• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

4 months ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

11 minutes ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

1 hour ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

2 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

2 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

4 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

4 hours ago
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

5 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

5 hours ago
8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

6 hours ago
পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

6 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

7 hours ago
ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

editor by editor
November 12, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ গণনাই কৈছে মুহূৰ্ততে বিপৰীত মুখত চলিছে বুধ গ্ৰহই৷ অৰ্থাৎ আৰম্ভ হৈছে বক্ৰী চলন৷ ১০ নৱেম্বৰৰ পৰা বক্ৰী হৈছে বুধ৷ চলিব ২৯ নৱেম্বৰ ২০২৫ লৈকে৷ ২৯ নৱেম্বৰত আকৌ মাৰ্গী হ’ব বুধ৷ গণনাই কৈছে ২৯ নৱেম্বৰৰ নিশা ১১বাজি ৭ মিনিটত বৃশ্চিক ৰাশিত মাৰ্গী হ’ব বুধ৷ বৰ্তমান বৃশ্চিক ৰাশিতেই অৱস্থান কৰিছে বুধে৷ বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল৷ তাতেই বুধৰ বক্ৰী অৱস্থান বেছ গুৰুত্বপূৰ্ণ৷ জ্যোতিষশাস্ত্ৰই কৈছে ইয়াৰ ফলত কেইবাটাও ৰাশিৰ জীৱনত নানান পৰিবৰ্তন আহিব৷ বুধ বক্ৰী থকাত এই ১৮ দিন কেইবাটাও ৰাশিৰ বাবে সুসময় হ’ব পাৰে৷ পৰিব পাৰে নানান অশুভ প্ৰভাৱ৷ ব্যৱসায়, আৰ্থিক ক্ষেত্ৰতো বিশেষ প্ৰভাৱ পৰিব পাৰে৷

বুধৰ বক্ৰী চলনত কোন ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব?

মেষ ৰাশিৰ জীৱনত প্ৰভাৱ

বুধৰ বিপৰীতমুখী গতিৰ কাৰণে, মেষ ৰাশিৰ জাতক জাতিকাৰ কামত বিলম্ব হব পাৰে৷ এই সময়ত মেষ ৰাশিৰ জাতকৰ আৰ্থিক দিশত সচেতন হোৱা প্ৰয়োজন৷ স্বাস্থ্যৰ দিশত অতিৰিক্ত যত্ন লওক৷ সময়ে সময়ে মেডিকেল টেষ্ট কৰোৱা প্ৰয়োজন৷ অন্যথা কোনো বিপদত পৰিব পাৰে৷

বৃষ ৰাশিৰ জীৱনত প্ৰভাৱ

বুধৰ বিপৰীতমুখী গতি বৃষ ৰাশিৰ জাতকৰ বাবে খুবেই শুভ প্ৰমাণিত হব পাৰে৷ এই সময়ত বাঢ়িব অৰ্থ প্ৰবাহ৷ দূৰ হব দীৰ্ঘদিনৰ সংকট৷ অপ্ৰত্যাশিত কোনো উৎসৰ পৰাও টকা আহিব পাৰে৷ আদালতত গোচৰ চলিলে জয়লাভৰ সম্ভাৱনা আছে৷ ভাগ্যৰ সহায় থাকিব৷

মিথুন ৰাশিৰ জাতকৰ জীৱনত প্ৰভাৱ

বুধৰ বিপৰীতমুখী গতি মিথুন ৰাশিৰ বাবে মিশ্ৰ ফলাফল কঢ়িয়াই আনিব পাৰে৷ আছে শুভ অশুভ সকলো যোগ৷ ধৈৰ্য্যই সাফল্য কঢ়িয়াই আনিব৷ অন্যৰ সহায় কৰিলে নিজেও উপকৃত হব৷ শত্ৰুৱে আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰাৰ চেষ্টা কৰিও ব্যৰ্থ হব৷ আপোনাৰ কথা আৰু ব্যক্তিত্বই অন্যৰ ওপৰত প্ৰভাৱ বৃদ্ধি কৰিব৷ এই সময়ত চিন্তা কৰি কাম কৰক৷ আৰ্থিক ক্ষতি আছে৷ এই ক্ষেত্ৰত সাৱধানে থাকিব৷

কৰ্কট ৰাশিৰ জাতকৰ জীৱনত প্ৰভাৱ

কৰ্কট ৰাশিৰ জাতকৰ বাবে বুধৰ বক্ৰী চলনত প্ৰেম বৃদ্ধি পাব৷ জ্ঞান বৃদ্ধি পাব৷ প্ৰবীণ কোনো ব্যক্তিৰ কামত পৰামৰ্শ বা সহায় পাব পাৰে৷ ইয়াত আপোনাৰ উপকাৰ হব৷ নব্য বিবাহিতসকলে সন্তান সুখ লাভ কৰিব পাৰে৷ বুদ্ধিৰ বাবে অন্যৰ সহায় পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ
জীৱনশৈলী

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

March 17, 2026
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ
জীৱনশৈলী

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

March 17, 2026
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম
বাণিজ্য

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

March 17, 2026
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত
জীৱনশৈলী

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

March 17, 2026
Next Post
ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.