• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকাশত বন্দী সুনীতা উইলিয়ামছ, সুনীতাৰ মহাকাশ যাত্ৰাক লৈ বৃহৎ আপডেট নাছাৰ

মহাকাশত বন্দী সুনীতা উইলিয়ামছ, সুনীতাৰ মহাকাশ যাত্ৰাক লৈ বৃহৎ আপডেট নাছাৰ

1 year ago
শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ

শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ

8 hours ago
ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?

ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?

8 hours ago
নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

9 hours ago
বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

10 hours ago
কোনো ৰোগ অবিহনেই শৰীৰ ক্লান্ত, অলস আৰু টোপনি টোপনি অনুভৱ, শৰীৰত কি কি অভাৱ ঘটিছে আপোনাৰ?

কোনো ৰোগ অবিহনেই শৰীৰ ক্লান্ত, অলস আৰু টোপনি টোপনি অনুভৱ, শৰীৰত কি কি অভাৱ ঘটিছে আপোনাৰ?

10 hours ago
সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য

সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য

11 hours ago
মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

13 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

13 hours ago
২০২৬ৰ দ্বিতীয় মাহত সূৰ্যৰ-চন্দ্ৰৰ বিশেষ যোগ, ধনসুখ আহিব এই ৫ৰাশিৰ জীৱনত

২০২৬ৰ দ্বিতীয় মাহত সূৰ্যৰ-চন্দ্ৰৰ বিশেষ যোগ, ধনসুখ আহিব এই ৫ৰাশিৰ জীৱনত

14 hours ago
২৮ জানুৱাৰীৰ পৰা খুলিব ৩ৰাশিৰ ভাগ্য, শুক্ৰ-শনিৰ অৰ্ধকেন্দ্ৰ যোগে দূৰ কৰিব অৰ্থকষ্ট

২৮ জানুৱাৰীৰ পৰা খুলিব ৩ৰাশিৰ ভাগ্য, শুক্ৰ-শনিৰ অৰ্ধকেন্দ্ৰ যোগে দূৰ কৰিব অৰ্থকষ্ট

15 hours ago
কাইলৈৰ ৰাশিফলঃ শুক্লা চতুৰ্থীত ৪গ্ৰহৰ কামাল, বৰিয়ান যোগত বিপুল লাভ কন্যাসহ আৰু কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ শুক্লা চতুৰ্থীত ৪গ্ৰহৰ কামাল, বৰিয়ান যোগত বিপুল লাভ কন্যাসহ আৰু কাৰ কাৰ?

1 day ago
মোৰ স্বামীয়ে মোক আৰু মহাকাশত এৰি নিদিয়ে… সুদীৰ্ঘ ২৭ বছৰীয়া কৰ্মজীৱনৰ শেষত অৱসৰ সুনীতা উইলিয়ামছৰ

মোৰ স্বামীয়ে মোক আৰু মহাকাশত এৰি নিদিয়ে… সুদীৰ্ঘ ২৭ বছৰীয়া কৰ্মজীৱনৰ শেষত অৱসৰ সুনীতা উইলিয়ামছৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

মহাকাশত বন্দী সুনীতা উইলিয়ামছ, সুনীতাৰ মহাকাশ যাত্ৰাক লৈ বৃহৎ আপডেট নাছাৰ

মহাকাশত বন্দী সুনীতা উইলিয়ামছ, সুনীতাৰ মহাকাশ যাত্ৰাক লৈ বৃহৎ আপডেট নাছাৰ

editor by editor
July 27, 2024
in বিজ্ঞান, বিশ্ব
0
মহাকাশত বন্দী সুনীতা উইলিয়ামছ, সুনীতাৰ মহাকাশ যাত্ৰাক লৈ বৃহৎ আপডেট নাছাৰ
0
SHARES
23.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাকাশত এতিয়াও বন্দী হৈ আছে সুনীতা উইলিয়ামছ৷ তেওঁলোকে উভতি অহাৰ যি দিন নাছাই প্ৰকাশ কৰিছিল সেই দিন কেতিয়াবাই পাৰ হ’ল৷ আন্তৰ্জাতিক স্পেছ ষ্টেচনত এতিয়াও বন্দী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বুছ উইলমোৰ৷ এই পৰিস্থিতিত দুয়ো কেতিয়া পৃথিৱীলৈ উভতি আহিব পাৰিব সেই তাৰিখ ঘোষণা কৰিবলৈ প্ৰস্তুত নহয় নাছা৷ মহাকাশযানখনৰ বোয়িং ষ্টাৰলাইনাৰৰ যি ত্ৰুটি ধৰা পৰিছিল সেয়া সমাধা কৰাৰ চেষ্টাত ব্ৰতী হৈ আছে নাছা৷

