• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰসগোল্লা খোৱাবলৈ গৈ ভিনিহিয়েকৰ ওঁঠত চুমা খুলশালীৰ, কইনাই কৰিলে কি? ভিডিঅ’ ভাইৰেল

ৰসগোল্লা খোৱাবলৈ গৈ ভিনিহিয়েকৰ ওঁঠত চুমা খুলশালীৰ, কইনাই কৰিলে কি? ভিডিঅ’ ভাইৰেল

4 years ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

54 minutes ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

2 hours ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

3 hours ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

3 hours ago
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

4 hours ago
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

4 hours ago
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

5 hours ago
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

6 hours ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

7 hours ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

8 hours ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

8 hours ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰসগোল্লা খোৱাবলৈ গৈ ভিনিহিয়েকৰ ওঁঠত চুমা খুলশালীৰ, কইনাই কৰিলে কি? ভিডিঅ’ ভাইৰেল

editor by editor
July 29, 2022
in বিবিধ, ভাৰত
0
ৰসগোল্লা খোৱাবলৈ গৈ ভিনিহিয়েকৰ ওঁঠত চুমা খুলশালীৰ, কইনাই কৰিলে কি? ভিডিঅ’ ভাইৰেল
0
SHARES
69.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিয়াত দৰাক কইনাৰ ভনীয়েক অৰ্থাৎ খুলশালীয়েকে নগুৰ নাকটিখন কৰাটো একপ্ৰকাৰৰ পৰম্পৰাই৷ বিয়াৰ অনুষ্ঠানত দৰাৰ খুলশালীয়েকে দৰাক যিমানে ব্যতিব্যস্ত কৰিব পাৰে সিমানেই যেন বিবাহস্থলী উপভোগ্য হৈ পৰে৷

ৰভাস্থলীত দৰাই প্ৰৱেশ কৰাৰ লগে লগে খুলশালীহঁতে দৰাক হাৰাশাস্তি কৰাৰ অজুহাত বিচাৰি ফুৰে আৰু সুযোগ পালেই দৰাক হাৰাশাস্তি কৰিবলৈ নেৰে৷ ইয়াৰ ওলোটাকৈ দৰাইও খুলশালীহঁতক হাৰাশাস্তি নকৰাকৈ নাথাকে৷

সম্প্ৰতি তেনে এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ ভিডিঅ’টোত দেখা গৈছে যে ৰভাস্থলীত দৰাই কইনাৰ সৈতে বহি আছে৷ তেনে খুলশালীয়েকে আহি দৰাক ৰসগোল্লা খোৱাবলৈ যত্ন কৰে৷

লগতে পঢ়ক ‘১ টকা ঘোচ লোৱাৰ প্ৰমাণ দিলেই সাংবাদিকতা এৰি পথাৰত হাল বাম’ নিতুমণি শইকীয়া

View this post on Instagram

A post shared by Bhutni_ke (@bhutni_ke_memes)

প্ৰথমে দৰাই খুলশালীয়েকে দিয়া ৰসগোল্লাটোলৈ বিশেষ গুৰুত্ব নিদিয়ে৷ খুলশালীয়েকে অকণ অন্যমনস্ক হোৱা যেন দেখুওৱাৰ লগে লগে দৰাই খুলশালীয়েকৰ হাতখন থাপ মাৰি ধৰি ৰসগোল্লাটো খাবলৈ চেষ্টা কৰে৷ তড়িৎ গতিৰে খুলশালীয়েকেও ৰসগোল্লা খোৱাৰ চলেৰে দৰাক প্ৰায় ওঁঠতে চুম্বন কৰে৷

স্মাৰ্ট খুলশালীয়েক কিন্তু ৰসগোল্লাটো ভিনিহিয়েক খাবলৈ নিদিলে৷ ভিনিহিয়েকৰ হাতখন টানি ৰসগোল্লা মাটিত পেলাই দিয়ে৷

এই ভিডিঅ’টো এতিয়া সামাজিক মাধ্যমৰ চাইট ইনষ্টাগ্ৰামত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে৷ ছচিয়েল মিডিয়াত এই ভিডিঅটো বহু লোকে লাইক কৰিছে। bhutni_ke_memes নামৰ একাউন্টটোৱে এই ভিডিওটো ইনষ্টাগ্ৰামত আপলোড কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBrideGroom
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা
অপৰাধ

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

June 27, 2026
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?
ৰাজনীতি

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

June 27, 2026
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ
জীৱনশৈলী

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

June 27, 2026
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ
জীৱনশৈলী

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

June 27, 2026
Next Post
হোষ্টেলৰ কোঠাত আত্মহত্যা B.Techৰ ছাত্ৰী, লেপটপত ছুইচাইড নোট উদ্ধাৰ

হোষ্টেলৰ কোঠাত আত্মহত্যা B.Techৰ ছাত্ৰী, লেপটপত ছুইচাইড নোট উদ্ধাৰ

পত্নীৰ অন্তৰংগ ভিডিঅ’ৰেৰে ব্লেকমেইল! ৫ মহিলাক বিয়া কৰাই গ্ৰেপ্তাৰ এজন লোক

পত্নীৰ অন্তৰংগ ভিডিঅ’ৰেৰে ব্লেকমেইল! ৫ মহিলাক বিয়া কৰাই গ্ৰেপ্তাৰ এজন লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.