• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কঠোৰ হৈছে কেন্দ্ৰীয় ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়! আৰ জি কাণ্ডৰ ফটো ভিডিঅ’ শ্বেয়াৰ কৰাসকলৰ বিৰুদ্ধে লোৱা হ’ব আইনী ব্যৱস্থা

2 years ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

5 minutes ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

41 minutes ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

3 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

4 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

5 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

6 hours ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কঠোৰ হৈছে কেন্দ্ৰীয় ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়! আৰ জি কাণ্ডৰ ফটো ভিডিঅ’ শ্বেয়াৰ কৰাসকলৰ বিৰুদ্ধে লোৱা হ’ব আইনী ব্যৱস্থা

কঠোৰ হৈছে কেন্দ্ৰীয় ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়! আৰ জি কাণ্ডৰ ফটো ভিডিঅ’ শ্বেয়াৰ কৰাসকলৰ বিৰুদ্ধে লোৱা হ’ব আইনী ব্যৱস্থা

editor by editor
August 22, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
কঠোৰ হৈছে কেন্দ্ৰীয় ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়! আৰ জি কাণ্ডৰ ফটো ভিডিঅ’ শ্বেয়াৰ কৰাসকলৰ বিৰুদ্ধে লোৱা হ’ব আইনী ব্যৱস্থা
0
SHARES
319
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতিবাদ কৰিবলৈ গৈ ছুপ্ৰিম কৰ্টৰ নিৰ্দেশনা উলংঘন কৰিছে৷ সামাজিক মাধ্যম জুৰি ভাইৰেল নিৰ্যাতিতাৰ নাম আৰু পৰিচয়৷ বিষয়টোক নজৰ দিছে এতিয়া কলকাতা হাইকৰ্টে৷ ছুপ্ৰিম কৰ্টৰ তৰফৰ পৰা আৰ জি কৰ কাণ্ডৰ নিৰ্যাতিতাৰ নাম পৰিচয় গোপন কৰাৰ নিৰ্দেশ দিয়া হৈছে৷ এইবাৰ বিষয়টোত নজৰ দিছে কেন্দ্ৰীয় ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ তৰফৰ পৰাও৷

জনা গৈছে যে বুধবাৰে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ তৰফৰ পৰা প্ৰেছ বিজ্ঞাপ্তি জাৰি কৰি আৰজি কৰ হাস্পতালত নিৰ্যাতিতা চিকিৎসকৰ পৰিচয়, নাম ছবি সকলো অচিৰেই মছি পেলাওক অন্যথা ডিজিটেলৰ ওপৰত কঠোৰ হ’ব প্ৰশাসন৷ ফেছবুক, ইনষ্টাগ্ৰাম, এক্স, হোৱাটছএপসহ সমস্ত ছচিয়েল মিডিয়াত যাতে কোনোৱে নাম আৰু পৰিচয় ৰাজহুৱা নকৰে তাৰ বাবে কাঢ়া নিৰ্দেশ দিছে কেন্দ্ৰই৷ এই নিৰ্দেশ অমান্য কৰিলেই তথ্য আৰু প্ৰযুক্তি মন্ত্ৰণালয়ে ছাইবাৰ আইনৰ সহায় ল’ব বুলিও জনাইছে৷

ইয়াৰ পূৰ্বে বিগত ২০ আগষ্টত উচ্চতম ন্যায়ালয়ৰ প্ৰধান ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জেবি পাদৰিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ নিৰ্দেশতো স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে নিৰ্যাতিতাৰ নাম আৰু পৰিচয়, ছবি আনকি দেহ উদ্ধাৰৰ পাছতো ছবি সামাজিক মাধ্যমত প্ৰকাশ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ সমস্ত সামাজিক মাধ্যমৰ প্লেটফৰ্ম আৰু ইলেক্ট্ৰনিক মিডিয়াৰ পৰা নিৰ্যাতিতাৰ ছবি, ভিডিঅ’ ক্লিপ আৰু নাম পৰিচয় মছি পেলাবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় মন্ত্ৰণালয়ে৷

তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ নিৰ্দেশনাত কোৱা হৈছে যে, ছুপ্ৰিম কৰ্টৰ নিৰ্দেশনামতে নিৰ্যাতনৰ বলি হোৱা ব্যক্তিৰ মৰ্যাদা আৰু গোপনীয়তা ৰক্ষাৰ বাবে আমি আদালতৰ ৰায় মানি কঠোৰ হ’বলৈ বাধ্য হৈছো৷ সমস্ত ছচিয়েল মিডিয়া প্লেটফৰ্মক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ কথা কোৱা হৈছে৷ ছুপ্ৰিম কৰ্টৰ নিৰ্দেশ অমান্য কৰিলে আইনী পদক্ষেপ ল’বলৈ বাধ্য হম৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

March 27, 2026
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ
উত্তৰ-পূব

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

March 27, 2026
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
Next Post
মোৰ দৰব খাবলৈকো হাতত ১০টকা নাই…!কান্দোনত ভাঙিছে পিতৃ-মাতৃ,  ইফালে পুত্ৰৰ ৭০০০ কোটিৰ চীট ফাণ্ড কেলেংকাৰী

মোৰ দৰব খাবলৈকো হাতত ১০টকা নাই...!কান্দোনত ভাঙিছে পিতৃ-মাতৃ, ইফালে পুত্ৰৰ ৭০০০ কোটিৰ চীট ফাণ্ড কেলেংকাৰী

পঢ়াশুনা আৰ জি কৰত, অধ্যক্ষও আৰ জি কৰৰ, ট্ৰেন্সফাৰৰ সাহস কাৰো নাই, আছে আৰ্থিক কেলেংকাৰীৰো অভিযোগ, কাৰ বলেৰে ইমান বলীয়ান সন্দীপ ঘোষ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন