস্যা দূৰত ৰাখি NEET ৰ প্ৰস্তুতি কৰি পৰীক্ষা দিয়ে আৰু প্ৰথম প্ৰয়াসতে সৰ্বভাৰতীয় পৰ্যায়ত ২৭৯,০৬৬ সংখ্যাক স্থান আৰু ৰাজ্য ভিত্তিত ২৯৫ স্থান দখল কৰে। এতিয়া চিকিৎসক হোৱাৰ বাবে নিজকে সাজু কৰিব মাধুৰিমাই।

উল্লেখ্য যে, মাধুৰিমাৰ জ্যেষ্ঠ ভগ্নী হৃদুৰিমাই মাধুৰিমাৰ অৱস্থা দেখি চিকিৎসক হোৱাৰ সপোন দেখিছিল। NEET পৰীক্ষাত দেশৰ ভিতৰত ১২৭৪ স্থান লৈ বৰ্তমানে দিল্লীৰ ডাক্তৰ বাবা সাহেব আম্বেদকাৰ মেডিকেল কলেজত অন্তিম বৰ্ষত। হৃদুৰিমাৰ পৰাই অনুপ্ৰাণিত হৈছিল মাধুৰিমাও।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CancerNEETTripura story
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

June 5, 2026
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?
বাণিজ্য

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

June 5, 2026
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?
জীৱনশৈলী

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

June 5, 2026
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু
ভাৰত

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

June 5, 2026
Next Post
নতুন বছৰৰ পূৰ্বেই শুক্ৰই সলনি কৰিলে স্থান, ৩ ৰাশিৰ বাম্পাৰ লাভ

নতুন বছৰৰ পূৰ্বেই শুক্ৰই সলনি কৰিলে স্থান, ৩ ৰাশিৰ বাম্পাৰ লাভ

ৰুটিৰ বাবেই ভাঙিল এখন বিয়া, হতভম্ব পৰিয়ালৰ লোক

ৰুটিৰ বাবেই ভাঙিল এখন বিয়া, হতভম্ব পৰিয়ালৰ লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.