• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

1 month ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

9 minutes ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

16 minutes ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

50 minutes ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

2 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

3 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

4 hours ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

5 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

6 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

6 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

7 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

7 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

অল ইণ্ডিয়া ইমাম এছ'চিয়েশ্যনৰ সভাপতিৰ অদ্ভুত মন্তব্য

editor by editor
July 11, 2026
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’
0
SHARES
126
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শেহতীয়াকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে এক ৰায়ত কৈছিল যে-মুছলমান সমাজতো ১৮ বছৰৰ তলৰ কন্যাৰ বিয়া আইন বিৰুদ্ধ। এনে ক্ষেত্ৰত POCSO Actৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। এলাহবাদ উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে কন্যা সন্তানৰ বিৱাহ সন্দৰ্ভত অল ইণ্ডিয়া ইমাম এছ’চিয়েশ্যনৰ সভাপতি মৌলানা ছাজিদ ৰছিদীয়ে কৰা এক অদ্ভুত মন্তব্যই দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। অল ইণ্ডিয়া ইমাম এছ’চিয়েশ্যনৰ দৰে সংস্থা এটাৰ সভাপতিৰ দায়িত্বত থকাৰ পিছতো ৰছিদীয়ে কৰা মন্তব্যটোত কন্যা সন্তানৰ অধিকাৰ খৰ্ব হোৱাৰ উপৰিও ৰছিদীৰ ঠেক মানসিকতা প্ৰকাশ পাইছে বুলি দেশৰ বিভিন্ন প্ৰান্তত সমালোচনাত মুখৰ হৈছে নেতা-পালিনেতাৰ উপৰিও সাধাৰণ লোক।

কি কৈছিল মৌলানা ছাজিদ ৰছিদীয়ে?

এলাহবাদ উচ্চ ন্যায়ালয়ৰ ৰায়টোৰ পিছতে মৌলানা ছাজিদ ৰছিদীয়ে কৰা অদ্ভুত আৰু বিতৰ্কিত মন্তব্যটো আছিল এনেধৰণৰ- ‘কন্যা সন্তানে দেৰিকৈ বিয়া হোৱাৰ বাবেই ধ*ৰ্ষণৰ দৰে অপৰাধ বৃদ্ধি পাইছে। যদি কন্যাসকলৰ সুৰক্ষা নিশ্চিত কৰিব বিচাৰে, তেন্তে তেওঁলোকৰ বিয়া সময়মতে কৰাই দিয়ক।’
ৰছিদীৰ এই বিতৰ্কিত মন্তব্যৰ পিছতে তীব্ৰ সমালোচনাত মুখৰ হৈ পৰিছে দেশৰ কেইবাজনো বিজেপি নেতা। ঝাৰখণ্ড বিধানসভাৰ বিৰোধী দলপতি বাবুলাল মৰাণ্ডীয়ে ৰছিদীক উদ্দেশ্যি কয়,-‘যিসকলে সংবিধান অনুসৰি চলিব নিবিচাৰে, তেওঁলোকে দেশ এৰি যাব লাগে।’ আনহাতে বিজেপি নেতা চৈয়দ শ্বাহনৱাজ হুছেইনে কয়, ‘এই মন্তব্য অত্যন্ত দুৰ্ভাগ্যজনক। আমি ইয়াৰ কঠোৰ নিন্দা কৰোঁ। এনে বক্তব্যই সমগ্ৰ সম্প্ৰদায়ক বদনাম কৰে। ৰছিদীয়ে এনে মন্তব্যৰ বাবে ক্ষমা খোজা উচিত।’

বিতৰ্কৰ পিছত মন্তব্যটো সন্দৰ্ভত ৰছিদীৰ ব্যাখ্যা

ৰছিদীয়ে কৰা মন্তব্যটোৰ পিছতে আৰম্ভ হোৱা বিতৰ্কত তীব্ৰ ৰূপ লোৱাৰ পিছতে মৌলানা ছাজিদ ৰছিদীয়ে নিজৰ স্থিতি স্পষ্ট কৰে। ৰছিদীয়ে নিজৰ মন্তব্যৰ স্পষ্টীকৰণ দি কয় যে- বৰ্তমান সমাজত এনে বহু আইন প্ৰচলিত হৈছে য’ত একে লিংগৰ দুজন ব্যক্তিয়ে বিয়া কৰিব পাৰে বা বিৱাহিত মহিলাও আন এজন পুৰুষৰ সৈতে বসবাস কৰিব পাৰে। এনে পৰিস্থিতিত যদি কোনোবাই কন্যাসকলক সম্ভাব্য যৌ*ন অপৰাধৰ আশংকাৰ পৰা সুৰক্ষিত ৰাখিবলৈ বিচাৰে তেনে লোককহে নিজৰ কন্যা সন্তানক সোনকালে বিয়া দিয়াৰ পৰামৰ্শ দিয়া বুলি মন্তব্য কৰে ৰছিদীয়ে।

বিতৰ্কবোৰৰ পিছতে ৰছিদীয়ে কয়, “মোৰ বক্তব্যৰ ভুল বাখ্যা কৰা হৈছে। মই কেৱল বৰ্তমানৰ সামাজিক বাস্তৱতাৰ কথাহে কৈছিলোঁ।” ৰছিদীয়ে দাবী কৰে যে তেওঁ কোনো ৰাজনৈতিক উদ্দেশ্যেৰে নহয়, সামাজিক সংস্কাৰৰ স্বাৰ্থতেই এই মন্তব্য কৰিছিল। তেওঁৰ মতে, “শ্বৰীয়ত বা আন যিকোনো ধৰ্মত যি ভাল কথা কোৱা হৈছে, সেয়া মানি চলাত আপত্তি ক’ত? ইছলামত কোৱা হৈছে যে কন্যা প্ৰাপ্তবয়স্ক হোৱাৰ পিছত সময় মতে বিয়া কৰাই দিয়া উচিত।” নিজৰ বক্তব্যৰ সমৰ্থন কৰি ৰছিদীয়ে কয় যে ঝাৰখণ্ড, অসম, বিহাৰ, ত্ৰিপুৰা, মধ্যপ্ৰদেশ আৰু ৰাজস্থান আদি কেইবাখনো ৰাজ্যত এতিয়াও বাল্য বিৱাহৰ ঘটনা দেখা যায়। বহু পৰিয়ালে কম বয়সতে, বিশেষকৈ অশিক্ষিত কন্যাসকলক বিয়া কৰোৱাই দিয়ে। তেওঁ কয়, “সমাজত এই বাস্তৱ চিত্ৰ এতিয়াও আছে। ইছলামেও প্ৰাপ্তবয়স্ক হোৱাৰ পিছত সময়মতে বিয়া দিয়াৰ পৰামৰ্শ দিয়ে।” শেষত ৰছিদীয়ে স্পষ্টকৈ কয়, “মই কেতিয়াও ১৮ বছৰৰ তলৰ কন্যাৰ বিয়াৰ সমৰ্থন কৰা নাই। মোৰ বক্তব্যক বিকৃত কৰি প্ৰচাৰ কৰা হৈছে।”
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24girl marriage
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?
ভাৰত

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

August 19, 2026
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!
বাণিজ্য

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

August 19, 2026
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য
বাণিজ্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

August 19, 2026
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’
বিনোদন

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

August 19, 2026
Next Post
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.