• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোষ্টেলৰ কোঠাত আত্মহত্যা B.Techৰ ছাত্ৰী, লেপটপত ছুইচাইড নোট উদ্ধাৰ

হোষ্টেলৰ কোঠাত আত্মহত্যা B.Techৰ ছাত্ৰী, লেপটপত ছুইচাইড নোট উদ্ধাৰ

4 years ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

11 minutes ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰ উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰ উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

45 minutes ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

2 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

3 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

4 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

6 hours ago
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

6 hours ago
৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

8 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

প্ৰস্ৰাৱৰ দুৰ্গন্ধ, বমি আৰু অস্থিৰতা, এয়া বৃক্কৰ সমস্যা নেকি?

9 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

পুৰুষৰ কি বস্তু ভাল পায় নাৰীয়ে? ৯৯% লোকে নাজানে এই কথা!

9 hours ago
কালসৰ্প যোগ আৰম্ভ, বৃষকে ধৰি এই ৪ ৰাশিৰ আহিব বিপদ!

কালসৰ্প যোগ আৰম্ভ, বৃষকে ধৰি এই ৪ ৰাশিৰ আহিব বিপদ!

9 hours ago
8th Pay Commission: পেঞ্চনৰ পৰা গ্ৰেচুইটিলৈ, কেন্দ্ৰীয় কৰ্মচাৰীয়ে উত্থাপন কৰিছে ৩টা ডাঙৰ দাবী

8th Pay Commission: পেঞ্চনৰ পৰা গ্ৰেচুইটিলৈ, কেন্দ্ৰীয় কৰ্মচাৰীয়ে উত্থাপন কৰিছে ৩টা ডাঙৰ দাবী

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

হোষ্টেলৰ কোঠাত আত্মহত্যা B.Techৰ ছাত্ৰী, লেপটপত ছুইচাইড নোট উদ্ধাৰ

editor by editor
July 29, 2022
in ভাৰত
0
হোষ্টেলৰ কোঠাত আত্মহত্যা B.Techৰ ছাত্ৰী, লেপটপত ছুইচাইড নোট উদ্ধাৰ
0
SHARES
34.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইন্দ্ৰপ্ৰস্থ ইনষ্টিটিউট অৱ ইনফৰ্মেচন টেকন’লজিৰ বিটেকৰ এগৰাকী ছাত্ৰীয়ে নিজৰ হোষ্টেলৰ কোঠাত ফাঁচী লগাই আত্মহত্যা কৰিছে৷ আত্মহ্যতা কৰা ছাত্ৰীগৰাকী শ্ৰাৱণী খাটুৱা(১৯) বুলি চিনাক্ত কৰা হৈছে৷

মেধাৱী ছাত্ৰীগৰাকী ওড়িশাৰ আৰু তেওঁ আইআইটিবিত প্ৰথম বৰ্ষ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰী আছিল৷ছাত্ৰীগৰাকী শিক্ষানুষ্ঠানখনৰ চৌহদত থকা হোষ্টেলৰ নিৱাসী আছিল৷ যোৱা মংগলবাৰে নিজৰ কোঠাতে থকা ছাত্ৰীগৰাকীয়ে ৰুমমেটে সন্ধিয়া কৰবালৈ ওলাই যোৱাৰ পিছতে আত্মহত্যা কৰে৷

ৰুমমেটে বাহিৰৰ পৰা আহি ৰুমৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি থোৱা পাই শ্ৰাৱণীক খুলিবলৈ চিঞৰে যদিও ভিতৰৰ পৰা কোনো সঁহাৰি লাভ নকৰে৷কিন্তু ৰুমৰ ভিতৰৰ বিষাদগন্ধী সংগীতৰ শব্দ নিৰ্গত হৈ আছিল৷

লগতে পঢ়ক  কেমেৰাৰ সন্মুখতে বিজেপি নেতাক ছুৰিকাঘাত কৰি হত্যা ৪ মুখাধাৰীৰ

দুৱাৰখন খুলি নিদিয়াত ৰুমমেটে অৱশেষত নিৰাপত্তাৰক্ষী মঞ্জু তিৱাৰীক খবৰ দিয়ে৷ শিক্ষানুষ্ঠানখনৰ প্ৰশাসনীয় লোক, চিকিৎসকৰ উপস্থিতিত নিৰাপত্তাৰক্ষীয়ে ৰুমৰ দুৱাৰখন ভাঙি ভিতৰলৈ সোমাই দেখে যে শ্ৰাৱণীৰ নিথৰ দেহটো চিলিং ফেনত ফাঁচ লৈ ওলমি আছে৷

ইয়াৰ পিছতে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়া হয়৷ আৰক্ষীয়ে ছাত্ৰীগৰাকীক ওচৰৰ এখন চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

ইফালে আৰক্ষী ছাত্ৰীগৰাকীৰ লেপটপত এটা ছুইচাইড নোট উদ্ধাৰ কৰিছে আৰক্ষীয়ে বিষয়াই জনোৱা মতে, ছুইচাইড নোটত তেওঁ ডিপ্ৰেছনত ভুগি থকাৰ কথা উল্লেখ কৰিছে৷ ছাত্ৰীগৰাকীয়ে মানসিক হতাশাত ভুগি এই চূড়ান্ত পদক্ষেপ হাতত লোৱা বুলি ধাৰণা কৰা হৈছে৷

আৰক্ষীৰ তদন্ততহে মেধাৱী ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamsuicide
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে
ভাৰত

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

June 10, 2026
প্ৰেমিকক নাপাই মোবাইল টাৱাৰ উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা
ভাৰত

প্ৰেমিকক নাপাই মোবাইল টাৱাৰ উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

June 10, 2026
৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…
বাণিজ্য

৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

June 10, 2026
জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ
ভাৰত

জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ

June 10, 2026
Next Post
পত্নীৰ অন্তৰংগ ভিডিঅ’ৰেৰে ব্লেকমেইল! ৫ মহিলাক বিয়া কৰাই গ্ৰেপ্তাৰ এজন লোক

পত্নীৰ অন্তৰংগ ভিডিঅ’ৰেৰে ব্লেকমেইল! ৫ মহিলাক বিয়া কৰাই গ্ৰেপ্তাৰ এজন লোক

শিশুৰ স্বাভাৱিক অভিভাৱক হ’ল মাতৃ, আছে উপাধি নিৰ্ণয়ৰো সম্পূৰ্ণ অধিকাৰ

শিশুৰ স্বাভাৱিক অভিভাৱক হ’ল মাতৃ, আছে উপাধি নিৰ্ণয়ৰো সম্পূৰ্ণ অধিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.