• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পত্নীয়ে কৈছিল মোৰ সৈতে প্ৰধানমন্ত্ৰী মোদী আৰু যোগী আছে৷ স্বামীয়ে পঠালে তিনি তালাকৰ নোটিচ

পত্নীয়ে কৈছিল মোৰ সৈতে প্ৰধানমন্ত্ৰী মোদী আৰু যোগী আছে৷ স্বামীয়ে পঠালে তিনি তালাকৰ নোটিচ

4 years ago
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

2 hours ago
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

3 hours ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

4 hours ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

4 hours ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

12 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

13 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

13 hours ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

14 hours ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

14 hours ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

15 hours ago
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

16 hours ago
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

পত্নীয়ে কৈছিল মোৰ সৈতে প্ৰধানমন্ত্ৰী মোদী আৰু যোগী আছে৷ স্বামীয়ে পঠালে তিনি তালাকৰ নোটিচ

editor by editor
July 30, 2022
in Uncategorized
0
পত্নীয়ে কৈছিল মোৰ সৈতে প্ৰধানমন্ত্ৰী মোদী আৰু যোগী আছে৷ স্বামীয়ে পঠালে তিনি তালাকৰ নোটিচ
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিশ্বৰ জনপ্ৰিয় নেতাসমূহৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও অন্যতম৷ দেশৰ শাসনভাৰ হাতত লোৱাৰে পৰা নেতাগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে৷ তাৰ ভিতৰত তিনি তালাক বিৰোধী আইনো লেখত ল’বলগীয়া৷ আনহাতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথেও নিজৰ ২.০ কাৰ্যকাল আৰম্ভ কৰিছে৷ যোগী জনপ্ৰিয়তাও কোনো গুণে কম নহয়৷ কিন্তু এই নেতা দুগৰাকী জনপ্ৰিয়তা এইবাৰ সোমাইছে পতি-পত্নীৰ মাজত৷ যাৰ বাবে এগৰাকী মহিলাক স্বামীয়ে তিনি তালাকৰ জাননী প্ৰেৰণ কৰিছে৷ উত্তৰ প্ৰদেশৰ মুৰাদাবাদৰ এজন লোকে পত্নীক তিনি তালাকৰ জাননী প্ৰেৰণৰ পাছতে পত্নীয়ে অভিযোগ কৰিছে যে মই বিজেপিক ভোট দিয়াৰ বাবে মোৰ স্বামীয়ে মোক তিনি তালাক দিবলৈ ওলাইছে৷

দেশৰ কিমান প্ৰাক্তন সাংসদে লাভ কৰে পেঞ্চন? এমাহত খৰচ হয় কিমান?

মহিলাগৰাকীয়ে আৰু অভিযোগ কৰে যে স্বামীৰ পৰিয়ালে মোক যৌতুক বাবে অত্যাচাৰ কৰে৷  কিন্তু মোদী জী আৰু যোগী জী মোৰ লগত আছে আৰু মই যোগী জীক ভোট দিছো বুলি কওঁতে তেওঁৰ খং উঠিছিল। আৰু তাৰ বাবেই মোক তালাকৰ জাননী প্ৰেৰণ কৰিছে৷ মহিলা গৰাকীয়ে ইতিমধ্যে মুৰাদাবাদ আৰক্ষীত গোচৰ ৰুজু কৰি ন্যায়ৰ বাবে আৱেদন কৰিছে। ভুক্তভোগী মহিলাগৰাকীয়ে কয় যে ২০১৯ চনত মোৰ বিয়া হৈছিল। বিয়াৰ পিছত ৬ মাহ সকলো ঠিকেই আছিল, কিন্তু কিছুদিন পিছতে স্বামী গৃহই মোক যৌতুকৰ বাবে অত্যাচাৰ কৰিছিল আৰু মোৰ স্বামীয়েও তেওঁলোকক সহায় কৰিছিল৷ ভুক্তভোগী মহিলাগৰাকীয়ে কয় যে মই ন্যায় বিচাৰো। ঘৰত বহি বিবাহ বিচ্ছেদ দি ছোৱালীৰ জীৱন বিনষ্ট কৰি থকা এনে লোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত।

ইপিনে মহিলাগৰাকীৰ স্বামী মহম্মদ নাদীমে অভিযোগ কৰে যে মোৰ পত্নীয়ে পত্নধর্ম পালন কৰা নাই আৰু তেওঁ পৰিয়ালত থাকিবলৈ নিবিচাৰে৷ সেয়ে তেওঁক বিধি অনুসৰি আইনী জাননী প্ৰেৰণ কৰা হৈছে। কাৰণ এটা সময়ত তিনি তালাক দিয়াটো অবৈধ। স্বামী আৰু অভিযোগ কৰে যে মোৰ পত্নীয়ে মোক ভুল ধৰণে ফচাব বিচাৰিছে৷ পত্নীয়ে সদায় ভাবুকি দিয়ে যে বিজেপি চৰকাৰ আছে, আপুনি যিমানেই নকৰক মই সকলোকে জেললৈ পঠিয়াই দিম। মই ভাৰতৰ আইন আৰু শ্বৰীয়ত অনুসৰি তেওঁক বিবাহ বিচ্ছেদ কৰিছো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
Next Post
১৯৯৪ত কি ডাঙৰ ৰিস্ক লৈছিল হিমন্ত বিশ্ব শৰ্মাই? ডঃ শৰ্মাই প্ৰকাশ নকৰা বিশেষ সফলতাটো কি আছিল?

১৯৯৪ত কি ডাঙৰ ৰিস্ক লৈছিল হিমন্ত বিশ্ব শৰ্মাই? ডঃ শৰ্মাই প্ৰকাশ নকৰা বিশেষ সফলতাটো কি আছিল?

আপুনিও সাৱধান হওক! ৰাতি মোবাইল চাৰ্জত দি শুইছিল কিশোৰী! পুৱা উদ্ধাৰ হয় মৃতদেহ

আপুনিও সাৱধান হওক! ৰাতি মোবাইল চাৰ্জত দি শুইছিল কিশোৰী! পুৱা উদ্ধাৰ হয় মৃতদেহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.