• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেহুল চোকচিৰ প্ৰত্যৰ্পণৰ নথি-পত্ৰৰ সৈতে ডমিনিকাত ভাৰতৰ বিমান

মেহুল চোকচিৰ প্ৰত্যৰ্পণৰ নথি-পত্ৰৰ সৈতে ডমিনিকাত ভাৰতৰ বিমান

5 years ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

2 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

3 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

3 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

4 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

5 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

5 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

6 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

7 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

8 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

9 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মেহুল চোকচিৰ প্ৰত্যৰ্পণৰ নথি-পত্ৰৰ সৈতে ডমিনিকাত ভাৰতৰ বিমান

editor by editor
May 30, 2021
in অপৰাধ, অসম, বাণিজ্য, বিশ্ব, ভাৰত
0
মেহুল চোকচিৰ প্ৰত্যৰ্পণৰ নথি-পত্ৰৰ সৈতে ডমিনিকাত ভাৰতৰ বিমান
0
SHARES
487
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ভাৰতৰ পৰা ব্যক্তিগত বিমানযোগে ডমিনিকালৈ মেহুল চোকচিৰ প্ৰত্যৰ্পণৰ নথি-পত্ৰ। পলাতক ভাৰতীয় ব্যৱসায়ী মেহুল চোকচিৰ ভাৰতৰ পৰা প্ৰত্যৰ্পণ সন্দৰ্ভত নিশ্চিত কৰিলে এণ্টিগুৱা আৰু বাৰ্বোডাৰ প্ৰধানমন্ত্ৰী গেষ্টন ব্ৰাউনে। এতিয়াৰে পৰা ডমিনিকা আৰক্ষীৰ জিম্মাত থাকিব মেহুল চোকচি। ডমিনিকাৰ এক ৰেডিঅ’ অনুষ্ঠানৰ জৰিয়তে গেষ্টন ব্ৰাউনে স্পষ্ট কৰে এই কথা। বিমানৰ জৰিয়তে মেহুল চৌকচিৰ প্ৰত্যৰ্পণৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ অনা হৈছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইণ্টাৰপ’লৰ ৰেড কৰ্ণাৰ ন’টিচ লাভ কৰা এগৰাকী বিতৰ্কিত ব্যৱসায়ী মেহুল চোকচি। মেহুল চোকচি মূলতঃ ভাৰতীয় নাগৰিক কিন্তু ভাৰতীয় আইনৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যেই এণ্টিগুৱাৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল ব্যৱসায়ীগৰাকীয়ে। ১৩,৫০০ কোটি টকাৰ বেংক ঋণ জালিয়াতিৰ অপৰাধত অভিযুক্ত মেহুল চোকচি। ২০১৮ চনৰ পৰাই এণ্টিগুৱাত বসবাস কৰি আছে চোকচিয়ে। কিন্তু কিছুদিন পূৰ্বে এণ্টিগুৱাৰ পৰাও নিৰুদ্দিষ্ট হোৱাৰ পাছত ২৬ মে’ত ডমিনিকাত গ্ৰেপ্তাৰ কৰা হৈছিল চোকচিক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: antiguanasom live 24assam live 24axom live 24gaston brownemehul choksi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!
বাণিজ্য

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

September 10, 2026
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!
প্ৰযুক্তি

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

September 10, 2026
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক
বিশ্ব

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

September 9, 2026
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
Next Post
কেন্দ্ৰৰ নতুন ডিজিটেল নীতি অনুসৰি বেৱচাইট আপডেট গুগল-ফেচবুকৰ

কেন্দ্ৰৰ নতুন ডিজিটেল নীতি অনুসৰি বেৱচাইট আপডেট গুগল-ফেচবুকৰ

ক’ৰোনা সংকট মোদী চৰকাৰৰ সর্ববৃহৎ ব্যর্থতা

ক’ৰোনা সংকট মোদী চৰকাৰৰ সর্ববৃহৎ ব্যর্থতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.