মহাকাশযানখনৰ বোয়িং ষ্টাৰলাইনাৰৰ যি ত্ৰুটি আছিল সেয়া সমাধাৰ চেষ্টাত ব্ৰতী হৈ আছে ইঞ্জিনিয়াৰসকল৷ নাছাৰ বাণিজ্যিক ক্ৰুৰ প্ৰগ্ৰাম মেনেজাৰ ষ্টিভ ষ্টিছে কয়, মিছন মেনেজাৰ এতিয়াও প্ৰস্তুত নহয় সুনীতা উভতি অহাৰ দিন প্ৰকাশ কৰাৰ বাবে৷ সকলো দিশ খুটি নাটি তাই মহাকাশযানখন ত্ৰুটিমুক্ত হ’লেহে সেই যান পৃথিৱীলৈ উভতি আহিব৷

বিগত ৭ জুনত আন্তৰ্জাতিক মহাকাশ ষ্টেচনত ভৰি দিছিল সুনীতা আৰু বুছ উইলমোৱে৷ উৎক্ষেপণৰ পূৰ্বেই একাধিক যান্ত্ৰিক ত্ৰুটি ধৰা পৰিছিল সুনীতাই যাত্ৰা কৰা মহাকাশযানখনত৷ যাৱতীয় সমস্যা দূৰ কৰি গন্তব্য স্থান পাইগৈ সুনীতা আৰু উইলমো৷ কিন্তু গন্তব্যস্থান পালেও পৃথিৱীলৈ উভতি আহিব পৰা নাই দুই নভোশ্বৰ৷ প্ৰথমে তেওঁলোক ২৬ জুনত উভতি অহাৰ কথা আছিল কিন্তু সেয়া সম্ভৱ হৈ নুঠিল৷ সুনীতাহঁত থকা মহাকাশ ষ্টেচনত নিত্যপ্ৰয়োজনীয় সকলো সামগ্ৰীয়েই আছে৷ সেই ষ্টেচনত দীৰ্ঘদিন ধৰি থাকিলেও কোনো অসুবিধা নাই বুলি জনাইছে নাছাই৷ এই যাত্ৰাৰ পূৰ্বেও মহাকাশলৈ গৈছে সুনীতা৷ ২০০৬ চন আৰু ২০১২ চনত মহাকাশ অভিযানত অংশ লৈছিল সুনীতাই৷ সকলো মিলি মুঠ ৩২২ দিন মহাকাশত সময় কটোৱাৰ অভিজ্ঞতা আছে সুনীতাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?
জীৱনশৈলী

মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

January 22, 2026
বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?
জীৱনশৈলী

বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?

January 20, 2026
ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?
ক্ৰীড়া

ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?

January 20, 2026
ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?
বিবিধ

ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?

January 12, 2026
Next Post
ডক্টৰ এপিজে আব্দুল কালামৰ মৃত্যু দিন… জানি থওক কালামৰ ২০টা অবিস্মৰণীয় উক্তি, যিয়ে সলনি কৰি দিব পাৰে আপোনাৰো জীৱন

ডক্টৰ এপিজে আব্দুল কালামৰ মৃত্যু দিন... জানি থওক কালামৰ ২০টা অবিস্মৰণীয় উক্তি, যিয়ে সলনি কৰি দিব পাৰে আপোনাৰো জীৱন

ছালত দেখা দিয়া এইকেইটা লক্ষণো ডায়েবেটিছৰেই হ’ব পাৰে, কেনেকৈ বুজিব আপোনাৰ ডায়েবেটিছেই হৈছে?

ছালত দেখা দিয়া এইকেইটা লক্ষণো ডায়েবেটিছৰেই হ’ব পাৰে, কেনেকৈ বুজিব আপোনাৰ ডায়েবেটিছেই হৈছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.