• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰৱল গৰমে বিঘ্নিত কৰিছে হৰমনৰ ভাৰসাম্য, কি কি পৰিবৰ্তন হ’ব মানৱ দেহৰ? গৱেষণাত প্ৰকাশ পাইছে তথ্য

প্ৰৱল গৰমে বিঘ্নিত কৰিছে হৰমনৰ ভাৰসাম্য, কি কি পৰিবৰ্তন হ’ব মানৱ দেহৰ? গৱেষণাত প্ৰকাশ পাইছে তথ্য

2 years ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

12 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

12 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

12 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

13 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

14 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

14 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

14 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

15 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

16 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

17 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

18 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰৱল গৰমে বিঘ্নিত কৰিছে হৰমনৰ ভাৰসাম্য, কি কি পৰিবৰ্তন হ’ব মানৱ দেহৰ? গৱেষণাত প্ৰকাশ পাইছে তথ্য

প্ৰৱল গৰমে বিঘ্নিত কৰিছে হৰমনৰ ভাৰসাম্য, কি কি পৰিবৰ্তন হ’ব মানৱ দেহৰ? গৱেষণাত প্ৰকাশ পাইছে তথ্য

editor by editor
July 27, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা, স্বাস্থ্য
0
প্ৰৱল গৰমে বিঘ্নিত কৰিছে হৰমনৰ ভাৰসাম্য, কি কি পৰিবৰ্তন হ’ব মানৱ দেহৰ? গৱেষণাত প্ৰকাশ পাইছে তথ্য
0
SHARES
785
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্ব উষ্ণায়ণ আৰু এতিয়া কেৱল কিতাপত লিখা কথা নহয়, প্ৰত্যেকজন মানুহেই বুজিছে গ্লৱেল ৱাৰ্মিং কি? মানৱ জাতিক গৰমে অস্থিৰ কৰি তুলিছে৷ চলিত বছৰত তাপমাত্ৰাৰ হাফ চেঞ্চুৰী দেখিছে আমাৰ দেশেও৷ প্ৰৱল গৰমতেই শতাধিক মানুহৰ মৃত্যুও হৈছে৷ ইয়াৰমাজতেই বিজ্ঞানীয়ে দিছে আন এক চাঞ্চল্যকৰ তথ্য৷

বিজ্ঞানীৰ দাবী যে ভয়াৱহ গৰম আৰু লুৰ প্ৰভাৱত ব্যাপকভাৱে বিঘ্নিত হৈছে হৰমনৰ ভাৰসাম্য৷ যাৰ প্ৰভাৱ বিশেষভাৱে পৰিছে মহিলাৰ শৰীৰত৷ পৰিণতি অনিয়মিত ঋতুস্ৰাৱ৷ কেৱল সেয়াই নহয়, কিছু কিছু ক্ষেত্ৰত দেখা গৈছে স্বাভাৱিক নিয়ম ভাঙি মাত্ৰ ৭বছৰীয়া বালিকাৰো হৈছে ঋতুস্ৰাৱ৷ বিজ্ঞানীসকলৰ দাবী, এনে শাৰীৰিক পৰিবৰ্তনৰ মূল কাৰণ হৈছে জলবায়ু  পৰিবৰ্তন৷ আন্তৰ্জাতিক সংবাদমাধ্যম ‘ডন’ত প্ৰকাশিত প্ৰতিবেদন অনুসৰি পাকিস্তানৰ নেশ্ব্যনেল ইন্সটিটিউট অৱ হেলথৰ এক ৰিপৰ্ট প্ৰকাশ পাইছে৷ তাতেই দাবী কৰা হৈছে যে, প্ৰৱল গৰমৰ কাৰণে বেছ কিছু ভৌগোলিক এলেকাৰ মহিলাৰ অনিয়মিত ঋতুস্ৰাৱ দেখা গৈছে৷ পাকিস্তানৰ বহু কমবয়সীয়া বালিকাৰ ঋতুস্ৰাৱ হৈছে৷

