• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশাটো পাৰ হ’লেই মৌনী অমাবস্যা, কেনেকৈ পূজা কৰিলে সুফল পাব? জানক স্নান আৰু দানৰ সঠিক মুহূৰ্ত

নিশাটো পাৰ হ’লেই মৌনী অমাবস্যা, কেনেকৈ পূজা কৰিলে সুফল পাব? জানক স্নান আৰু দানৰ সঠিক মুহূৰ্ত

2 years ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

1 hour ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

2 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

2 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

3 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

4 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

4 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

5 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

6 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

6 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

7 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

8 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিশাটো পাৰ হ’লেই মৌনী অমাবস্যা, কেনেকৈ পূজা কৰিলে সুফল পাব? জানক স্নান আৰু দানৰ সঠিক মুহূৰ্ত

নিশাটো পাৰ হ’লেই মৌনী অমাবস্যা, কেনেকৈ পূজা কৰিলে সুফল পাব? জানক স্নান আৰু দানৰ সঠিক মুহূৰ্ত

editor by editor
January 28, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
নিশাটো পাৰ হ’লেই মৌনী অমাবস্যা, কেনেকৈ পূজা কৰিলে সুফল পাব? জানক স্নান আৰু দানৰ সঠিক মুহূৰ্ত
0
SHARES
449
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৪৪ বছৰ পাছত প্ৰয়াগৰাজত আয়োজিত হৈছে মহাকুম্ভ৷ কুম্ভমেলাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অমৃতস্নানৰ তাৰিখ পৰিছে কাইলৈ৷ ২৯ জানুৱাৰীত পালিত হ’ব মৌনী অমাবস্যা৷ এই দিনটোত গংগাৰ পানী অমৃতত পৰিণত হয়৷ সেয়ে হিন্দুধৰ্ম অনুসৰি মৌনী অমাবস্যাত পূণ্যস্নান বিশেষ মাহাত্ম্যপূৰ্ণ৷ কোটি কোটি পূণ্যাৰ্থীয়ে কাইলৈ মহাকুম্ভত পূণ্যস্নান কৰিব৷ স্নান অবিহনেও এইদিনটোত প্ৰয়াত পিতৃপুৰুষৰ নামত তৰ্পণ আৰু দান কৰাৰো ৰীতি প্ৰচলিত আছে৷

মৌনী অমাবস্যাত মৌনতা পালন

বৈদিক পঞ্জিকা অনুসৰি মাঘ মাহৰ অমাবস্যা তিথি, অৰ্থাৎ মাঘী অমাবস্যাৰ দিনটোত মৌনী অমাবস্যা পালন কৰা হয়৷ এইদিনটোত উপবাসে থাকি স্নান কৰে বহুজনে৷ ইয়াৰোপৰি মৌনী অমাবস্যাত মৌনতা বজাৰ ৰখাৰো ৰীতি প্ৰচলিত আছে৷ এই দিনটোত যিমান পাৰি সিমান মৌনতা বজায় ৰাখিলে মানসিক শান্তি লাভ কৰা সম্ভৱ৷ সূৰ্যদেৱ আৰু প্ৰয়াত পূৰ্বপুৰুষৰ নামেৰে পূজা কৰাৰ বাবেই এই দিনটো মাহাত্ম্যপূৰ্ণ৷

মৌনী অমাবস্যাৰ শুভ সময়

পঞ্জিকা অনুসৰি মাঘী অমাবস্যা পৰিছে ২৮ জানুৱাৰী ২০২৫ মঙলবাৰৰ সন্ধিয়া ৭ বাজি ৩২ মিনিটত৷ অমাবস্যা এৰিব ২৯ জানুৱাৰী ২০২৫ৰ সন্ধিয়া ৬ বাজি ৫ মিনিটত৷ মৌনী অমাবস্যাত ব্ৰাহ্ম মুহূৰ্ত থাকিব ২৯ জানুৱাৰী পুৱা ৫ বাজি ২৫ মিনিটৰ পৰা পুৱা ৬ বাজি ১৮ মিনিট পৰ্যন্ত৷

মৌনী অমাবস্যাৰ মাহাত্ম্য

মৌনী অমাবস্যাত গংগাস্নানৰ বিশেষ মাহাত্ম্য আছে৷ প্ৰচলিত বিশ্বাস অনুসৰি এই দিনটোত গংগাৰ পানী অমৃতত পৰিণত হয়৷ এই দিনটোতেই মনুৰ জন্ম হৈছিল বুলি পুৰাণত উল্লেখ আছে৷ মনুৰ নামৰ পৰাই এই তিথি মৌনী অমাবস্যা নামেৰে পৰিচিত বুলি বহুতৰেই ধাৰণা৷ এই দিনটোত উপবাসে থাকি মৌনতা পালন কৰিলে বাকসিদ্ধি অৰ্জন কৰা যায় বুলি ধাৰণা কৰা হয়৷

মৌনী অমাবস্যাৰ পূজাৰ বিধি

মৌনী অমাবস্যাৰ দিনা ব্ৰাহ্ম মুহূৰ্তত বিচনা এৰক৷ এইদিনটোত গংগাস্নান কৰিব পাৰিলে সকলোতকৈ ভাল৷ এয়া সম্ভৱ নহলে নিজৰ স্নানৰ পানীত অলপ গংগাজল মিহলাই লওক৷ স্নানৰ পাছত সূৰ্য প্ৰণাম কৰক৷ ১০৮ বাৰ তুলসী গছক প্ৰদক্ষিণ কৰক৷ ইয়াৰপাছতেই দৰিদ্ৰক নিজৰ ক্ষমতা অনুসৰি খাদ্য বস্ত্ৰ দান কৰক৷ মৌনী অমাবস্যাত মৌনতা বজায় ৰাখিলে শুভ ফল পোৱা যায়৷ দিনজুৰি মৌন থকাটো যদি সম্ভৱ নহয় তেন্তে এইদিনটোত কাকো বেয়াকৈ নক’ব৷ যিমান পাৰে সিমান নম্ৰভাৱে কথা পাতক৷

মৌনী অমাবস্যাৰ উপায়

পূৰ্বপুৰুষৰ আশীৰ্বাদ পাবলৈ মৌনী অমাবস্যাত হালধীয়া ৰঙৰ পোছাক পিন্ধক আৰু নিজৰ পূৰ্বপুৰুষৰ নামত ধ্যান কৰক৷ এইদিনটোত পুৱা পানীৰ সৈতে অলপ হালধি মিহলাই ঘৰৰ মূল দুৱাৰত ছটিয়াই দিয়ক৷ তাৰ পূৰ্বে দুৱাৰৰ চৌকাঠ ভালকৈ পৰিষ্কাৰ কৰি লওক৷ ইয়াৰ ফলত পজিটিভ এনাৰ্জি ঘৰত প্ৰৱেশ কৰিব৷ মৌনী অমাবস্যাত নাৰায়ণৰ পূজা কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা
অপৰাধ

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

September 22, 2026
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন
জীৱনশৈলী

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

September 22, 2026
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল
অপৰাধ

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

September 22, 2026
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী
ৰাজনীতি

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

September 22, 2026
Next Post
১২ মাহৰ বাবে ৪লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

১২ মাহৰ বাবে ৪লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

২৯ জানুৱাৰীত সিদ্ধি লাভ কৰিব ৫ৰাশিৰ জাতকে, তালিকাত আছেনে আপুনি?

২৯ জানুৱাৰীত সিদ্ধি লাভ কৰিব ৫ৰাশিৰ জাতকে, তালিকাত আছেনে আপুনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.