• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছালত দেখা দিয়া এইকেইটা লক্ষণো ডায়েবেটিছৰেই হ’ব পাৰে, কেনেকৈ বুজিব আপোনাৰ ডায়েবেটিছেই হৈছে?

ছালত দেখা দিয়া এইকেইটা লক্ষণো ডায়েবেটিছৰেই হ’ব পাৰে, কেনেকৈ বুজিব আপোনাৰ ডায়েবেটিছেই হৈছে?

2 years ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

6 hours ago
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

6 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

7 hours ago
SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

7 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

Gold Price: হ্ৰাস পালে সোণৰ মূল্য! এয়াই অলংকাৰ ক্ৰয়ৰ উচিত সময় নেকি?

8 hours ago
পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

9 hours ago
১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

9 hours ago
Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

10 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

11 hours ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

12 hours ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

13 hours ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

ছালত দেখা দিয়া এইকেইটা লক্ষণো ডায়েবেটিছৰেই হ’ব পাৰে, কেনেকৈ বুজিব আপোনাৰ ডায়েবেটিছেই হৈছে?

ছালত দেখা দিয়া এইকেইটা লক্ষণো ডায়েবেটিছৰেই হ’ব পাৰে, কেনেকৈ বুজিব আপোনাৰ ডায়েবেটিছেই হৈছে?

editor by editor
July 27, 2024
in খাদ্য, স্বাস্থ্য
0
ছালত দেখা দিয়া এইকেইটা লক্ষণো ডায়েবেটিছৰেই হ’ব পাৰে, কেনেকৈ বুজিব আপোনাৰ ডায়েবেটিছেই হৈছে?
0
SHARES
502
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান গুৰুতৰ স্বাস্থ্য সমস্যা হৈ থিয় দিয়ে ডায়বেটিছ৷ এয়া এনে এক অসুখ, যিয়ে শৰীৰৰ বিভিন্ন অংশক প্ৰভাৱিত কৰিব পাৰে৷ ইয়াৰ মাজতেই হৈছে ছালো৷ ডায়বেটিছ ৰোগীৰ বহুসংখ্যাকেই সময়ে সময়ে ছালৰ সমস্যাত ভূগে৷ ছালত খজুৱতিৰ লগতে ৰঙা পৰা আদি বিভিন্ন লক্ষণ ফুটি উঠে৷ বিশেষজ্ঞসকলৰ মতে ডায়বেটিছ হ’লে তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যায়৷ ইয়াৰ মাত্ৰা অতিৰিক্ত বাঢ়ি গ’লে শৰীৰত পৰ্যাপ্ত ইনছুলিন তৈয়াৰ নহয় বা ইনছুলিনে সঠিকভাৱে কাম নকৰে৷ ফলত তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যায়৷

ডায়বেটিছ দুই প্ৰকাৰৰ

ডায়বেটিছৰ বহু কাৰণ থাকিব পাৰে৷ ইয়াৰ এটি প্রধান কাৰণ হৈছে জেনেটিক৷ অৰ্থাৎ পৰিয়ালৰ কাৰোবাৰ যদি ডায়বেটিছ থাকে, তেন্তে আপোনাৰো ডায়বেটিছৰ আশংকা আছে৷ ইয়াক টাইপ-১ ডায়বেটিছ বুলি কোৱা হয়৷ ইয়াৰোপৰি ভুল খাদ্যভাস আৰু বিচ্ছৃংখল জীৱনশৈলীও ডায়বেটিছৰ প্ৰধান কাৰণ৷ ভুল খাদ্যভাস বা অনিয়ন্ত্ৰিত জীৱনশৈলীৰ বাবে যি ডায়বেটিছে দেখা দিয়ে এই ডায়বেটিছক কোৱা হয় টাইপ-২ ডায়বেটিছ ৷

ডায়বেটিছত কিয় ছালত প্ৰভাৱ পৰে?

চিকিৎসকৰ মতে, ডায়বেটিছ ৰোগীক ছালত নানান সংক্ৰমণে দেখা দিয়ে৷ ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যোৱাৰ ফলত শক্তিৰ অভাৱে দেখা দিয়ে৷ ইয়াৰ ফলত ছালৰ কোষ ক্ষতিগ্ৰস্ত হয় আৰু ছাল শুকাই যোৱা, ৰঙা ৰঙা দাগ পৰা, খজুৱতি আদি সমস্যাই দেখা দিয়ে৷ ইয়াৰোপৰি নিয়মিত ডায়বেটিছৰ ঔষধ খালে ছালত খজুৱতি হয়৷ এনে লক্ষণে দেখা দিলেই চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী৷ ইয়াৰোপৰি লগে লগেই ঔষধো পৰিবৰ্তন কৰিব লগা হ’ব পাৰে৷

ছালৰ খজুৱতিক পৰা কেনেকৈ ৰক্ষা পাব?

১. ৰক্ত শৰ্কৰাৰ মাত্ৰা বজায় ৰাখক৷

২. কুহুমীয়া গৰম পানীয়ে গা ধুৱক আৰু ময়ছৰাইডিং ক্ৰিম ব্যৱহাৰ কৰক৷

৩. ছালৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈ ছিৰাময়ডযুক্ত ক্ৰিম ব্যৱহাৰ কৰক৷

৪. টাৱেলেৰে গা মোহাৰি নাথাকিব ইয়াৰ সলনি নিজে নিজেই শুকাবলৈ দিয়ক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!
জীৱনশৈলী

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

September 18, 2026
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ
অসম

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

September 18, 2026
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!
জীৱনশৈলী

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

September 17, 2026
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!
বাণিজ্য

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

September 17, 2026
Next Post
মহিলাই আনিব নেকি দেশলৈ প্ৰথমটো সোণ? অলিম্পিকৰ এয়াৰ পিস্তল ইভেণ্টৰ ফাইনেলত ভাৰতীয় খেলুৱৈ মনু ভাকেৰ

মহিলাই আনিব নেকি দেশলৈ প্ৰথমটো সোণ? অলিম্পিকৰ এয়াৰ পিস্তল ইভেণ্টৰ ফাইনেলত ভাৰতীয় খেলুৱৈ মনু ভাকেৰ

দেওবাৰে সৰ্বাৰ্থ সিদ্ধি যোগ, সুখবৰ পাব এই ৫ৰাশিৰ জাতকে

দেওবাৰে সৰ্বাৰ্থ সিদ্ধি যোগ, সুখবৰ পাব এই ৫ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.