• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ এই ঠাইত হঠাতে ২৪ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হ’ল ইণ্টাৰনেট আৰু SMS সেৱা

দেশৰ এই ঠাইত হঠাতে ২৪ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হ’ল ইণ্টাৰনেট আৰু SMS সেৱা

2 years ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

6 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

7 hours ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

7 hours ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

7 hours ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

8 hours ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

8 hours ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

8 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

9 hours ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

9 hours ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

9 hours ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

10 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দেশৰ এই ঠাইত হঠাতে ২৪ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হ’ল ইণ্টাৰনেট আৰু SMS সেৱা

editor by editor
July 21, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
দেশৰ এই ঠাইত হঠাতে ২৪ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হ’ল ইণ্টাৰনেট আৰু SMS সেৱা
0
SHARES
216
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ এই ঠাইত হঠাতে ২৪ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হল ইণ্টাৰনেট আৰু SMS সেৱা

আজি ২১ জুলাই তাৰিখে দেশৰ এখন ঠাইত ২৪ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হয় ইণ্টাৰনেট সেৱা আৰু এছএমএছ সেৱা। হাৰিয়ানাত দিয়া হৈছে এই নিৰ্দেশনা। ৰাজ্যখনৰ ব্ৰজ মণ্ডল যাত্ৰা সন্দৰ্ভত এই নিৰ্দেশনা জাৰি কৰে নায়াব সিং ছোনী চৰকাৰ।

এই সন্দৰ্ভত হাৰিয়ানা চৰকাৰে দেওবাৰে সন্ধিয়া ৬ বজাৰ পৰা ২৪ ঘণ্টাৰ বাবে নুহ নামৰ ঠাইত মোবাইল ইণ্টাৰনেট আৰু বাল্ক এছএমএছ সেৱা বন্ধ কৰাৰ নিৰ্দেশ দিছে। হাৰিয়ানা চৰকাৰৰ গৃহ বিভাগে জাৰি কৰিছে নিৰ্দেশ। দৰাচলতে যোৱা বছৰ এই শোভাযাত্ৰাৰ সময়ত নুহত হিংসাত্মক কাৰ্য সংঘটিত হৈছিল।

আজিৰে দেওবাৰৰে আৰম্ভ হৈ সোমবাৰে সন্ধিয়া ৬ বজালৈ বন্ধ থাকিব এই দুয়োটা সেৱা। হাৰিয়ানাৰ গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অনুৰাগ ৰাষ্টোগীয়ে কয় যে নুহত মোবাইল ইণ্টাৰনেট ২জি, ৩জি, ৪জি, ৫জি আৰু বাল্ক এছএমএছ সেৱা বন্ধ থাকিব।

অৱশ্যে এই ক্ষেত্ৰত বেংকিং, মোবাইল ৰিচাৰ্জ আৰু ভইচ কল অব্যাহত থাকিব। নুহ অঞ্চলত বিগত বৰ্ষৰ দৰে যাতে এইবাৰ শান্তি আৰু জনশৃংখলাৰ কোনো ধৰণৰ অশান্তি নহয়, তাৰ বাবে এই নিৰ্দেশ জাৰি কৰা হৈছে। যদি কোনোবাই এই আদেশ উলংঘা কৰে তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সদৰি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: haryanaInter and sms serviceInternet serviceNuhSMS Service
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ
জীৱনশৈলী

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

June 6, 2026
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক
জীৱনশৈলী

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

June 6, 2026
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে
ভাৰত

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

June 6, 2026
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!
জীৱনশৈলী

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

June 6, 2026
Next Post
এক অতিকে কৰুণ ঘটনাই জোকাৰি গ’ল ঢকুৱাখনা, একেলগে প্ৰাণ হেৰুৱালে তিনি ১০ বছৰীয়া শিশুৱে

এক অতিকে কৰুণ ঘটনাই জোকাৰি গ'ল ঢকুৱাখনা, একেলগে প্ৰাণ হেৰুৱালে তিনি ১০ বছৰীয়া শিশুৱে

জয় শ্বাহৰ ডাঙৰ ঘোষণা, বিচিচিআইয়ে অলিম্পিক খেলুৱৈৰ বাবে মুকলি কৰিলে বৃহৎ পৰিমাণৰ ধন

জয় শ্বাহৰ ডাঙৰ ঘোষণা, বিচিচিআইয়ে অলিম্পিক খেলুৱৈৰ বাবে মুকলি কৰিলে বৃহৎ পৰিমাণৰ ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.