• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

2 months ago
এলেহুৱাক দূৰ কৰাৰ ৮টা জাপানীজ কৌশল

এলেহুৱাক দূৰ কৰাৰ ৮টা জাপানীজ কৌশল

23 minutes ago
কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?

কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?

1 hour ago
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজিত হৈ ভাগ্যৰ দুৱাৰ মুকলি কৰিলে নেকি টীম ইণ্ডিয়াই?

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজিত হৈ ভাগ্যৰ দুৱাৰ মুকলি কৰিলে নেকি টীম ইণ্ডিয়াই?

1 hour ago
কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!

কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!

2 hours ago
অৱসৰৰ বয়স ৭০ বছৰলৈ বৃদ্ধিৰ প্ৰস্তুতি এইখন চৰকাৰৰ!

অৱসৰৰ বয়স ৭০ বছৰলৈ বৃদ্ধিৰ প্ৰস্তুতি এইখন চৰকাৰৰ!

3 hours ago
বাহনত নম্বৰ প্লেট ব্যৱহাৰৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল?

বাহনত নম্বৰ প্লেট ব্যৱহাৰৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল?

4 hours ago
হিন্দু ধৰ্মত পদুম ফুলৰ মহত্ব কিমান? কিয় লক্ষ্মী দেৱীৰ আসন হিচাপে ব্যৱহাৰ হয় পদুম?

হিন্দু ধৰ্মত পদুম ফুলৰ মহত্ব কিমান? কিয় লক্ষ্মী দেৱীৰ আসন হিচাপে ব্যৱহাৰ হয় পদুম?

5 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

২৩ জুনত ৫ ৰাশিয়ে পাব ভাল খবৰ, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

7 hours ago
Cocktail 2 হিট নে ফ্লপ? কৃতি আৰু শ্বাহিদলৈ কি আশা কৰে দৰ্শকে জানক

Cocktail 2 হিট নে ফ্লপ? কৃতি আৰু শ্বাহিদলৈ কি আশা কৰে দৰ্শকে জানক

7 hours ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

সঘনাই প্ৰস্ৰাৱ অনুভৱ? বিপদৰ পূৰ্বে আজিয়েই হওক সাৱধান!

8 hours ago
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

সম্পৰ্কত থাকিব একেই প্ৰেম, মাথোঁ কৰক এই কাম!

8 hours ago
“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer  ছিমৰনক?

“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer ছিমৰনক?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

editor by editor
April 17, 2026
in বাণিজ্য, বিবিধ, লেখা
0
ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!
0
SHARES
253
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাকঘৰত সঠিক পদ্ধতিত ধন জমা কৰি ভৱিষ্যতৰ বাবে এটা সঠিক সঞ্চয় কৰিব পাৰে। এই ডাকঘৰৰ আঁচনিখনত এবাৰ বিনিয়োগ কৰি প্ৰতিমাহে নিশ্চিত ৯,২৫০ টকা উপাৰ্জন কৰিব পাৰে। ডাকঘৰৰ মাহেকীয়া আয় আঁচনি এক উৎকৃষ্ট বিকল্প। এককালীন ধন বিনিয়োগ কৰিলে আপুনি ৭.৪% বাৰ্ষিক সুতৰ হাৰত প্ৰতিমাহে ৯,২৫০ টকা পৰ্যন্ত নিৰ্দিষ্ট আয় লাভ কৰিব পাৰিব। ৫ বছৰৰ ভিতৰত মেচিউৰিটিৰ পিছত আপোনাৰ সমগ্ৰ জমা ধন নিৰাপদে ঘূৰাই দিয়া হয়।

