• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিন্দু যুৱকৰ প্ৰেমত বিবাহিত মুছলিম মহিলা, থাকিল লিভ-ইনতো৷ তাৰ পিছত ঘটিল এই ঘটনা…

হিন্দু যুৱকৰ প্ৰেমত বিবাহিত মুছলিম মহিলা, থাকিল লিভ-ইনতো৷ তাৰ পিছত ঘটিল এই ঘটনা…

4 years ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

16 minutes ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

42 minutes ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

2 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

2 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

11 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

12 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

12 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

14 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

14 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

15 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

16 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

হিন্দু যুৱকৰ প্ৰেমত বিবাহিত মুছলিম মহিলা, থাকিল লিভ-ইনতো৷ তাৰ পিছত ঘটিল এই ঘটনা…

editor by editor
July 30, 2022
in Uncategorized
0
হিন্দু যুৱকৰ প্ৰেমত বিবাহিত মুছলিম মহিলা, থাকিল লিভ-ইনতো৷ তাৰ পিছত ঘটিল এই ঘটনা…
0
SHARES
70.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ প্ৰেমে নামানে বয়সৰ সীমা, নামানে জাতি-ধৰ্ম, ধনী-দুখীয়া৷ প্ৰেমে কেৱল বিচাৰে সঁচা অন্তৰেৰে প্ৰেমৰ ঠিকনা৷ এনকৈয়ে এগৰাকী বিবাহিত মুছলমান মহিলাই প্ৰেমৰ ঠিকনা বিচাৰি পাইছিল এজন হিন্দু যুৱকৰ ওচৰত৷ পৰিয়ালৰ অগোচৰে চলিছিল দুয়োৰে ভালপোৱা৷ কিন্তু ফুল ফুলিয়েই গোন্ধ ওলাবই৷ সেয়ে দুয়োৰে ভালপোৱাৰ কথাও এদিন পোহৰলৈ আহিল৷ পৰিয়ালৰ লোকে বাধা দিলে, পঞ্চায়ত অনুষ্ঠিত হ’ল৷ থানালৈও গ’ল দুয়োৰে ভালপোৱাৰ গোচৰ৷ কিন্তু কোনেও বাধা দিব নোৱাৰিলে দুয়োৰে প্ৰেমক৷ অৱশেষত সংসাৰ এৰি প্ৰেমিকৰ ওচৰলৈ গুচি আহিল মহিলাগৰাকী৷ সুখেৰে জীৱন কটোৱাৰ সপোন ৰচি দুয়ো থাকিবলৈ ল’লে ভাৰা ঘৰতে৷

এইটোও পঢ়ক

শিক্ষয়িত্ৰীয়ে ছাত্ৰক কৰিবলৈ দিলে দেহ মালিচ৷ তাৰ পাছত…, চাওক VIDEO

এনেকৈ বিগত এবছৰে সুখেৰেই চলিছিল কুমাৰগঞ্জ থানা এলেকাৰ উধৰণপুৰ গাঁৱৰ ৩৫ বছৰীয়া ৰুবিনা আৰু মটেৰা গাঁৱৰ ২৫ বছৰীয়া বাবুলাল গুপ্তাৰ সংসাৰ৷ কিছুদিন পূৰ্বে বাবুলাল আৰু ৰুবিনাই বাবুলালৰ পিতৃগৃহলৈ আহে৷ কিন্তু অন্য ধৰ্মৰ মহিলাক বিয়া কৰোৱাৰ বাবে পৰিয়ালে বাবুলালক ঘৰত সোমোৱাত বাধা দিয়ে৷ পিছত আৰক্ষীৰ উপস্থিতিত গাঁওবাসীয়ে পঞ্চায়ত বৈঠকৰ জৰিয়তে দুয়োকে পিতৃ গৃহতে এটা ঘৰত থাকিবলৈ ঠাই দিয়ে৷ কিন্তু বিগত বৃহস্পতিবাৰে দুয়োৰে সুখৰ সংসাৰলৈ নামি আহিল অমানিশা৷ কিবা কথাক লৈ বাবুলাল আৰু ৰুবিনাৰ বাকযুদ্ধ আৰম্ভ হয়৷ এই বাকযুদ্ধই কাজিয়ালৈ ৰূপান্তৰ হয়৷ খঙৰ ভমকত প্ৰেমিক স্বামীয়ে কুঠাৰেৰে আক্ৰমণ কৰে নিজ পত্নীক৷ লগে লগে হুৱা-দুৱা লাগে৷ ঘটনা সংঘটিত কৰিয়েই স্বামীয়ে পলায়ন কৰে৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পত্নীক হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী৷ ৰুবিনাৰ পিতৃগৃহয়ো দাখিল কৰে এজাহাৰ৷ ঘটনাস্থলীত উপস্থিত হৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰশান্ত বাৰ্মা আৰু আৰক্ষী অধীক্ষক (গ্ৰাম্য) অতুল কুমাৰে বিষটো গুৰুত্ব হিচাপে লয় আৰু ঘটনাৰ পুংখানুপুংখ তদন্ত কৰি থানাক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইপিনে গাঁওবাসীয়ে অভিযোগ কৰে যে স্বামী বাবুলাৰ অগচোৰে পত্নী ৰুবিনাই অন্য এজনৰ সৈতে প্ৰেমত পৰিছিল, যাৰ বাবে পতি-পত্নীৰ প্ৰায়ে কাজিয়া হৈছিল৷ সেয়াই যি কি নহওক, দুয়োৰে ঘটনাই এইটো আকৌ প্ৰমাণ কৰিলে যে প্ৰেমে দিয়ে স্বৰ্গসুখ, দিয়ে নৰকৰ যন্ত্ৰণাও৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
Next Post
অলৌকিক শক্তিৰ প্ৰভাৱ! কিয় কান্দি কান্দি মূৰ্চা গ’ল কে’বাগৰাকী স্কুলীয়া ছাত্ৰী?

অলৌকিক শক্তিৰ প্ৰভাৱ! কিয় কান্দি কান্দি মূৰ্চা গ’ল কে’বাগৰাকী স্কুলীয়া ছাত্ৰী?

দেশৰ কিমান প্ৰাক্তন সাংসদে লাভ কৰে পেঞ্চন? এমাহত খৰচ হয় কিমান?

দেশৰ কিমান প্ৰাক্তন সাংসদে লাভ কৰে পেঞ্চন? এমাহত খৰচ হয় কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.