• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হানিমুন হত্যাকাণ্ডঃ দ্বিতীয় মঙ্গলসূত্ৰৰ সন্ধান পালে আৰক্ষীয়ে, স্বামীৰ মৃত্যুৰ পাছতেই প্ৰেমিক ৰাজৰ সৈতে বিবাহ সোনমৰ!

হানিমুন হত্যাকাণ্ডঃ দ্বিতীয় মঙ্গলসূত্ৰৰ সন্ধান পালে আৰক্ষীয়ে, স্বামীৰ মৃত্যুৰ পাছতেই প্ৰেমিক ৰাজৰ সৈতে বিবাহ সোনমৰ!

1 year ago
পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

33 minutes ago
৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

1 hour ago
পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

2 hours ago
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

3 hours ago
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

4 hours ago
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

5 hours ago
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

6 hours ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

14 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

14 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

14 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

14 hours ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হানিমুন হত্যাকাণ্ডঃ দ্বিতীয় মঙ্গলসূত্ৰৰ সন্ধান পালে আৰক্ষীয়ে, স্বামীৰ মৃত্যুৰ পাছতেই প্ৰেমিক ৰাজৰ সৈতে বিবাহ সোনমৰ!

হানিমুন হত্যাকাণ্ড: দ্বিতীয় মঙ্গলসূত্রের হদিশ পুলিশের, স্বামীর মৃত্যুর পরই প্রেমিক রাজকে বিয়ে সোনমের?

editor by editor
July 4, 2025
in জীৱনশৈলী
0
হানিমুন হত্যাকাণ্ডঃ দ্বিতীয় মঙ্গলসূত্ৰৰ সন্ধান পালে আৰক্ষীয়ে, স্বামীৰ মৃত্যুৰ পাছতেই প্ৰেমিক ৰাজৰ সৈতে বিবাহ সোনমৰ!
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৱল প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা কৰাই নহয়. স্বামী ৰাজাৰ মৃত্যুৰ পাছত প্ৰেমিক ৰাজৰ সৈতে বিবাহপাশতো আৱদ্ধ হৈছে সোনম ৰঘুবংশী৷ মেঘালয় হানিমুন হত্যাকাণ্ডৰ নতুন নতুন তথ্য ইতিমধ্যেই পোহৰলৈ আহিছে৷ ৰাজাৰ ককায়েক বিপিন ৰঘুবংশীয়ে দাবী কৰিছে যে তেওঁৰ ভায়েকক হত্যা কৰাৰ পাছতেই প্ৰেমিক ৰাজ কুশৱাহাক বিয়া কৰাইছে সোনমে৷

প্ৰকৃততে মেঘালয় আৰক্ষীয়ে হানিমুন হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ গৈ দ্বিতীয় এক মঙ্গলসূত্ৰৰ সন্ধান পাইছে৷ ৰাজা ৰঘুবংশীৰ ককায়েক বিপিন ৰঘুবংশীৰ দাবী, ‘আৰক্ষীয়ে দ্বিতীয় যি মঙ্গলসূত্ৰ উদ্ধাৰ কৰিছে সেয়া সম্ভৱত ৰাজ আৰু সোনমৰ বিবাহৰ প্ৰতীক৷ সোনমৰ কাষত দুটা মঙ্গলসূত্ৰ পোৱা গৈছে৷ প্ৰথমটো তেওঁৰ পৰিয়ালৰ পৰা উপহাৰ পোৱা৷ আৰু দ্বিতীয়টো ৰাজ কুশৱাহাই দিয়া৷ বিপিনে কৈছে, ‘ৰাজাক হত্যা কৰাৰ পাছত ৰাজ আৰু সোনমে যেতিয়া আত্মগোপন কৰিলে তেতিয়াই তেওঁলোকে বিয়া কৰাইছে৷’

উল্লেখ্য যে বিগত ২০ মে’ত মধুচন্দ্ৰিমাত মেঘালয়লৈ ফুৰিবলৈ গৈছিল নৱদম্পতি ৰাজা ৰঘুবংশী আৰু সোনম ৰঘুবংশী৷ ২৩ মে চেৰাপুঞ্জিত উপস্থিত হোৱাৰ পাছত নিখোঁজ হৈ যায় দম্পতি৷ এই ঘটনাৰ ১১ দিন পাছতেই জলপ্ৰপাতৰ খাদৰ পৰা উদ্ধাৰ হয় ৰাজাৰ দেহ৷ তেওঁলোকে সন্ধান পোৱা নাছিল সোনমৰ৷ ইয়াৰ মাজতেই গাজিপুৰৰ পৰা ঘৰলৈ ফোন কৰে সোনমে৷ এই ফোনৰ সূত্ৰ ধৰি তেওঁক আটক কৰি সোধপোছ কৰে আৰক্ষীয়ে৷ ইয়াৰপাছতেই সোনমৰ বক্তব্যত বিসংগতি ধৰা পৰাত তেওঁক গ্ৰেপ্তাৰ কৰা হয়৷

আৰক্ষীৰ অনুমান, প্ৰেমিকৰ সৈতে ঘৰ সজাৰ লক্ষ্যৰে স্বামী ৰাজাৰ হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল সোনমে৷ সেই কামত তেওঁক সহায় কৰি আহিছে প্ৰেমিক ৰাজে৷ ৰাজৰ কেইবাজনো সহযোগীয়ে মিলি হত্যা কৰিছে ৰাজাক৷ সেই কামৰ বাবে ৰাজে সহযোগীসকলক ধনো দিছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?
জীৱনশৈলী

পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

October 9, 2026
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!
ভাৰত

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

October 9, 2026
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ
জীৱনশৈলী

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

October 9, 2026
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ
জীৱনশৈলী

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

October 9, 2026
Next Post
কুবেৰ দেৱৰ প্ৰিয় এই ৪ৰাশি, যাৰ জীৱনত কাহানিও সম্পদৰ অভাৱ নহয়, অৰ্থকষ্টও নহয় এই জাতকৰ

কুবেৰ দেৱৰ প্ৰিয় এই ৪ৰাশি, যাৰ জীৱনত কাহানিও সম্পদৰ অভাৱ নহয়, অৰ্থকষ্টও নহয় এই জাতকৰ

জুলাইত কেতুৰ নক্ষত্ৰ সলনিয়ে ৩ ৰাশিৰ শুই থকা ভাগ্যক জগাই তুলিব, আছে অৰ্থলাভৰ বিশেষ যোগ

জুলাইত কেতুৰ নক্ষত্ৰ সলনিয়ে ৩ ৰাশিৰ শুই থকা ভাগ্যক জগাই তুলিব, আছে অৰ্থলাভৰ বিশেষ যোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.