• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নকল লিংগৰেৰে ২ কিশোৰীৰ সৈতে যৌন সম্পৰ্ক ট্ৰেন্স পুৰুষৰ, আদালতে দিলে ১০ বছৰৰ কাৰাদণ্ড

নকল লিংগৰেৰে ২ কিশোৰীৰ সৈতে যৌন সম্পৰ্ক ট্ৰেন্স পুৰুষৰ, আদালতে দিলে ১০ বছৰৰ কাৰাদণ্ড

4 years ago
কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

28 minutes ago
বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

58 minutes ago
মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

2 hours ago
‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

3 hours ago
দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

3 hours ago
প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

4 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

4 hours ago
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

13 hours ago
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

14 hours ago
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

14 hours ago
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

15 hours ago
পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

নকল লিংগৰেৰে ২ কিশোৰীৰ সৈতে যৌন সম্পৰ্ক ট্ৰেন্স পুৰুষৰ, আদালতে দিলে ১০ বছৰৰ কাৰাদণ্ড

editor by editor
July 29, 2022
in অপৰাধ, বিশ্ব
0
নকল লিংগৰেৰে ২ কিশোৰীৰ সৈতে যৌন সম্পৰ্ক ট্ৰেন্স পুৰুষৰ, আদালতে দিলে ১০ বছৰৰ কাৰাদণ্ড
0
SHARES
35.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী ট্ৰেন্স পুৰুষে দুগৰাকী কিশোৰীৰ সৈতে নকল যৌনাংগৰেৰে যৌন সম্পৰ্ক স্থাপন কৰাৰ অপৰাধত দোষী সাব্যস্ত হৈছে৷ ইতিমধ্যে আদালতে ট্ৰেন্স পুৰুষগৰাকীক দোষী সাব্যস্ত কৰি ১০ বছৰৰ কাৰাদাণ্ড বিহিছে৷

দোষী সাব্যস্ত হোৱা ট্ৰেন্স পুৰুষজন হৈছে ৩২ বছৰীয়া তাৰ্জিত সিং৷ প্ৰকাশিত বাতৰিৰ মতে জন্মৰ সময়ত তাৰ্জিত কন্যা সন্তানৰূপে জন্ম লাভ কৰিছিল আৰু শৈশৱৰ নাম আছিল হান্না ৱালটাৰ্ছ৷ কিন্তু এতিয়া লোকজনক পুৰুষ হিচাপে চিনাক্ত কৰা হৈছে৷

প্ৰকাশিত বাতৰি অনুসৰি তাৰ্জিত সিঙে নকল যৌনাংগেৰে দুগৰাকী কিশোৰীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰি আহিছিল৷

লগতে পঢ়ক পত্নীৰ অন্তৰংগ ভিডিঅ’ৰেৰে ব্লেকমেইল! ৫ মহিলাক বিয়া কৰাই গ্ৰেপ্তাৰ এজন লোক

স্নেৰেছব্ৰুক ক্ৰাউন ক’ৰ্টত শুনানি গ্ৰহণ কৰা ন্যায়াধীশগৰাকীয়ে নিজৰ ৰায়দানত কয় যে সিঙে নিজৰ লিংগ সম্পৰ্কীয় পৰিচয়টো লুকুৱাই ৰাখিছিল৷ বৰঞ্চ তেওঁ লৈংগিক পৰিচয়ৰ ক্ষেত্ৰত প্ৰতাৰণাৰ পথহে বাছি লৈছিল৷ সিঙে নিজকে আনৰ আগত পুৰুষ হিচাপে পৰিচয় দি আহিছিল।

গোচৰৰ শুনানিৰ সময়ত এগৰাকী ভুক্তভোগীয়ে নিজৰ বিবৃতিত কয় যে, ‘‘এই ঘটনাৰ ফলত মোৰ মানসিক স্বাস্থ্য প্ৰভাৱিত হৈছিল। মই তীব্ৰ বিষণ্ণতাত ভুগিছিলো। ডিপ্ৰেছন ঔষধ খাবলগীয়া হৈছিল৷’’

সিঙে যৌন সম্পৰ্ক স্থাপন কৰাৰ সময়ত কিশোৰীগৰাকীক আক্ৰমণ কৰাৰো প্ৰমাণ পোৱা গৈছে৷ এগৰাকী ভুক্তভোগীৰ শৰীৰত ৬ টাকৈ আঘাতৰ চিহ্ন থকাৰ লগতে তেওঁৰ কথা ৰাজহুৱা কৰিলে হত্যা কৰাৰো ভাবুকি দিছিল৷

লগতে পঢ়ক হোষ্টেলৰ কোঠাত আত্মহত্যা B.Techৰ ছাত্ৰী, লেপটপত ছুইচাইড নোট উদ্ধাৰ

গোচৰৰ শুনানিৰ সময়ত আদালত প্ৰমাণ হৈছে যে সিঙে এগৰাকী ভুক্তভোগীক জুই লগাই হত্যা কৰাৰ ভাবুকি দিছিল। এই সকলোবোৰ অভিযোগ প্ৰমাণ হোৱাৰ পিছতে তাৰ্জিত সিঙক ১০ বছৰৰ কাৰাদণ্ড বিহিছে আদালতে৷

ন্যায়াধীশ অস্কাৰ ডেল ফেব্ৰ’ই নিজৰ সিদ্ধান্তত কয় যে ভৱিষ্যতে সিঙে মানুহৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। তিনিওজন ভুক্তভোগীৰ বিৰুদ্ধে বাৰে বাৰে হিংসাত্মক ঘটনা আৰু আক্ৰমণ সংঘটিত কৰি অহা এজন বিপজ্জনক অপৰাধী।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamTrans man
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?
বিশ্ব

‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

August 9, 2026
প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?
ভাৰত

প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

August 9, 2026
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ
বিশ্ব

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

August 8, 2026
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’
বিশ্ব

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

August 8, 2026
Next Post
১১ বছৰীয়া কিশোৰীক এমাহত কে’বাবাৰো গণ ধৰ্ষণ, ৯ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

১১ বছৰীয়া কিশোৰীক এমাহত কে’বাবাৰো গণ ধৰ্ষণ, ৯ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

অন্য শিক্ষয়িত্ৰীৰ সৈতে হোটেলত দুস্কাৰ্য শিক্ষয়িত্ৰীৰ স্বামীৰ, ভিডিঅ’ ভাইৰেল কৰি পলাতক

অন্য শিক্ষয়িত্ৰীৰ সৈতে হোটেলত দুস্কাৰ্য শিক্ষয়িত্ৰীৰ স্বামীৰ, ভিডিঅ’ ভাইৰেল কৰি পলাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.