• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক অতিকে কৰুণ ঘটনাই জোকাৰি গ’ল ঢকুৱাখনা, একেলগে প্ৰাণ হেৰুৱালে তিনি ১০ বছৰীয়া শিশুৱে

এক অতিকে কৰুণ ঘটনাই জোকাৰি গ’ল ঢকুৱাখনা, একেলগে প্ৰাণ হেৰুৱালে তিনি ১০ বছৰীয়া শিশুৱে

2 years ago
পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

43 minutes ago
‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

1 hour ago
World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

2 hours ago
মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

2 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

3 hours ago
বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা

বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা

4 hours ago
শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে

শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে

5 hours ago
ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

6 hours ago
নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

6 hours ago
বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

7 hours ago
নীচভঙ্গ ৰাজযোগৰ সৈতে ধন যোগো, আগন্তুক সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

নীচভঙ্গ ৰাজযোগৰ সৈতে ধন যোগো, আগন্তুক সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

7 hours ago
মাহিলী ১০ হাজাৰ টকাৰ SIP কৰিছে? ২০ লাখ টকা জমা কৰিবলৈ কিমান সময় লাগিব?

মাহিলী ১০ হাজাৰ টকাৰ SIP কৰিছে? ২০ লাখ টকা জমা কৰিবলৈ কিমান সময় লাগিব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এক অতিকে কৰুণ ঘটনাই জোকাৰি গ’ল ঢকুৱাখনা, একেলগে প্ৰাণ হেৰুৱালে তিনি ১০ বছৰীয়া শিশুৱে

editor by editor
July 21, 2024
in অসম, উত্তৰ-পূব
0
এক অতিকে কৰুণ ঘটনাই জোকাৰি গ’ল ঢকুৱাখনা, একেলগে প্ৰাণ হেৰুৱালে তিনি ১০ বছৰীয়া শিশুৱে
0
SHARES
435
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক অতিকে কৰুণ ঘটনাই জোকাৰি গ’ল ঢকুৱাখনা, একেলগে প্ৰাণ হেৰুৱালে তিনি ১০ বছৰীয়া শিশুৱে

এক নিঃকৰুণ তথা অতিকে কৰুণ ঘটনাই ২১ জুলাই দেওবাৰে শোকাচ্ছন্ন কৰি তোলে ঢকুৱাখনা। ঢকুৱাখনা মহকুমাৰ সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত চেনিমাৰী গাঁৱৰ তিনিটি নিৰ্বোধ শিশুৰ দেওবাৰে বিয়লি সলিল সমাধি ঘটে।

ঘটনাৰ বিবৰণী মতে সোনাৰী চাপৰিৰ চেনিমাৰী গাঁৱৰ পবিত্ৰ নাথ, অমিতেশ্বৰ চুতীয়া আৰু গোগামুখৰ চেলাজান গাঁৱৰ নন্দ নাথৰ প্ৰায় ১০ বছৰীয়া তিনি পুত্ৰ ক্ৰমে- বিশাল নাথ , জিন্টু চুতীয়া আৰু সমীৰণ নাথে গ্ৰীষ্ম বন্ধৰ বাবে একত্ৰিত হৈ পবিত্ৰ নাথৰ ঘৰৰ দাঁতিত থকা এটা পুখুৰীত নামি গা ধুই আছিল।

সেই সময়তে তিনিওটি কিশোৰ পানীত ডুব যায়। বহু সময়লৈ ঘৰলৈ নহাত আত্মীয়ই চাবলৈ গৈ তিনিওকে পুখুৰীত পৰি থকা দেখি ক্ষীপ্ৰতাৰে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে। কিন্তু চিকিৎসকে তিনিও কিশোৰকে মৃত ঘোষণা কৰে।

লগে লগে চিকিৎসালয় চৌহদত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়, আত্মীয়ৰ কান্দোনে শোকাচ্ছন্ন কৰি তোলে পৰিৱেশ। চিকিৎসালয়ত ঢকুৱাখনা সদৰ থানাৰ অচি কুলদ্বীপ গগৈ উপস্থিত হৈ মৃত কিশোৰ কেইটাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।

উল্লেখ্য যে, গ্ৰীষ্মৰ বন্ধ বুলি গোগামুখৰ পৰা আত্মীয়ৰ ঘৰলৈ বুলি ফুৰিবলৈ আহি অকাল মৃত্যুক সাৱটি লোৱা সমীৰণ নাথৰ লগতে চেনিমাৰী গাঁৱৰ দুটি শিশুৰ অকাল বিয়োগত সমগ্ৰ ঢকুৱাখনাত শোকৰ ছাঁ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 3 child DiedassamDhokuakhanaDhokuakhana Police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য
অসম

ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

April 25, 2026
স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড
অসম

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

April 24, 2026
৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?
অসম

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

April 20, 2026
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!
অসম

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

April 20, 2026
Next Post
জয় শ্বাহৰ ডাঙৰ ঘোষণা, বিচিচিআইয়ে অলিম্পিক খেলুৱৈৰ বাবে মুকলি কৰিলে বৃহৎ পৰিমাণৰ ধন

জয় শ্বাহৰ ডাঙৰ ঘোষণা, বিচিচিআইয়ে অলিম্পিক খেলুৱৈৰ বাবে মুকলি কৰিলে বৃহৎ পৰিমাণৰ ধন

নিতৌ এগিলাছ এলোভেৰা জুছ সেৱন কৰক, চিৰ যৌৱনা হৈ থাকক

নিতৌ এগিলাছ এলোভেৰা জুছ সেৱন কৰক, চিৰ যৌৱনা হৈ থাকক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.