• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

3 months ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

9 minutes ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

43 minutes ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

1 hour ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

2 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

14 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

14 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

14 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

15 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

16 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

18 hours ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

18 hours ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

'ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই', অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

editor by editor
April 17, 2026
in বিনোদন, বিবিধ, লেখা
0
‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই
0
SHARES
370
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যজুৰি ৰঙালীৰ উছাহ। ৰঙালী বিহুৰ মঞ্চ কঁপাবলৈ জনপ্ৰিয় শিল্পীসকলৰ সংগীতানুষ্ঠান আৰম্ভ হৈছে। কিন্তু ব’হাগ বিহুৰ আৰম্ভণিতে বংগ কন্যা মৰ্মিতা মিত্ৰ সোমাইছে বিতৰ্কত। বিকৃত ৰূপত জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। ইয়াৰ পিছতে ক্ষোভিত হৈ পৰিছে জুবিন গাৰ্গৰ অনুৰাগীৰ লগতে পৰিয়াল বৰ্গ।

গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি জুবিন অনুৰাগীৰ ৰোষত পৰে মৰ্মিতা। মৰ্মিতাক লৈ আৰম্ভ হৈ পৰে চৌদিশে প্ৰতিবাদ। ২৪ ঘণ্টাৰ ভিতৰত বংগ কন্যাই ক্ষমা নুখুজিলে দিছপুৰ থানাত গোচৰ ৰুজ কৰাৰ দাবী তোলে একাংশ দল-সংগঠনে।

অৱশেষত শুক্ৰবাৰে সামাজিক মাধ্যমত অসমৰ ৰাইজ আৰু জুবিনৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিলে বংগ কন্যা মৰ্মিতা মিত্ৰই। সামাজিক মাধ্যমত এক ভিডিঅ’যোগে মৰ্মিতাই কয়, ‘মই মৰ্মিতা মিত্ৰই অসমবাসীৰ ওচৰত ক্ষমা খুজিছোঁ। জুবিন দাদাৰ পৰিয়ালৰ ওচৰটো ক্ষমা খুজিছোঁ। মই সেইদিনা মঞ্চত পৰিবেশন কৰা এটি গীতে সকলোৱে মনত কষ্ট পাইছে। দাদা মোৰ বাবে ভগৱান আছিলে আৰু চিৰদিন থাকিব মই ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই এইয়া মোৰ অজানিতে হোৱা ভুল, তাৰ বাবে পুনৰবাৰ সকলোৰে ওচৰত মই ক্ষমা খুজিছোঁ।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?
জীৱনশৈলী

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

July 14, 2026
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব
জীৱনশৈলী

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

July 14, 2026
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?
বিনোদন

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

July 14, 2026
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?
জীৱনশৈলী

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

July 14, 2026
Next Post
ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.