যি বয়সত ঋতুস্ৰাৱ শব্দৰ সৈতেই পৰিচিত নহয় তেনে সময়তেই ঋতুস্ৰাৱ হৈছে বহু কিশোৰীৰ৷ কম বয়সতে অস্বাভাৱিক যন্ত্ৰণা ভোগ কৰিব লগা হৈছে বালিকাসকলে৷ দিনে দিনে পৰিস্থিতি আৰু বেয়া হৈ যোৱা বুলি দাবী কৰিছে গৱেষণাই৷ জনা গৈছে যে মাত্ৰ ৭বছৰ বয়সতে ঋতুস্ৰাৱ হৈ আকৌ এবছৰৰ পাছত হঠাৎ বন্ধ হৈ গৈছে ঋতুস্ৰাৱ৷ তাৰপিছতেই আকৌ ১২ বছৰ পাৰ হোৱাৰ পাছতো ঋতুস্ৰাৱ হোৱা নাই৷

উল্লেখ্য যে প্ৰাকৃতিক নিয়ম অনুসৰি সৰ্বনিম্ন ১০ৰ পৰা সৰ্বোচ্চ ১৬ বছৰ বয়সলৈকে ঋতুস্ৰাৱ হোৱাৰ বয়স৷ কিন্তু বেছিভাগ কিশোৰীৰ ক্ষেত্ৰতেই ১২ বছৰ ৪মাহ বয়সৰ পৰা ঋতুস্ৰাৱৰ লক্ষণে দেখা দিয়ে৷ গৱেষণাই দাবী কৰিছে যে, পাকিস্তানৰ গৰমৰ প্ৰভাৱতেই এতিয়া ঋতুস্ৰাৱৰো পৰিবৰ্তন আহিছে৷ বিগত ৫০ বছৰত বাৰ্ষিক তাপমাত্ৰা ০.৫ ডিগ্ৰী বৃদ্ধি পাইছে৷ কেৱল সেয়াই নহয়, পূৰ্বতকৈ তাপপ্ৰৱাহৰ পৰিমান বাঢ়ি ৫গুণ হৈছে৷ ২০২২ চনৰ তাপমাত্ৰা পাকিস্তানত ৬০ বছৰৰ ৰেকৰ্ড ভাঙি দিছে৷ বিজ্ঞানীসকলৰ দাবী যে তাপমাত্ৰা বৃদ্ধিৰ ফলত কাৰ্টিছেলৰ স্তৰ বাঢ়ি যায়৷ যাৰ ফলত ডিছমেনেৰিয়াৰ সমস্যা আৰম্ভ হয়৷ চিকিৎসকৰ দাবী, বেছিভাগ মহিলাৰ ঋতুস্ৰাৱ যন্ত্ৰণামুক্ত হয় কিন্তু কাৰ্টিছেলৰ স্তৰ বাঢ়ি গ’লে ঋতুস্ৰাৱৰ যন্ত্ৰণা অসহনীয় হৈ উঠে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

September 19, 2026
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?
বিনোদন

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

September 19, 2026
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা
অসম

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

September 19, 2026
Next Post
মহাকাশত বন্দী সুনীতা উইলিয়ামছ, সুনীতাৰ মহাকাশ যাত্ৰাক লৈ বৃহৎ আপডেট নাছাৰ

মহাকাশত বন্দী সুনীতা উইলিয়ামছ, সুনীতাৰ মহাকাশ যাত্ৰাক লৈ বৃহৎ আপডেট নাছাৰ

ডক্টৰ এপিজে আব্দুল কালামৰ মৃত্যু দিন… জানি থওক কালামৰ ২০টা অবিস্মৰণীয় উক্তি, যিয়ে সলনি কৰি দিব পাৰে আপোনাৰো জীৱন

ডক্টৰ এপিজে আব্দুল কালামৰ মৃত্যু দিন... জানি থওক কালামৰ ২০টা অবিস্মৰণীয় উক্তি, যিয়ে সলনি কৰি দিব পাৰে আপোনাৰো জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.