• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ কিমান প্ৰাক্তন সাংসদে লাভ কৰে পেঞ্চন? এমাহত খৰচ হয় কিমান?

দেশৰ কিমান প্ৰাক্তন সাংসদে লাভ কৰে পেঞ্চন? এমাহত খৰচ হয় কিমান?

4 years ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

47 minutes ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

1 hour ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

10 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

11 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

11 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

13 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

13 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

14 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

15 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

16 hours ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

16 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

দেশৰ কিমান প্ৰাক্তন সাংসদে লাভ কৰে পেঞ্চন? এমাহত খৰচ হয় কিমান?

RTI যোগে পোহৰলৈ আহিল তথ্য

editor by editor
July 30, 2022
in Uncategorized
0
দেশৰ কিমান প্ৰাক্তন সাংসদে লাভ কৰে পেঞ্চন? এমাহত খৰচ হয় কিমান?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কেন্দ্ৰই ‘অগ্নিপথ আঁচনি’ আৰম্ভ কৰাত ‘অগ্নিবীৰ’ৰ চাকৰিকাল আৰু পেঞ্চনৰ বিষয়টো চৰ্চালৈ আহিছিল আৰু ইয়াৰ বাবেই সাংসদসসকলৰ পেঞ্চন সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছিল৷ চৰ্চা হৈছিল যে যদি সাংসদক পেঞ্চন দিব পাৰি, তেন্তে অগ্নিবীৰক নোৱাৰি কিয়? আনকি সাংসদ-বিধায়কক পেঞ্চন দিয়াৰ পৰিৱৰ্তে অগ্নিবীৰক দিব লাগে বুলিও চৰ্চিত হৈছিল৷ আনকি বিজেপি সাংসদ বৰুণ গান্ধীয়ে প্ৰশ্ন উত্থাপন কৰিছিল যে দেশপ্ৰেমিক সাংসদে পেঞ্চন ত্যাগ কৰি চৰকাৰৰ বোজা কমাব নোৱাৰে নেকি? কেৱল এয়াই নহয় সাংসদগৰাকীয়ে আৰু কৈছিল যে যদি ৰাষ্ট্ৰৰ ৰক্ষকে পেঞ্চন পোৱাৰ অধিকাৰ নাই, তেন্তে মই নিজেই পেঞ্চন এৰি দিবলৈ সাজু৷ এইটোও চৰ্চা চলিছিল যে বহু সাংসদে নিজৰ কাৰ্যকাল সম্পূৰ্ণ নকৰে, তাৰ পিছতো তেওঁলোকক পেঞ্চনৰ সুবিধা দিয়া হয়৷

এইটোও পঢ়ক

হিন্দু যুৱকৰ প্ৰেমত বিবাহিত মুছলিম মহিলা, থাকিল লিভ-ইনতো৷ তাৰ পিছত ঘটিল এই ঘটনা…

কিন্তু শেহতীয়াভাৱে এক আৰটিআই কৰ্মীয়ে কৰা RTIত পোহৰলৈ আহিছে যে দেশৰ কিমান প্ৰাক্তন সাংসদে পেঞ্চনৰ সুবিধা পায় আৰু তেওঁলোকৰ পেঞ্চনৰ নামৰ মাহেকত চৰকাৰৰ কিমান টকা খৰচ হয়৷ আইৰটিআই কৰ্মীজনে RTI যোগে প্ৰশ্ন কৰিছিল যে দেশৰ পেঞ্চন লাভ কৰা প্ৰাক্তন সাংসদৰ মুঠ সংখ্যাৰ লগতে ব্ৰেকআপৰ সবিশেষ দিব লাগে৷ ইয়াৰ বাহিৰেও এমাহত বিভিন্ন প্ৰাক্তন সাংসদক বিতৰণ কৰা মুঠ পেঞ্চনৰ পৰিমাণো ক’ব লাগে। RTIৰ উত্তৰত লোকসভা সচিবালয়ে জনায় যে দেশৰ ১৯৯১ জন প্ৰাক্তন সাংসদে পেঞ্চন লাভ কৰি আছে৷ ইয়াৰ ভিতৰত ১৪৪৭ গৰাকী প্ৰাক্তন লোকসভাৰ সাংসদ আৰু ৫৪৪ গৰাকী প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ৷ ইয়াৰ উপৰিও ২০২২ চনৰ মে’ মাহত চৰকাৰে পেঞ্চন/পৰিয়াল পেঞ্চনৰ বাবে ৬.২৮ কোটি টকা প্ৰদান কৰিছে বুলি লোকসভা সচিবালয়ে জানিবলৈ দিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
Next Post
মৃত্যুৰ ৩০ বছৰৰ পিছত কইনাৰ বিবাহ! ভিডিঅ’ দেখি আপুনিও হ’ব আচৰিত!

মৃত্যুৰ ৩০ বছৰৰ পিছত কইনাৰ বিবাহ! ভিডিঅ’ দেখি আপুনিও হ’ব আচৰিত!

পত্নীয়ে কৈছিল মোৰ সৈতে প্ৰধানমন্ত্ৰী মোদী আৰু যোগী আছে৷ স্বামীয়ে পঠালে তিনি তালাকৰ নোটিচ

পত্নীয়ে কৈছিল মোৰ সৈতে প্ৰধানমন্ত্ৰী মোদী আৰু যোগী আছে৷ স্বামীয়ে পঠালে তিনি তালাকৰ নোটিচ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.