• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ IIT, NIT আৰু IIIT-সমূহত বৃহৎসংখ্যক পোষ্টগ্ৰেজুৱেট আৰু PhDৰ আসন খালী!

দেশৰ IIT, NIT আৰু IIIT-সমূহত বৃহৎসংখ্যক পোষ্টগ্ৰেজুৱেট আৰু PhDৰ আসন খালী!

4 years ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

5 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

5 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

6 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

6 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

6 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

10 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

11 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

12 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

13 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

14 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

14 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

দেশৰ IIT, NIT আৰু IIIT-সমূহত বৃহৎসংখ্যক পোষ্টগ্ৰেজুৱেট আৰু PhDৰ আসন খালী!

editor by editor
February 10, 2022
in অসম, ভাৰত, শিক্ষা
0
দেশৰ IIT, NIT আৰু IIIT-সমূহত বৃহৎসংখ্যক পোষ্টগ্ৰেজুৱেট আৰু PhDৰ আসন খালী!
0
SHARES
130
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা এক তথ্যত দেশৰ উচ্চ শিক্ষাৰ এক উদ্বেগজনক ছবি পোহৰলৈ আহিছে৷

চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশৰ প্ৰযুক্তি বিদ্যাৰ উচ্চ শিক্ষানুষ্ঠানসমূহত পোষ্টগ্ৰেজুৱেট আৰু পিএইচডিৰ বৃহৎসংখ্যক আসন খালী হৈ আছে৷

বুধবাৰে ৰাজ্যসভাত কেন্দ্ৰীয় কণিষ্ঠ শিক্ষা মন্ত্ৰী সুভাষ চৰকাৰে কয় যে দেশৰ প্ৰযুক্তি বিদ্যাৰ উচ্চ শিক্ষানুষ্ঠান ক্ৰমে ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি, নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজি আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ ইনফ’ৰমেশ্যন টেকন’লজিসমূহত পোষ্টগ্ৰেজুৱেট আৰু পিএইচডিৰ বৃহৎসংখ্যক আসন খালী হৈ আছে৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাত প্ৰকাশ কৰা অনুসৰি ২০২০-২১ আৰু ২০২১০২২বৰ্ষত IITসমূহত ৩২২৯ আৰু ৩০৮৩ খন পোষ্টগ্ৰেজুৱেট, ১৭৭৯ আৰু ১৮৫২ খন পিএইচডিৰ আৰু NITসমূহত ২৪৮৭ আৰু ৩৪১৩ খন পোষ্টগ্ৰেজুৱেটৰ, ৬০০ আৰু ৯১৪ খন পিএইচডিৰ আৰু IIIT সমূহত ৪২৪ আৰু ৮১৩ খন পোষ্টগ্ৰেজুৱেট আৰু ৩৯৯ আৰু ৫২৭ খন পিএইচডিৰ আসন খালী হৈ আছে৷

বুধবাৰে প্ৰকাশ কৰা অনুসৰি ২০২০ -২১ আৰু ২০২১-২২ পোষ্টগ্ৰেজুৱেটসমূহৰ ভিতৰত MTech আৰু MScৰ খালী আসন আছে ক্ৰমে ২,৪৮৭ আৰু ৩,৪১৩ খন৷

দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহত এই বৃহৎসংখ্যক আসন খালী হৈ ৰোৱাৰ বাবে কাউন্সেলিঙৰ ব্যৱস্থাটোকহে জগৰীয়া কৰিছে শিক্ষা মন্ত্ৰী চৰকাৰে৷

ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই পিজি আৰু পিএইচডি কৰিবলৈ শিক্ষাৰ্থীসকল আগ্ৰহী নহয় নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী চৰকাৰে কয় যে দেশৰ অগ্ৰগতি হৈছে৷ উন্নত নিযুক্তিৰ বাবে স্নাতকোত্তৰ আৰু পিএইচডিৰ দৰে উচ্চ স্তৰৰ ডিগ্ৰীয়ে কিছু স্থবিৰতা আনে৷ উচ্চ শিক্ষা গ্ৰহণ বা গৱেষণা কৰি থকা সময়তে নিযুক্তি লাভ কৰিলে তেওঁলোকে পাঠ্যক্ৰম সম্পূৰ্ণ নকৰাকৈ ত্যাগ কৰে৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই বক্তব্য আগবঢ়ালেও বছৰি এইদৰে দেশৰ প্ৰযুক্তি বিদ্যাৰ উচ্চ শিক্ষানুষ্ঠানসমূহত বৃহৎসংখ্যক আসন খালী হৈ থকাটোৱে দেশৰ উচ্চ শিক্ষা খণ্ডৰ বাবে এক বৃহৎ ক্ষতি বুলিয়েই গণ্য কৰিব পাৰি৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalIIITIITNIT
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট
বিনোদন

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

June 20, 2026
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক
বিজ্ঞান

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

June 20, 2026
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা
বিনোদন

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

June 20, 2026
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প
বিশ্ব

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

June 20, 2026
Next Post
চাকৰি দিয়াৰ প্ৰলোভনেৰে কিশোৰীক ধৰ্ষণ; পত্নীসহ এক অভিযুক্তক গ্ৰেপ্তাৰ

চাকৰি দিয়াৰ প্ৰলোভনেৰে কিশোৰীক ধৰ্ষণ; পত্নীসহ এক অভিযুক্তক গ্ৰেপ্তাৰ

লখিমপুৰৰ কৃষক হত্যা : মূল অভিযুক্ত মন্ত্ৰীপুত্ৰৰ জামিন লাভ

লখিমপুৰৰ কৃষক হত্যা : মূল অভিযুক্ত মন্ত্ৰীপুত্ৰৰ জামিন লাভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.