• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত্যুৰ ৩০ বছৰৰ পিছত কইনাৰ বিবাহ! ভিডিঅ’ দেখি আপুনিও হ’ব আচৰিত!

মৃত্যুৰ ৩০ বছৰৰ পিছত কইনাৰ বিবাহ! ভিডিঅ’ দেখি আপুনিও হ’ব আচৰিত!

4 years ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

22 minutes ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

53 minutes ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

2 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

3 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

4 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

4 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

5 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

6 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

7 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

7 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

8 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মৃত্যুৰ ৩০ বছৰৰ পিছত কইনাৰ বিবাহ! ভিডিঅ’ দেখি আপুনিও হ’ব আচৰিত!

editor by editor
July 30, 2022
in বিবিধ, ভাৰত
0
মৃত্যুৰ ৩০ বছৰৰ পিছত কইনাৰ বিবাহ! ভিডিঅ’ দেখি আপুনিও হ’ব আচৰিত!
0
SHARES
42.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাত বৃহস্পতিবাৰে পৰম্পৰাগতভাৱে বিবাহপাশত আবদ্ধ হয় এহাল বিশেষ দম্পতী। এইবাবেই বিশেষ যে বিবাহপাশত আৱদ্ধ হোৱা দম্পতীহাল ইহসংসাৰত নাই৷ আজিৰ পৰা প্ৰায় ৩০ বছৰৰ পূৰ্বেই কইনাৰ মৃত্যু হৈছিল৷

এই বিশেষ দম্পতীহাল হৈছে শোভা আৰু চন্দপ্পা৷ চন্দপ্পাৰ মৃত্যুৰ ৩০ বছৰৰ পাছত এই বিবাহসম্পন্ন হৈ যায়৷ আপুনি হয়তো আচৰিত হৈছে যে মৃত্যুৰ পিছত বিবাহ কেনেকৈ সম্ভৱ হ’ব পাৰে? কিন্তু, কেনেকৈ সম্ভৱ হ’ল আমি আপোনালোকক বিতংভাৱে ক’বলৈ আগবাঢ়িছো।

লগতে পঢ়ক নকল লিংগৰেৰে ২ কিশোৰীৰ সৈতে যৌন সম্পৰ্ক ট্ৰেন্স পুৰুষৰ, আদালতে দিলে ১০ বছৰৰ কাৰাদণ্ড

আচলতে কৰ্ণাটক আৰু কেৰেলাৰ কিছুমান জিলাত ‘প্ৰেঠা কল্যাণম’ বা মৃত্যুৰ পিছত বিবাহৰ পৰম্পৰা আছে৷ যি বিবাহ সম্পূৰ্ণ লৌকি লোকাচাৰ তথা পৰম্পৰাগত ৰীতি-নীতিৰে সম্পন্ন কৰা হয়। এই লৌকিক লোকাচাৰ অনুসৰি প্ৰসৱ বা জন্মৰ পিছত মৃত্যু হোৱা সন্তানৰ বিবাহ অনুষ্ঠান আয়োজন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে মৃত আত্মাবোৰৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰা।

ইউটিউবাৰ এনি অৰুণে টুইট কৰি এই অনন্য বিবাহৰ বিষয়ে প্ৰকাশ কৰিছে। অৰুণে কয় যে তেওঁ এনে এখন অনন্য বিয়াত অংশ লৈছিল, যিখন বিবাহৰ দৰা-কইনাৰ ৩০ বছৰ পূৰ্বে মৃত্যু হৈছে।

Newlyweds entering the grooms house as couple for the first time. pic.twitter.com/23lnj4cpfh

— AnnyArun (@anny_arun) July 28, 2022

লগতে পঢ়ক অলৌকিক শক্তিৰ প্ৰভাৱ! কিয় কান্দি কান্দি মূৰ্চা গ’ল কে’বাগৰাকী স্কুলীয়া ছাত্ৰী?

অৰুণৰ মতে এই বিয়াখন আন যিকোনো জীৱিত লোকৰ পৰম্পৰাগত বিয়াৰ দৰেই আনুষ্ঠানিক বিবাহ আছিল। পাৰ্থক্যটো মাত্ৰ আছিল যে দৰা-কইনাৰ সলনি ইয়াত মৃত দম্পতীহালৰ প্ৰতিমূৰ্তিবোৰক বিয়া কৰাই দিয়া হয়। এক অৰ্থত ক’বলৈ গ’লে ই এনে এক বিবাহ অনুষ্ঠান, যিটো বাস্তৱ জীৱনত অস্তিত্বহীন সেই দম্পতীৰ বাবে আয়োজন ককৰা হয়।

বিবাহখনত অনানুষ্ঠানিক যোৰা এটা দুটা মৰা সন্তানৰ দৰে বনাই দিয়া হৈছিল। মৃত শিশুটিক তেওঁলোকৰ প্ৰতিমূৰ্তিৰ জৰিয়তে মৃত ছোৱালীজনীৰ লগত বিয়া দিয়া হৈছিল। ইয়াত সকলো ৰীতি-নীতি আন যিকোনো বিবাহৰ দৰেই কৰা হৈছিল৷

এই অনন্য বিয়াত উপস্থিত থকাসকলক এটি ভোজ প্ৰদান কৰা হৈছিল। তেওঁলোকক বিভিন্ন ধৰণৰ খাদ্য পৰিবেশন কৰা হৈছিল। এই বিয়াতো বহু ধৰণৰ বিশেষ মিঠাই আৰু অন্যান্য ব্যঞ্জন পৰিবেশন কৰা হৈছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRitural marriageviral news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

June 26, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

June 26, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

June 26, 2026
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!
জীৱনশৈলী

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

June 26, 2026
Next Post
পত্নীয়ে কৈছিল মোৰ সৈতে প্ৰধানমন্ত্ৰী মোদী আৰু যোগী আছে৷ স্বামীয়ে পঠালে তিনি তালাকৰ নোটিচ

পত্নীয়ে কৈছিল মোৰ সৈতে প্ৰধানমন্ত্ৰী মোদী আৰু যোগী আছে৷ স্বামীয়ে পঠালে তিনি তালাকৰ নোটিচ

১৯৯৪ত কি ডাঙৰ ৰিস্ক লৈছিল হিমন্ত বিশ্ব শৰ্মাই? ডঃ শৰ্মাই প্ৰকাশ নকৰা বিশেষ সফলতাটো কি আছিল?

১৯৯৪ত কি ডাঙৰ ৰিস্ক লৈছিল হিমন্ত বিশ্ব শৰ্মাই? ডঃ শৰ্মাই প্ৰকাশ নকৰা বিশেষ সফলতাটো কি আছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.