• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

3 months ago
চিৰদিনলৈ বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

চিৰদিনলৈ বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

9 minutes ago
সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

1 hour ago
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

2 hours ago
ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

3 hours ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

21 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

21 hours ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

21 hours ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

22 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

22 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

22 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

23 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

editor by editor
June 5, 2026
in বিবিধ, ভাৰত, লেখা
0
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু
0
SHARES
344
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিহাৰৰ দুখন কোচিং ইনষ্টিটিউটৰ মাজত চলি থকা কাজিয়াৰ মাজতে খান ছাৰৰ বিৰুদ্ধে অস্ত্ৰ আইনৰ অধীনত এফআইআৰ দাখিল কৰা হৈছে। খান ছাৰে দিয়া বক্তব্যৰ ভিত্তিত পাটনাৰ কদম কুৱান থানাত আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। তেওঁৰ প্ৰশিক্ষক কেন্দ্ৰ খান গ্ল’বেল ষ্টাডিজ (কেজিএছ)ক ভাঙি পেলোৱা, শিলগুটিৰে আঘাত কৰা আৰু গুলী চলোৱাৰ দুদিন পূৰ্বে তদন্ত কৰা হৈছে।

খান ছাৰৰ বিৰুদ্ধে অভিযোগ উঠিছে যে তেওঁৰ নিৰাপত্তাৰক্ষীয়ে কেনেকৈ গুলী চলালে। এতিয়া এই সমগ্ৰ বিষয়টো সন্দৰ্ভত যিকোনো সময়তে খান ছাৰক জেৰা কৰিব পাৰে আৰক্ষীয়ে। তদন্তৰ বাবে গঠন কৰা হৈছে বিশেষ আৰক্ষীৰ দল।

ইয়াৰ পূৰ্বে মঙলবাৰে গভীৰ নিশা পাটনাৰ প্ৰখ্যাত খান গ্ল’বেল কোচিং চেণ্টাৰত আক্ৰমণৰ ঘটনা সংঘটিত হয়। নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰা হয়, ভাঙি পেলোৱা হয় আৰু শিলগুটি নিক্ষেপ কৰা হয়। অৱশ্যে খান কোচিং চেণ্টাৰৰ স্বত্বাধিকাৰী খান ছাৰ নামেৰে পৰিচিত ফৈছাল খানে দাবী কৰে যে কাষৰ কোচিং চেণ্টাৰৰ লোকসকলে তেওঁৰ সন্মুখত গুলীচালনা কৰে।

পিছত খান ছাৰে নিজৰ বক্তব্য সলনি কৰে যদিও সমগ্ৰ বিষয়টোত নতুন টুইষ্ট আহে, যেতিয়া এই কথা পোহৰলৈ আহে যে ঘটনাৰ দিনা খান কোচিং চেণ্টাৰৰ দুজন গাৰ্ড উত্তৰ প্ৰদেশৰ মেইনপুৰীৰ বাসিন্দা প্ৰদীপ কুমাৰ আৰু কাছগঞ্জৰ বাসিন্দা কালেশ্বৰে বন্দুকেৰে গুলীয়াইছিল।

ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত গ্ৰেপ্তাৰ

গুলীচালনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত আৰক্ষীয়ে দুয়োজন লোকক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ ৰাইফলো জব্দ কৰা হয়। আৰক্ষীৰ জেৰাৰ সময়ত দুয়োজন লোকে হিংসা, ভাঙি-ছিঙি, শিলগুটি নিক্ষেপৰ পিছত আত্মৰক্ষাৰ বাবে শূণ্যত গুলীচালনা কৰা বুলি স্বীকাৰ কৰে।

আৰক্ষীয়ে দুয়োটা ৰাইফল ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে পুনৰ এফআইআৰ ৰুজু কৰে। ইয়াৰোপৰি গুলীচালনা আৰু সন্ত্ৰাসৰ উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই গুলীচালনাৰ সন্দৰ্ভত খান কোচিং ইনষ্টিটিউটৰ সঞ্চালক ফৈছাল খানকো জেৰা কৰিছে আৰক্ষীয়ে। অৰ্থাৎ এই সমগ্ৰ বিষয়টোত খান ছাৰে আৰু অধিক বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

এফালে জ্ঞান বিন্দু কোচিং ইনষ্টিটিউটৰ পৰিচালকৰ লগতে আন দুজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে, এতিয়া খান ছাৰো আহিছে তদন্তৰ আওতাত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চিৰদিনলৈ বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ
অসম

চিৰদিনলৈ বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

August 29, 2026
সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত
বাণিজ্য

সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

August 29, 2026
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা
বিশ্ব

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

August 29, 2026
ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস
প্ৰযুক্তি

ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

August 29, 2026
Next Post
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.