• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পত্নীৰ অন্তৰংগ ভিডিঅ’ৰেৰে ব্লেকমেইল! ৫ মহিলাক বিয়া কৰাই গ্ৰেপ্তাৰ এজন লোক

পত্নীৰ অন্তৰংগ ভিডিঅ’ৰেৰে ব্লেকমেইল! ৫ মহিলাক বিয়া কৰাই গ্ৰেপ্তাৰ এজন লোক

4 years ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

1 hour ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

2 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

3 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

3 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

12 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

13 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

13 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

15 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

15 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

16 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

17 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পত্নীৰ অন্তৰংগ ভিডিঅ’ৰেৰে ব্লেকমেইল! ৫ মহিলাক বিয়া কৰাই গ্ৰেপ্তাৰ এজন লোক

editor by editor
July 29, 2022
in বিবিধ, ভাৰত
0
পত্নীৰ অন্তৰংগ ভিডিঅ’ৰেৰে ব্লেকমেইল! ৫ মহিলাক বিয়া কৰাই গ্ৰেপ্তাৰ এজন লোক
0
SHARES
7.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰ চহৰত ৫ গৰাকী মহিলাক প্ৰতাৰণাৰে বিয়া কৰোৱা এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ আমেৰিকাত কৰ্মৰত চফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে ভুৱা কথা কৈ মহিলাক প্ৰতাৰণা কৰা অভিযুক্তজনৰ নাম কে সতীশ বাবু৷

আৰক্ষীৰ মতে, পালনাডু জিলাৰ আন্দাকুৰু গাঁৱৰ বাসিন্দা অভিযুক্তজনে যোৱা মাহত গুণ্টুৰৰ শ্ৰীলক্ষ্মীক বিয়া কৰাইছিল৷ কিছুদিনৰ পাছত ৮০ লাখ টকা দাবী কৰি টকা ব্যৱস্থা নকৰিলে ইণ্টাৰনেটত অন্তৰংগ ফ’টো আৰু ভিডিঅ’ আপলোড কৰিম বুলি ভাবুকি দিয়ে৷

পিছলৈ শ্ৰীলক্ষ্মীয়ে মহিলাকেইগৰাকীৰ সৈতে লোকজনে কৰা মেচেজবোৰ চাই গম পালে যে সতীশে ইতিমধ্যে অন্য কে’বাগৰাকীও মহিলাক বিয়া কৰাইছে৷ইয়াৰ পাছতে শ্ৰীলক্ষ্মী আৰু তেওঁৰ পিতৃ-মাতৃয়ে গুণ্টুৰৰ দিশা আৰক্ষীৰ কাষ চাপে৷আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে সতীশ বাবুৱে কেনেকৈ ভুক্তভোগীসকলক প্ৰতাৰণা কৰি আহিছিল৷

লগতে পঢ়ক ৰসগোল্লা খোৱাবলৈ গৈ ভিনিহিয়েকৰ ওঁঠত চুমা খুলশালীৰ, কইনাই কৰিলে কি? ভিডিঅ’ ভাইৰেল

এজন আৰক্ষী বিষয়াই জনোৱা মতে, ২০০৫ চনত সতীশ বাবুৱে প্ৰথমে বিশাখাপট্টনমৰ শৈলজাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ ২০১৪ চনত আমেৰিকাত আন এগৰাকী মহিলা লাভানিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সতীশ৷

ইপিনে ২০১৭ চনত প্ৰথম পত্নীক বিবাহ বিচ্ছেদ কৰি একে বছৰতে লক্ষ্মীৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷তাৰ পিছত একে বছৰতে তেওঁ নেল্লোৰৰ দিব্যাক বিয়া কৰায়৷ সতীশ বাবুৱে প্ৰতাৰণাৰ বিষয়ে জানিব পাৰি দিব্যাই যোৱা বছৰতে গুণ্টুৰত আৰক্ষী ওচৰত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল৷

সতীশৰ পঞ্চম পত্নী শ্ৰীলক্ষ্মীয়েও গুণটুৰ আৰক্ষীক পুনৰ এখন এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লয়৷ একেজন ব্যক্তিৰ বিৰুদ্ধে পুনৰ এজাহাৰ দাখিল কৰাৰ পিছতে তদন্তকাৰী বিষয়াসকলে বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰে৷

লগতে পঢ়ক কেমেৰাৰ সন্মুখতে বিজেপি নেতাক ছুৰিকাঘাত কৰি হত্যা ৪ মুখাধাৰীৰ

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে সতীশে বহু মহিলাক প্ৰতাৰণাৰে বিয়া কৰাই আহিছিল৷ গোচৰ ৰুজু কৰি বৃহস্পতিবাৰে আৰক্ষীয়ে সতীশ বাবু আৰু তেওঁৰ পিতৃ বীৰ্ভদ্ৰ ৰাওক গ্ৰেপ্তাৰ কৰে৷ অভিযুক্ত সতীশে আৰু আন কোনোবা মহিলাক বিয়া কৰাবলৈ চেষ্টা কৰিছিল নেকি সেয়াও জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে৷

এজন আৰক্ষী বিষয়াই জনোৱা মতে, প্ৰতিখন বিবাহৰ পিছত অভিযুক্তজনে কোনোবা ভাল ঠাইত পত্নীৰ সৈতে এমাহ বা দুমাহ  সময় কটায়৷ভাল স্মৃতি হ’ব বুলি কৈ পত্নীসকলৰ সৈতে অন্তৰংগ মুহূৰ্তৰ ফ’টো আৰু ভিডিঅ’ তুলি পিছত সেইবোৰেৰে ব্লেকমেইল কৰি টকা দাবী কৰি আহিছিল সতীশে৷

পত্নীসকলে ধন দিবলৈ অস্বীকাৰ কৰিলে ভিডিঅ’সমূহ পৰ্ণগ্ৰাফিক ৱেবছাইটত আপলোড কৰাৰ ভাবুকি দিয়ে৷ গ্ৰেপ্তাৰৰ পিছত এতিয়া আৰক্ষীয়ে অভিযুক্তৰ অপৰাধ সম্পৰ্কে তদন্ত আৰম্ভ কৰি সতীশে আন মহিলাসকলকো পুনৰ জালত পেলাবলৈ চেষ্টা কৰিছে সেই বিষয়ে জানিবলৈ চেষ্টা কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMan cheated five women
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!
বিবিধ

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

July 17, 2026
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?
বিশ্ব

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

July 17, 2026
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!
বিনোদন

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

July 17, 2026
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

July 17, 2026
Next Post
শিশুৰ স্বাভাৱিক অভিভাৱক হ’ল মাতৃ, আছে উপাধি নিৰ্ণয়ৰো সম্পূৰ্ণ অধিকাৰ

শিশুৰ স্বাভাৱিক অভিভাৱক হ’ল মাতৃ, আছে উপাধি নিৰ্ণয়ৰো সম্পূৰ্ণ অধিকাৰ

নকল লিংগৰেৰে ২ কিশোৰীৰ সৈতে যৌন সম্পৰ্ক ট্ৰেন্স পুৰুষৰ, আদালতে দিলে ১০ বছৰৰ কাৰাদণ্ড

নকল লিংগৰেৰে ২ কিশোৰীৰ সৈতে যৌন সম্পৰ্ক ট্ৰেন্স পুৰুষৰ, আদালতে দিলে ১০ বছৰৰ কাৰাদণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.