অসম লাইভ ২৪ঃ ফিলিপাইনৰ সাংবাদিক মাৰিয়া ৰেছা আৰু ৰাছিয়ান সাংবাদিক ডিমিত্ৰী মুৰাটৱলৈ ২০২১ বৰ্ষৰ শান্তিৰ নোবেল বঁটা৷ শুকুৰবাৰে নোবেল কমিতিয়ে ঘোষণা কৰে দুয়োগৰাকী সাংবাদিকৰ নাম৷ মত প্ৰকাশৰ অধিকাৰ ৰক্ষাৰ বাবে আগবঢ়োৱা প্ৰচেষ্টাৰ বাবে দুয়োগৰাকী সাংবাদিকলৈ আগবঢ়োৱা হৈছে এই সৰ্বোচ্চ সন্মান৷ ‘for their efforts to safeguard freedom of expression , which is a precondition for democracy and lasting peace’ বিষয়ত আগবঢ়োৱা বৰঙণিৰ বাবে এই সন্মান৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