• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষ দৰ্জীয়ে ল’ব নোৱাৰিব মহিলাৰ পোছাকৰ মাপ! পুৰুষ নাপিতে কাটিব নোৱাৰিব মহিলাৰ চুলি, কোন ৰাজ্যত এই নতুন নিয়ম?

পুৰুষ দৰ্জীয়ে ল’ব নোৱাৰিব মহিলাৰ পোছাকৰ মাপ! পুৰুষ নাপিতে কাটিব নোৱাৰিব মহিলাৰ চুলি, কোন ৰাজ্যত এই নতুন নিয়ম?

1 year ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

10 minutes ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

40 minutes ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

1 hour ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

16 hours ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

17 hours ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

18 hours ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

19 hours ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

19 hours ago
সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

20 hours ago
৬ ফেব্ৰুৱাৰীত গঠন হ’ব শুক্ৰাদিত্য ৰাজযোগ, ৪ৰাশিৰ জীৱনলৈ আহিছে শুভ সময়

৬ ফেব্ৰুৱাৰীত গঠন হ’ব শুক্ৰাদিত্য ৰাজযোগ, ৪ৰাশিৰ জীৱনলৈ আহিছে শুভ সময়

21 hours ago
প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

22 hours ago
শনি-শুক্ৰৰ মিলনত অৰ্ধকেন্দ্ৰ ৰাজযোগ, সকলোকে হৰুৱাই ৰজাৰ আসনত বহিব ৫ৰাশি

শনি-শুক্ৰৰ মিলনত অৰ্ধকেন্দ্ৰ ৰাজযোগ, সকলোকে হৰুৱাই ৰজাৰ আসনত বহিব ৫ৰাশি

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুৰুষ দৰ্জীয়ে ল’ব নোৱাৰিব মহিলাৰ পোছাকৰ মাপ! পুৰুষ নাপিতে কাটিব নোৱাৰিব মহিলাৰ চুলি, কোন ৰাজ্যত এই নতুন নিয়ম?

পুৰুষ দৰ্জীয়ে ল’ব নোৱাৰিব মহিলাৰ পোছাকৰ মাপ! পুৰুষ নাপিতে কাটিব নোৱাৰিব মহিলাৰ চুলি, কোন ৰাজ্যত এই নতুন নিয়ম?

editor by editor
November 8, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
পুৰুষ দৰ্জীয়ে ল’ব নোৱাৰিব মহিলাৰ পোছাকৰ মাপ! পুৰুষ নাপিতে কাটিব নোৱাৰিব মহিলাৰ চুলি, কোন ৰাজ্যত এই নতুন নিয়ম?
0
SHARES
185
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহিলাৰ পোছাকৰ মাপ ল’ব নোৱাৰিব কোনো পুৰুষে৷ মহিলাৰ চুলিও কাটিব নোৱাৰিব কোনো পুৰুষে৷ মহিলাৰ সুৰক্ষাৰ বাবেই এই প্ৰস্তাৱ আনিছে উত্তৰপ্ৰদেশৰ মহিলা কমিছনে৷ বিগত ২৮ অক্টোবৰত মহিলাসকলৰ নিৰাপত্তা আৰু সুৰক্ষাক লৈ ৰাজ্যৰ মহিলা কমিছনৰ এখন বৈঠক অনুষ্ঠিত হৈছিল৷ তাতেই সেই প্ৰস্তাৱ উত্থাপন কৰা হৈছিল৷

মহিলা কমিছনৰ সদস্য হিমানী আগৰৱালাই জনোৱা অনুসৰি বৈঠকত মহিলা কমিছনৰ তৰফৰ পৰা প্ৰস্তাৱ দিয়া হৈছে যে মহিলা দৰ্জিসকলেহে মহিলাসকলক পোছাকৰ মাপ ল’ব পাৰিব৷ কাপোৰ চিলোৱা দোকানসমূহত চিচিটিভিও বহুওৱা উচিত৷ একেই নিয়ম চেলুনসমূহতো হোৱা উচিত৷ মহিলাসকলৰ চুলি কেৱলমাত্ৰ মহিলাইহে কাটিব পাৰিব৷’

মহিলা কমিছনৰ চেয়াৰমেন ববিতা চৌহানে এই প্ৰস্তাৱ দিছে৷ বৈঠকত উপস্থিত অন্যান্য সদস্যসকলেও এই প্ৰস্তাৱত সন্মতি দিছে৷ তেওঁলোকৰ বক্তব্য, দৰ্জি বা নাপিতৰ দৰে পেচাত য’তে ত’তে স্পৰ্শ কৰা হয় ইয়াত মহিলাসকলক বেড টাচ্ছেই বহুতে দিয়ে৷ বহু পুৰুষেই বেয়া উদ্দেশ্যৰেই স্পৰ্শ কৰে বুলি মহিলাই অভিযোগ দিয়ে৷ কিন্তু সকলো পুৰুষৰেই স্পৰ্শ বেয়া তেনে কথাও নাই৷

মহিলা কমিছনে জনোৱা অনুসৰি এয়া প্ৰস্তাৱহে দিয়া হৈছে৷ ৰাজ্য চৰকাৰে এই প্ৰস্তাৱ বিবেচনা কৰিব চাব৷ ৰাজ্য চৰকাৰৰ কাষত এই বিষয়ে আইন অনাৰ অনুৰোধ কৰিব মহিলা কমিছনে৷ এই ঘটনা বিজেপি শাসিত ৰাজ্যসমূহত বাৰে বাৰে উঠিছে৷ বহু ৰাজ্যতেই নাৰী সুৰক্ষিত নহয় বুলি দাবী উঠিছে৷ নানান ধৰণে নাৰীক বেড টাচ্ছ কৰা হৈছে৷ এইবাৰ যোগী ৰাজ্যত নাৰী সুৰক্ষাৰ এই প্ৰস্তাৱ দিছে উত্তৰপ্ৰদেশৰ মহিলা কমিছনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ
জীৱনশৈলী

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

February 5, 2026
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?
জীৱনশৈলী

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

February 5, 2026
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?
জীৱনশৈলী

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

February 4, 2026
Next Post
ডিজিটেল যুগত পিছুৱাই গৈছে ATM, অলিয়ে গলিয়ে হয়তো আৰু আপুনিও নেদেখিব ATM, বৃহৎ সিদ্ধান্ত লোৱাৰ পথত কেইবাখনো বেংক

ডিজিটেল যুগত পিছুৱাই গৈছে ATM, অলিয়ে গলিয়ে হয়তো আৰু আপুনিও নেদেখিব ATM, বৃহৎ সিদ্ধান্ত লোৱাৰ পথত কেইবাখনো বেংক

দিনত ১৬ বাৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত দেখিছে মহাকাশচাৰী সুনীতা উইলিয়ামছে, কিয় জানেনে?

দিনত ১৬ বাৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত দেখিছে মহাকাশচাৰী সুনীতা উইলিয়ামছে, কিয় জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.