• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুই-তৃতীয়াংশ ভোট নাপালে চৰকাৰে, লোকসভাত খাৰিজ মহিলা সংৰক্ষণ সংশোধনী বিল

দুই-তৃতীয়াংশ ভোট নাপালে চৰকাৰে, লোকসভাত খাৰিজ মহিলা সংৰক্ষণ সংশোধনী বিল

6 months ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

28 minutes ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

2 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

2 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

3 hours ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

3 hours ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

4 hours ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

4 hours ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

5 hours ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

5 hours ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

7 hours ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

7 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দুই-তৃতীয়াংশ ভোট নাপালে চৰকাৰে, লোকসভাত খাৰিজ মহিলা সংৰক্ষণ সংশোধনী বিল

দুই-তৃতীয়াংশ ভোট নাপালে চৰকাৰে, লোকসভাত খাৰিজ মহিলা সংৰক্ষণ সংশোধনী বিল

editor by editor
April 18, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
দুই-তৃতীয়াংশ ভোট নাপালে চৰকাৰে, লোকসভাত খাৰিজ মহিলা সংৰক্ষণ সংশোধনী বিল
0
SHARES
80
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহিলা সংৰক্ষণ আৰু লোকসভাত আসনবৃদ্ধি সংক্ৰান্তিয় সংবিধান সংশোধনী বিল লোকসভাত পাছ নহ’ল৷ মুঠ তিনিখন বিল উত্থাপন কৰিছিল কেন্দ্ৰীয় চৰকাৰে৷ এই বিল পাছ কৰাৰ বাবে দুই তৃতীয়াংশ সমৰ্থনৰ দৰকাৰ আছিল কেন্দ্ৰীয় চৰকাৰৰ৷

এদিনীয়া ভোটদানত বিলৰ পক্ষে পৰে ২৯৮টা ভোট আৰু বিপক্ষে পৰে ২৩০টা ভোট৷ বিলখন পাছ কৰাবলৈ শাসক NDA ৰ প্ৰয়োজন আছিল ৩২৬টা ভোট৷ মুঠ ৪৮৯জন সাংসদে এই ভোটদানত অংশ লৈছিল৷ এই বিলৰ মূল লক্ষ্য আছিল নতুন জনগণনা অবিহনে ডিলিমিটেছন প্ৰক্ৰিয়া সম্পন্ন আৰু বিধানসভা আৰু সংসদত মহিলাসকলৰ সংৰক্ষণ কাৰ্যকৰ কৰা৷

পৰবৰ্তীত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজেজুৱে লোকসভাত বিলখন প্ৰত্যাহাৰ কৰে৷ তেওঁ কয়, ‘মহিলাসকলক অধিকাৰ দিয়া নহ’ল৷ এয়া খুবেই লজ্জাৰ বিষয়৷ কিন্তু আমি অধিকাৰ দিমেই৷ আমি প্ৰতিশ্ৰুতিবদ্ধ৷’

ইয়াৰপাছতেই লোকসভা অধিবেশন শনিবাৰে পুৱা ১১বজা পৰ্যন্ত চলিব বুলিও ঘোষণা কৰা হয়৷ নিয়ম অনুসৰি এই বিল আৰু ৰাজ্যসভালৈ নাযায়৷ এই সংক্ৰান্তত আৰু কোনো ভোটদানো নচলে৷ ইফালে বিলত সমৰ্থন নোপোৱাত ক্ষুদ্ধ হৈ পৰিছে একাধিক দল৷ মহিলা সাংসদসকলে বিৰোধীৰ বিৰুদ্ধে প্ৰতিবাদত সৰৱো হৈছে৷ সংসদৰ মকৰ দ্বাৰৰ পৰা এই বিক্ষোভ কৰ্মসূচীৰ সূচনা হয়৷ আজি অৰ্থাৎ ১৮ এপ্ৰিলৰ পৰা ইণ্ডিয়া জোঁটৰ অন্তৰ্ভূক্ত দলৰ নেতাসকলৰ ঘৰৰ সন্মুখত গৈ প্ৰতিবাদী কৰ্মসূচী চলোৱা হ’ব বুলিও জানিব পৰা গৈছে৷

ৰাহুল গান্ধীয়ে কয়, ‘সংশোধনী বিল খাৰিজ হৈছে৷ মহিলাসকলৰ নাম লৈ সংবিধান ভঙাৰ বাবে অসাংবিধানিক কৌশল ব্যৱহাৰ কৰা হৈছিল বিজেপিৰ তৰফৰ পৰা৷ সেয়া লোকসভাত মানি লোৱা নহ’ল৷ এয়া সংবিধানৰ জয়৷’

উল্লেখ্য যে এই বিলক লৈ বিৰোধীয়ে অপপ্ৰচাৰ কৰিছে৷ আগতে এই অভিযোগ কৰিছিল বিজেপিয়ে৷ খোদ প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত নিজৰ বক্তব্যত এই বিলক লৈ তথ্য দাঙি ধৰিছিল৷ মোদীয়ে কৈছিল, ‘মহিলাসকলৰ সংৰক্ষণ দিয়াৰ এই গুৰুত্বপূৰ্ণ সুযোগ আমি হাতৰ পৰা এৰি নিদিও৷ ৰাজনৈতিক দৃষ্টিভংগীৰ পৰা নাচাই জাতীয় স্বাৰ্থৰে এই বিল চাওক৷’

একেই সুৰত অমিত শ্বাহে সংসদক আশ্বস্ত কৰিছিল৷ জনাইছিল, লোকসভাত আসনৰ সংখ্যা ৫৪৩ৰ পৰা প্ৰায় ৮১৬ কৰা হলেও দক্ষিণৰ ৰাজ্যসমূহৰ বৰ্তমান প্ৰতিনিধিত্বই অক্ষুণ্ণ থাকিব বা সামান্য বৃদ্ধি পাব বুলি জনাইছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!
অপৰাধ

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

October 13, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

October 13, 2026
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

October 13, 2026
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!
জীৱনশৈলী

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

October 13, 2026
Next Post
অক্ষয় তৃতীয়াত কৃত্তিকা নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, মা লক্ষ্মীৰ আগমন হ’ব এই ৩ৰাশিৰ ঘৰত

অক্ষয় তৃতীয়াত কৃত্তিকা নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, মা লক্ষ্মীৰ আগমন হ’ব এই ৩ৰাশিৰ ঘৰত

শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.