• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰুটিৰ বাবেই ভাঙিল এখন বিয়া, হতভম্ব পৰিয়ালৰ লোক

ৰুটিৰ বাবেই ভাঙিল এখন বিয়া, হতভম্ব পৰিয়ালৰ লোক

2 years ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

12 minutes ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

1 hour ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

2 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

4 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

6 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

6 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

7 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

19 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

20 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

21 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

21 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰুটিৰ বাবেই ভাঙিল এখন বিয়া, হতভম্ব পৰিয়ালৰ লোক

editor by editor
December 29, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
ৰুটিৰ বাবেই ভাঙিল এখন বিয়া, হতভম্ব পৰিয়ালৰ লোক
0
SHARES
293
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰুটিৰ বাবেই ভাঙিল এখন বিয়া, হতভম্ব পৰিয়ালৰ লোক

বিয়াৰ ভাঙি যোৱাৰ বহু কাৰণ শুনিবলৈ পোৱা যায়। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ চান্দৌলি জিলাৰ পৰা এনে এটা চাঞ্চল্যকৰ গোচৰ পোহৰলৈ আহিছে, যাৰ বিষয়ে জানি আপুনিও আচৰিত হ’ব। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি বিয়াৰ অনুষ্ঠানৰ সময়ত দৰাই ৰুটি অহাত পলম হোৱাৰ বাবেই ভাঙি দিয়ে বিয়া।

ৰাজ্যখনৰ চান্দাউলীৰ হামিদপুৰ গাঁৱত এজন দৰাৰ কাণ্ডই কইনা পক্ষক হতভম্ব কৰি তুলিছে। সকলোফালে এক সুখৰ পৰিৱেশ চলি আছিল। কইনা ঘৰত দৰা আহি উপস্থিত হৈছিল।

কিন্তু দৰা ঘৰৰ মানুহক আপ্যায়ন কৰাৰ সময়ত লাগি যায় অথন্তৰ। দৰা পক্ষক আহাৰ খোৱাৰ বাবে নিয়ে, কিন্তু দৰাই বিচৰা এখন ৰুটি আহি পোৱাত সামান্য পলম হয়। কাৰণ কাৰিকৰে গৰম গৰম ৰুটি ৰুটি বনোৱাত ব্যস্ত আছিল, যাতে দৰা পক্ষই গৰমে গৰমে ৰুটিৰ সোৱাদ লব পাৰে।

কিন্তু হিতে বিপৰীত হয়। ৰুটি পোৱাত পলম হোৱাৰ বাবেই দৰাজনে বিয়া কৰিবলৈ অস্বীকাৰ কৰে। দৰাৰ এই কাৰ্য্যই কইনাৰ হৃদয় ভাঙি পেলোৱাৰ লগতে কইনা পক্ষৰ সকলো মানুহৰে খং উঠাই।

কেৱল ৰুটি এখনৰ স্বাৰ্থত বিয়া কৰিবলৈ অস্বীকাৰ কৰা দৰাই পিছত লগে লগে আন ঠাইত কইনা বিচাৰি বিয়া পাতে, যি কাৰ্যত অধিক উত্তেজনা বৃদ্ধি কৰিছে কইনা পক্ষৰ।

কইনাৰ পৰিয়ালে দৰাৰ লগতে বিয়াৰ আলহীক পতিয়ন নিয়াবলৈ যৎপৰোনাস্তি চেষ্টা কৰি থাকে যদিও দৰাৰ অহংকাৰৰ সন্মুখত সকলো বিফল হয়। বৰ্তমানে ঘটনাৰ ন্যায় বিচাৰি কইনা পক্ষ আৰক্ষীৰ কাষো চাপে , কিন্তু আৰক্ষীয়ে কোনো নিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ নকৰাত ২৪ ডিচেম্বৰত চণ্ডাউলীৰ আৰক্ষী অধীক্ষকলৈ বিষয়টো যায়।

গোচৰ পঞ্জীয়ন কৰাৰ সময়ত কইনাৰ পৰিয়ালে আৰক্ষীক জনোৱা মতে, বিবাহত ডেৰ লাখ টকা যৌতুক হিচাপে দিয়া হৈছে। ইয়াৰ লগতে প্ৰস্তুতিৰ বাবে মুঠ ৭ লাখ টকা ব্যয় কৰা হৈছে। বৰ্তমান দৰা পৰিয়ালৰ ৫ জন সদস্যৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিবলৈ দাবী জনাইছে কইনাৰ পৰিয়ালে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া
জীৱনশৈলী

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

August 26, 2026
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?
অসম

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

August 26, 2026
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!
বাণিজ্য

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

August 26, 2026
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন
বাণিজ্য

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

August 26, 2026
Next Post
শ্ৰীদেৱীয়ে নাকচ কৰিছিল, অন্য এগৰাকীয়ে গ্ৰহণ কৰিছিল, বাজেটতকৈ ৭ গুণ অধিক উপাৰ্জন কৰিছিল

শ্ৰীদেৱীয়ে নাকচ কৰিছিল, অন্য এগৰাকীয়ে গ্ৰহণ কৰিছিল, বাজেটতকৈ ৭ গুণ অধিক উপাৰ্জন কৰিছিল

কোন হ’ব ICCৰ বৰ্ষ শ্ৰেষ্ঠ ক্ৰিকেটাৰ, তালিকাত নাই এজনো ভাৰতীয়ৰ নাম

কোন হ'ব ICCৰ বৰ্ষ শ্ৰেষ্ঠ ক্ৰিকেটাৰ, তালিকাত নাই এজনো ভাৰতীয়ৰ নাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.