• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জ্যেষ্ঠা নক্ষত্ৰত বুধৰ গোচৰ, ৫ৰাশিৰ জাতকৰ জীৱনত শুভ সময় আৰম্ভ আৰু ৫দিনৰ পাছতেই

5 months ago
লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

1 hour ago
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

2 hours ago
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

3 hours ago
হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

4 hours ago
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

5 hours ago
পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

6 hours ago
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

7 hours ago
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জ্যেষ্ঠা নক্ষত্ৰত বুধৰ গোচৰ, ৫ৰাশিৰ জাতকৰ জীৱনত শুভ সময় আৰম্ভ আৰু ৫দিনৰ পাছতেই

জ্যেষ্ঠা নক্ষত্ৰত বুধৰ গোচৰ, ৫ৰাশিৰ জাতকৰ জীৱনত শুভ সময় আৰম্ভ আৰু ৫দিনৰ পাছতেই

editor by editor
December 15, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
জ্যেষ্ঠা নক্ষত্ৰত বুধৰ গোচৰ, ৫ৰাশিৰ জাতকৰ জীৱনত শুভ সময় আৰম্ভ আৰু ৫দিনৰ পাছতেই
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ গণনা অনুসৰি ২০ ডিচেম্বৰ ২০২৫ বুধে জ্যেষ্ঠা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ বুধক বুদ্ধিমত্তা, কথোপকথন, ব্যৱসায়, লেখাপঢ়া আৰু যুক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়৷ জ্যেষ্ঠা নক্ষত্ৰৰ অধিপতি ইন্দ্ৰ সাহস, নেতৃত্ব আৰু বিজয়ৰ প্ৰতীক৷ সেয়ে বুধৰ এই গোচৰত পাঁচটা ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰীসকলে বিশেষভাৱে সাফল্য লাভ কৰিব৷

কোন কোন ৰাশিৰ জাতক লাভৱান হ’ব?

মিথুন ৰাশি

মিথুন ৰাশিৰ অধিপতি গ্ৰহ বুধ৷ বুধ গোচৰ হব৷ সেয়ে এই গোচৰত ব্যাপকভাৱে লাভৱান হব মিথুন ৰাশিৰ জাতক৷ কেৰিয়াৰত উন্নতিৰ সুযোগ আছে৷ ব্যৱসায়ত লাভৰ মুখ দেখিব পাৰে৷ গুৰুত্বপূৰ্ণ কোনো চুক্তিত চহী কৰিব পাৰে৷ চাকৰিয়ালে নতুন দায়িত্ব পাব পাৰে৷ পদোন্নতিও হব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকেও জ্যেষ্ঠা নক্ষত্ৰত বুধৰ গোচৰৰ ফলত লাভৱান হব৷ বিশেষকৈ প্ৰভাৱ পৰিব আৰ্থিক জীৱনত৷ আৰ্থিক শক্তি বৃদ্ধি পাব৷ সম্পদ বাঢ়িব৷ কাৰোবাৰ পৰা দীৰ্ঘদিনৰ পাবলগীয়া টকা উভতাই পাব পাৰে৷ পঢ়াশুনা, প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত সাফল্য পোৱাৰ সম্ভাৱনা আছে৷ আপোনাৰ কথাবৰ্তাই জীৱনলৈ সুখ কঢ়িয়াই আনিব৷ নিজৰ বক্তব্যৰ মাধ্যমেৰে চৰম শত্ৰুকো বন্ধু কৰিব পাৰিব৷ সামাজিক আৰু পেছাদাৰ জীৱনত সন্মান বৃদ্ধি পাব৷

বৃশ্চিক ৰাশি

বুধৰ গোচৰৰ ফলত প্ৰভাৱিত হব বৃশ্চিক ৰাশিৰ জাতক৷ আত্মবিশ্বাস বাঢ়িব, যিকোনো কামতে সিদ্ধান্তগ্ৰহণৰ ক্ষমতা আৰু দক্ষতা দুটাই বাঢ়িব৷ গুপ্ত শত্ৰুৰ আঘাতৰ পৰাও নিজকে সুৰক্ষিত ৰাখিব পাৰিব৷ শত্ৰুক পৰাস্ত কৰিব পাৰিব৷ বিনিয়োগৰ পৰা লাভজনক ফল পাব৷ গৱেষণা, প্ৰযুক্তিৰ সৈতে জড়িতসকলৰ এই সময় অনুকূল হব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকে সুখবৰ পাব৷ ব্যৱসায়ত লাভৰ সুযোগ বৃদ্ধি পাব৷ বন্ধুবান্ধৱ আৰু প্ৰভাৱশালী ব্যক্তিৰ পৰা সাহায্য পাব পাৰে৷ নতুন কোনো উৎসৰ পৰা আয় হব পাৰে৷ পুৰণি কোনো পৰিকল্পনা এই সময়ত সম্পন্ন হব পাৰে৷ যৰ পৰা লাভৰ সম্ভাৱনা আছে৷

মীন ৰাশি

মীন ৰাশিৰ জাতকে এই সময়ত ভাগ্যৰ সহায় পাব৷ বিদেশ ভ্ৰমণ, উচ্চশিক্ষা, লেখামেলা আৰু আধ্যাত্মিক সাধনাৰ সৈতে জড়িতসকলে উল্লেখযোগ্যভাৱে উপকৃত হব পাৰে৷ আপুনি গুৰুৰ নিৰ্দেশ মানি চলক৷ তেতিয়া জীৱনত উন্নতি হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?
জীৱনশৈলী

May 5, 2026
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?
অপৰাধ

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

May 5, 2026
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?
অসম

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

May 5, 2026
মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?
জীৱনশৈলী

মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

May 5, 2026
Next Post
২০২৬ত ৩ৰাশিৰ ওপৰত বেয়া প্ৰভাৱ পেলাব শনিয়ে, খৰচ, আৰ্থিক ক্ষতি বাঢ়িব কাৰ কাৰ?

নিঃশব্দে কিডনিত ৰোগে বাঁহ বন্ধাৰ বিপদ সংকেত দিয়ে চকুৱে! কি কি লক্ষণ অৱহেলা কৰিলে বাঢ়িব মৃত্যুৰ শংকা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন