অৱশেষত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে মন্ত্ৰী তালিকা।
কাইলৈ ৫জুনত কোন কোন মন্ত্ৰীয়ে শপতগ্ৰহণ কৰিব?
মন্ত্ৰীসভাত স্থান লাভ কৰিছে অশ্বিনী ৰয় চৰকাৰে।
আকৌ মন্ত্ৰীৰূপে কাইলৈ শপতগ্ৰহণ কৰিব অশোক সিংঘালে।
আকৌ মন্ত্ৰী হল বিমল বৰা।

বিশ্বজিত দৈমাৰীয়েও লাভ কৰিলে মন্ত্ৰীসভাত স্থান।
পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি মন্ত্ৰীৰূপে কাইলৈ শপত লব জয়ন্ত মল্ল বৰুৱাই।
কৌশিক ৰায়েও পালে মন্ত্ৰীসভাত স্থান।
কৃষ্ণেন্দু পালেও পালে মন্ত্ৰীসভাত স্থান।
নিলীমা দেৱীয়েও লাভ কৰিছে মন্ত্ৰিত্ব।
পীয়ুষ হাজৰিকাইয়ো পুনৰবাৰ মন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিব।
ৰণোজ পেগুৱেও লাভ কৰিছে মন্ত্ৰিত্ব।
সুশান্ত বৰগোঁহাইয়েও লাভ কৰিছে মন্ত্ৰিত্ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















