• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

2 months ago
এলেহুৱাক দূৰ কৰাৰ ৮টা জাপানীজ কৌশল

এলেহুৱাক দূৰ কৰাৰ ৮টা জাপানীজ কৌশল

22 minutes ago
কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?

কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?

1 hour ago
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজিত হৈ ভাগ্যৰ দুৱাৰ মুকলি কৰিলে নেকি টীম ইণ্ডিয়াই?

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজিত হৈ ভাগ্যৰ দুৱাৰ মুকলি কৰিলে নেকি টীম ইণ্ডিয়াই?

1 hour ago
কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!

কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!

2 hours ago
অৱসৰৰ বয়স ৭০ বছৰলৈ বৃদ্ধিৰ প্ৰস্তুতি এইখন চৰকাৰৰ!

অৱসৰৰ বয়স ৭০ বছৰলৈ বৃদ্ধিৰ প্ৰস্তুতি এইখন চৰকাৰৰ!

3 hours ago
বাহনত নম্বৰ প্লেট ব্যৱহাৰৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল?

বাহনত নম্বৰ প্লেট ব্যৱহাৰৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল?

4 hours ago
হিন্দু ধৰ্মত পদুম ফুলৰ মহত্ব কিমান? কিয় লক্ষ্মী দেৱীৰ আসন হিচাপে ব্যৱহাৰ হয় পদুম?

হিন্দু ধৰ্মত পদুম ফুলৰ মহত্ব কিমান? কিয় লক্ষ্মী দেৱীৰ আসন হিচাপে ব্যৱহাৰ হয় পদুম?

5 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

২৩ জুনত ৫ ৰাশিয়ে পাব ভাল খবৰ, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

7 hours ago
Cocktail 2 হিট নে ফ্লপ? কৃতি আৰু শ্বাহিদলৈ কি আশা কৰে দৰ্শকে জানক

Cocktail 2 হিট নে ফ্লপ? কৃতি আৰু শ্বাহিদলৈ কি আশা কৰে দৰ্শকে জানক

7 hours ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

সঘনাই প্ৰস্ৰাৱ অনুভৱ? বিপদৰ পূৰ্বে আজিয়েই হওক সাৱধান!

8 hours ago
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

সম্পৰ্কত থাকিব একেই প্ৰেম, মাথোঁ কৰক এই কাম!

8 hours ago
“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer  ছিমৰনক?

“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer ছিমৰনক?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

editor by editor
April 17, 2026
in বিনোদন, বিবিধ, লেখা
0
ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে
0
SHARES
187
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৬ চনটো যেন ৰণবীৰ কাপুৰৰ বাবে ভাল। এফালে নিতেশ তিৱাৰীৰ মেগা বাজেট ছবি ‘ৰামায়ণ’ক লৈ আকাশলংঘী উত্তেজনা, আনফালে বিশ্ব মঞ্চত বিপুল স্বীকৃতি। বিশ্ববিখ্যাত ‘টাইমছ মেগাজিন’ৰ বছৰৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাত জিলিকি আছে ৰণবীৰ কাপুৰৰ নাম। সুন্দৰ পিচাই বা বিকাশ খান্নাৰ দৰে লুমিনাৰীৰ সৈতে এই সন্মান লাভ কৰা একমাত্ৰ ভাৰতীয় অভিনেতা।

ৰণবীৰৰ সফলতাক লৈ উৎফুল্লিত আলিয়া ভাট। মন কৰিবলগীয়া যে দুবছৰ পূৰ্বে ২০২৪ চনত আলিয়াকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। এইবাৰ স্বামীৰ সফলতাক লৈ গৌৰৱান্বিত অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত ৰণবীৰৰ এখন ছবি শ্বেয়াৰ কৰি ৰনবীৰক মৰমেৰে ভৰাই তুলিলে। ৰণবীৰক ‘বেবী’ বুলি অভিহিত কৰি আলিয়াই লিখিছে, ‘তোমাক কিমান ধুনীয়া লাগিছে !’ স্বামীৰ এই বিশাল সফলতাৰ প্ৰতি এক মধুৰ শ্ৰদ্ধাঞ্জলিও সংযোজন কৰে।

ৰণবীৰৰ সফলতাৰ দিনটোত আলিয়াই স্বামীৰ পৰা কি বিচাৰিছিল সেই বিষয়ে অনুৰাগীসকলে কৌতুহলী হৈ পৰিছিল। আলিয়াই নিজৰ পোষ্টত ৰণবীৰৰ ছবিৰ কাষত ‘আইচক্ৰীম’ ইমোজি এটা দিয়ে। তেওঁৰ অনুৰাগীসকলে ভালদৰেই জানে যে আলিয়াই আইচক্ৰীম খাই ভাল পায়। গতিকে, ৰহাৰ পিতৃৰ এই বিশ্বজয় উদযাপনৰ বাবে আলিয়াই নিজেই এটা বিখ্যাত ব্ৰেণ্ডৰ আইচক্ৰীম খোৱাৰ সিদ্ধান্ত লৈছে।

অক্টোবৰ মাহত ডাঙৰ পৰ্দাত মুক্তি পাব ‘ৰামায়ণ’। ছবিখনৰ ভিএফএক্স আৰু ট্ৰিটমেণ্টক লৈ বিতৰ্কৰ মাজতো ৰনবীৰৰ ৰাম লুকত আপ্লুত হৈছে দৰ্শক। কোৱা বাহুল্য যে ছবিখন মুক্তিৰ সাত মাহৰ আগতে টাইমছৰ এই প্ৰভাৱশালী তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত হোৱাৰ ফলত ৰণবীৰৰ জনপ্ৰিয়তা নতুন স্তৰলৈ বৃদ্ধি পাইছে। এতিয়া চাওঁ ৰণবীৰে আলিয়াৰ এই আইচক্ৰীমৰ লোভ কেনেকৈ পূৰণ কৰে!

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এলেহুৱাক দূৰ কৰাৰ ৮টা জাপানীজ কৌশল
জীৱনশৈলী

এলেহুৱাক দূৰ কৰাৰ ৮টা জাপানীজ কৌশল

June 22, 2026
কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?
অসম

কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?

June 22, 2026
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজিত হৈ ভাগ্যৰ দুৱাৰ মুকলি কৰিলে নেকি টীম ইণ্ডিয়াই?
বিনোদন

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজিত হৈ ভাগ্যৰ দুৱাৰ মুকলি কৰিলে নেকি টীম ইণ্ডিয়াই?

June 22, 2026
কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!
বিনোদন

কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!

June 22, 2026
Next Post
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

দুই-তৃতীয়াংশ ভোট নাপালে চৰকাৰে, লোকসভাত খাৰিজ মহিলা সংৰক্ষণ সংশোধনী বিল

দুই-তৃতীয়াংশ ভোট নাপালে চৰকাৰে, লোকসভাত খাৰিজ মহিলা সংৰক্ষণ সংশোধনী বিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.