যদি আপুনি কোনো ধৰণৰ বিপদ নোহোৱাকৈ নিৰ্দিষ্ট মাহিলী আয় বিচাৰে, তেন্তে ডাকঘৰৰ মাহিলী আয় একাউণ্ট (POMIS) আপোনাৰ বাবে এক নিখুঁত স্থান। চৰকাৰে ৭.৪% বাৰ্ষিক উৎকৃষ্ট সুতৰ হাৰ আগবঢ়ায়। আটাইতকৈ ডাঙৰ কথাটো হ’ল শ্বেয়াৰ বজাৰ বৃদ্ধি হওক বা হ্ৰাস হওক, আপোনাৰ উপাৰ্জনৰ ওপৰত কোনো প্ৰভাৱ নপৰে। ১০০% চৰকাৰী নিশ্চয়তাৰে আপোনাৰ ধন সুৰক্ষিত থাকিব।

যদি আপুনি আপোনাৰ পত্নী বা আন কাৰোবাৰ সৈতে জইন একাউণ্ট খুলি ১৫ লাখ টকা এককালীন ধনত জমা কৰে তেন্তে ৭.৪% বাৰ্ষিক সুতৰ হাৰ হ’ব ১১১,০০০ টকা। এই ধনৰাশি ১২ মাহত ভাগ কৰিলে, আপুনি প্ৰতিমাহে সম্পূৰ্ণ ৯,২৫০ টকা লাভ কৰিব। ইফালে কেৱল ৯ লাখ টকা বিনিয়োগ কৰিলেও বছৰি ৬৬,৬০০ টকা সুত লাভ কৰিব।

৫ বছৰৰ বাবে এই আঁচনিখনত আপোনাৰ ধন জমা কৰিব লাগিব। কিন্তু চিন্তা নকৰিব, পাঁচ বছৰৰ সময়সীমা শেষ হ’লে আপুনি আপোনাৰ সমগ্ৰ জমা ধন (প্ৰিন্সিপাল) সম্পূৰ্ণৰূপে ঘূৰাই পাব। ইয়াৰ পিছত হয় টকাখিনি ঘৰলৈ লৈ যাব পাৰে, নহয় পাঁচ বছৰৰ পাছত একেখন আঁচনিতে পুনৰ বিনিয়োগ কৰি মাহিলী দৰমহা পুনৰ আৰম্ভ কৰিব পাৰে।

এই আঁচনিখন নিৰাপদ বিনিয়োগ বিচৰা প্ৰতিজন সাধাৰণ ভাৰতীয়ৰ বাবে। আপুনি এটা একাউণ্ট খুলিব পাৰে, বা তিনিজনলৈকে জইন একাউণ্ট চলাব পাৰে। তদুপৰি যদি আপোনাৰ ১০ বছৰৰ ওপৰৰ সন্তান আছে তেন্তে পিতৃ-মাতৃয়েও নিজৰ সন্তানৰ নামত, তেওঁলোকৰ তত্বাৱধানত একাউণ্ট খুলি নিজৰ ভৱিষ্যতৰ ভেটি স্থাপন কৰিব পাৰে।

একাউণ্ট খোলাটো অতি সহজ। আপুনি মাত্ৰ আপোনাৰ ওচৰৰ ডাকঘৰলৈ গৈ নিয়মীয়াকৈ সঞ্চয় একাউণ্ট খুলিব লাগিব। মনত ৰাখিব যে, চৰকাৰী নতুন নিয়ম অনুসৰি আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এলেহুৱাক দূৰ কৰাৰ ৮টা জাপানীজ কৌশল
জীৱনশৈলী

এলেহুৱাক দূৰ কৰাৰ ৮টা জাপানীজ কৌশল

June 22, 2026
কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?
অসম

কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?

June 22, 2026
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজিত হৈ ভাগ্যৰ দুৱাৰ মুকলি কৰিলে নেকি টীম ইণ্ডিয়াই?
বিনোদন

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজিত হৈ ভাগ্যৰ দুৱাৰ মুকলি কৰিলে নেকি টীম ইণ্ডিয়াই?

June 22, 2026
কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!
বিনোদন

কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!

June 22, 2026
Next Post
ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.