• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বনকৰা মানুহৰ সৈতে প্ৰেম মালিকনী! বিয়া পাতি স্বামীক মাতে চালমান খান!

বনকৰা মানুহৰ সৈতে প্ৰেম মালিকনী! বিয়া পাতি স্বামীক মাতে চালমান খান!

4 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

4 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

5 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

6 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

7 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

8 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

8 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

9 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

9 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

10 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

10 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বনকৰা মানুহৰ সৈতে প্ৰেম মালিকনী! বিয়া পাতি স্বামীক মাতে চালমান খান!

editor by editor
July 30, 2022
in জীৱনশৈলী, বিবিধ
0
বনকৰা মানুহৰ সৈতে প্ৰেম মালিকনী! বিয়া পাতি স্বামীক মাতে চালমান খান!
0
SHARES
21.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিছুমান এনেধৰণৰ বাতৰি ছ’চিয়েল মিডিয়াত প্ৰায়ে ভাইৰেল হৈয়েই থাকে, যিয়ে আমাক কেতিয়াবা আচৰিত কৰি তোলে আৰু কেতিয়াবা হাঁহিবলৈ বাধ্য কৰে। তেনে এটা খবৰ হৈছে পাকিস্তানৰ, যিটো ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে।

আচলতে এই খবৰটো এগৰাকী মালিকনী আৰু বনকৰা মানুহৰ প্ৰেম কাহিনী। কেৱল পাকিস্তানতে নহয়, সমগ্ৰ বিশ্বতে ছ’চিয়েল মিডিয়াতো চৰ্চা অব্যাহত আছে নাজিয়া নামৰ এগৰাকী মহিলা।

শেহতীয়াকৈ মহিলাগৰাকীয়ে নিজৰ ঘৰত বনকৰা মানুহজনক বিয়া কৰাইছিল৷ নাজিয়াই এটা ইউটিউব চেনেলত ইন্টাৰভিউ দি তেওঁ নিজৰ প্ৰেম কাহিনীৰ বিষয়ে বিৱৰি কয়৷ ইয়াৰ পাছতে মালিকনী আৰু বনকৰা মানুহগৰাকীৰ প্ৰেম কাহিনীটো সাংঘাতিকভাৱে ভাইৰেল হৈ পৰিছে।

লগতে পঢ়ক ১৯৯৪ত কি ডাঙৰ ৰিস্ক লৈছিল হিমন্ত বিশ্ব শৰ্মাই? ডঃ শৰ্মাই প্ৰকাশ নকৰা বিশেষ সফলতাটো কি আছিল?

খবৰ অনুসৰি, পাকিস্তানৰ ইছলামবাদৰ বাসিন্দা নাজিয়াই ঘৰৰ কামবোৰ কৰিবলৈ এজন বনকৰা মানুহ নিয়োগ কৰিছিল। বনকৰা মানুহজনৰ নাম ছুফিয়ান। নাজিয়াই সাক্ষাৎকাৰটোত কয় যে আগতে ঘৰত অকলে আছিল।

তেওঁৰ ঘৰত কোনো নাছিল, সেয়ে ভৰসা কৰিব পৰা এজন বনকৰা মানুহ বিচাৰি আছিল। ইয়াৰ পিছত তেওঁক এজন বন্ধুৱে ছুফিয়ানক ৰাখিবলৈ পৰামৰ্শ দিলে৷ তাৰ পিছত নাজিয়াই বনকৰা মানুহজনক মাহিলী ১৮ হাজাৰ টকা দৰমহাত নিযুক্তি দিয়ে।

কিছুদিনৰ পাছত নাজিয়াই চুফিয়ানৰ কাম-কাজ আৰু চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত হ’বলৈ ধৰে আৰু এইদৰেই নাজিয়াই ছুফিয়ানৰ প্ৰেমত পৰিল।

লগতে পঢ়ক পত্নীয়ে কৈছিল মোৰ সৈতে প্ৰধানমন্ত্ৰী মোদী আৰু যোগী আছে৷ স্বামীয়ে পঠালে তিনি তালাকৰ নোটিচ

প্ৰথমে লুকুৱাই ৰাখিছিল যদিও পিছত নাজিয়াই ছুফিয়ানৰ ওচৰত নিজৰ প্ৰেম প্ৰকাশ কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পিছত নাজিয়াই ছুফিয়ানক প্ৰস্তাৱ দিলে। এই সময়ত ছুফিয়ান কিছু সময় হতবাক হৈ পৰিছিল যদিও তেওঁ প্ৰস্তাৱটো গ্ৰহণ কৰে। তাৰ পিছত দুয়োজনে বিয়া পাতিবলৈ সিদ্ধান্ত লয়৷

নাজিয়াই কয় যে ছুফিয়ানে তেওঁক বহুত যত্ন লয় আৰু মৰমেৰে তেওঁক কেটৰিনা কাইফ বুলি মাতে আৰু নাজিয়াই স্বামীক ছলমান খান বুলি কয়৷নাজিয়াই লগতে কয় যে বিয়াৰ সিদ্ধান্ত লোৱাটো সহজ নাছিল কিয়নো মানুহে তেওঁলোকৰ এই সিদ্ধান্ত বহুত প্ৰতিবাদ কৰিছিল৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assammistress marries servant
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
সুন্দৰী পত্নীক সন্দেহ, এচিড আক্ৰমণেৰে হত্যা, স্বামীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি আদালতৰ

সুন্দৰী পত্নীক সন্দেহ, এচিড আক্ৰমণেৰে হত্যা, স্বামীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি আদালতৰ

সাগৰৰ পাৰত মৃত অৱস্থাত উদ্ধাৰ ৰহস্যময় জীৱ, দেখি স্তম্ভিত বিজ্ঞানীসমাজ!

সাগৰৰ পাৰত মৃত অৱস্থাত উদ্ধাৰ ৰহস্যময় জীৱ, দেখি স্তম্ভিত বিজ্ঞানীসমাজ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.