• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
MCD নিৰ্বাচনত বিজেপিৰ পৰাজয়! বিজেপি ব্যৰ্থ হোৱাৰ প্ৰধান ৫টা কাৰণ…

MCD নিৰ্বাচনত বিজেপিৰ পৰাজয়! বিজেপি ব্যৰ্থ হোৱাৰ প্ৰধান ৫টা কাৰণ…

4 years ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

26 minutes ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

58 minutes ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

1 hour ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

2 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

3 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

4 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

5 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

6 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

14 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

14 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

15 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

MCD নিৰ্বাচনত বিজেপিৰ পৰাজয়! বিজেপি ব্যৰ্থ হোৱাৰ প্ৰধান ৫টা কাৰণ…

editor by editor
December 7, 2022
in ভাৰত, ৰাজনীতি
0
MCD নিৰ্বাচনত বিজেপিৰ পৰাজয়! বিজেপি ব্যৰ্থ হোৱাৰ প্ৰধান ৫টা কাৰণ…
0
SHARES
356
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দিল্লী MCD নিৰ্বাচনৰ ফলাফল ঘোষণা৷ আম আদমী পাৰ্টীয়ে বিজেপিৰ ১৫ বছৰীয়া শাসনক উৎখাত কৰি নিজৰ দখললৈ আনিলে দিল্লীৰ শাসনৰ গাদী৷ দিল্লীত আম আদমী পাৰ্টীয়ে এমচিডি নিৰ্বাচনত বিপুল ভোটত জয়লাভ কৰিছে৷ বিজেপি দলেও দিল্লীৰ এই নিৰ্বাচনত নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে চেষ্টা কৰিও সফল হ’ব নোৱাৰিলে৷ বিজেপি, কংগ্ৰেছেও তেওঁলোকৰ নিজা বিজয় দাবী কৰিছিল দিল্লীৰ এই নিৰ্বাচনত। কিন্তু সকলো দাবীৰ বিপৰীতে, প্ৰথমবাৰৰ বাবে, এমচিডিত আম আদমী পাৰ্টিৰ নিজা মেয়ৰ থাকিব। কিন্তু ইমান কেইগৰাকী হাইপ্ৰফাইল নেতাই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছতো কিয় বিজেপিয়ে লাভ কৰিব নোৱাৰিলে সংখ্যাগৰিষ্ঠতা? এই বিষয়টোৱে এতিয়া দেশজুৰি লাভ কৰিছে চৰ্চা৷

বিজেপিৰ পৰাজয়ৰ কাৰণসমূহ

বিজেপি দলে ১৫ বছৰ ধৰি MCD-ত আছিল। বিজেপিয়ে তেওঁলোকৰ সন্মাুখত আপ নগণ্য বুলি গণ্য কৰিছিল৷ বহুদিন ধৰি বিজেপিৰ সাসনত থাকি দিল্লীবাসীয়েও কিছু পৰিবৰ্তন বিচাৰিছিল যাৰবাবে এইবাৰ দিল্লীবাসীয়ে আম আদমী পাৰ্টিক সুযোগ দিয়ে৷ আৱৰ্জনা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়বোৰক লৈয়েই বিজেপি আৰু আম আদমী পাৰ্টিৰ মাজৰ মূল ভোটযুদ্ধ চলিছিল৷ গাজীপুৰত আৱৰ্জনাৰ পাহাৰ, ৰাস্তাৰ দুৰাৱস্থা, যমুনা নদীত আৱৰ্জনা আদি বিষয়বোৰেও নিৰ্বাচনত বিজেপিৰ যথেষ্ট ক্ষতি সাধন কৰিছিল।

দিল্লীত অত্যাধিক ভিৰৰ সমস্যাটোৱে দিল্লীবাসীক সদায়ে অতিষ্ঠ কৰি আহিছে৷ অত্যাধিক ব্যৱসায়ীকৰণ, অবৈধ নিৰ্মাণ আৰু এমচিডিয়ে কাম কৰাৰ ধৰণে, বিশেষকৈ পুৰণি দিল্লী অঞ্চলৰ ঠেক পথক লৈ হতাশাত ভূগিছিল দিল্লীবাসী৷ এই কাৰণবোৰৰ বাবে বিজেপিয়ে এইবাৰ শাসনৰ গাদীৰ পৰা আঁতৰিব লগা হ’ল বুলি বহুতেই দাবী কৰিছে৷

দিল্লীত পাৰ্কিঙৰ সমস্যা অতি ভয়াৱহ সমস্যা৷ এক প্ৰতিবেদন অনুসৰি, দিল্লীত প্ৰতিদিনে গড়ে ৫৪৮ খন বাহন পঞ্জীয়ন কৰা হয়। ইয়াৰ ফলত, পাৰ্কিং লটত পাৰ্কিং কৰাটো জনতাৰ বাবে গুৰুত্বপূৰ্ণ সমস্যা হৈ পৰিছে৷ এই সমস্যাইয়ো দিল্লীবাসীক নতুন বিকল্পৰ বিষয়ে ভাবিবলৈ বাধ্য কৰে।

দিল্লীত প্ৰদূষণৰ সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ বিজেপি আৰু আম আদমী পাৰ্টীয়ে ইয়াৰ বাবে ইটো দলে আনটো দলক দোষাৰোপ কৰি আহিছে। আপে এমচিডিক দোষাৰোপ কৰে, আনহাতে বিজেপিয়ে দোষাৰোপ কৰে আপক৷ এই বাকযুদ্ধৰ মাজতেই প্ৰদূষণৰ বাবে সমস্যাৰ সন্মুখীন হৈ আহিছে দিল্লীবাসীয়ে৷ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এমচিডিয়ে কোনো কাৰ্যপন্থা হাতত নোলোৱাৰ বাবেই বিজেপিৰ পৰাজয় ঘটা বুলিও একাংশ ৰাজনৈতিক বিশ্লেষকে দাবী কৰিছে।

দিল্লীৰ বিদ্যালয়সমূহৰ উন্নত অৱস্থা আৰু বিদ্যুৎ আৰু পানীৰ ওপৰত আম আদমী পাৰ্টিৰ ৰাজসাহায্যই আম আদমী পাৰ্টিক এই নিৰ্বাচনত জয়লাভ কৰাৰ বাবে পথ মসৃণ কৰি দিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ
ভাৰত

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

October 14, 2026
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?
প্ৰযুক্তি

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

October 13, 2026
Next Post
জনতাক উদ্দেশ্যি কেজৰিৱালে ক’লে, ‘লাভ ইউ টু’! নিৰ্বাচনত জয়ী হৈয়েই, প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদ বিচাৰিলে অৰবিন্দ কেজৰিৱালে…

জনতাক উদ্দেশ্যি কেজৰিৱালে ক’লে, 'লাভ ইউ টু’! নিৰ্বাচনত জয়ী হৈয়েই, প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদ বিচাৰিলে অৰবিন্দ কেজৰিৱালে...

বিমান দুৰ্ঘটনা! মৃত্যু নিশ্চিত জানি ইনষ্টাগ্ৰামত ভিডিঅ’যোগে বিদায় মাগিলে তৰুণীয়ে…

বিমান দুৰ্ঘটনা! মৃত্যু নিশ্চিত জানি ইনষ্টাগ্ৰামত ভিডিঅ’যোগে বিদায় মাগিলে তৰুণীয়ে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.