• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোবাইল ফোনৰ বাবে আপুনি হৈ পৰিছে বয়সতকৈ আগতেই বৃদ্ধ! জানক কেনেকৈ?

মোবাইল ফোনৰ বাবে আপুনি হৈ পৰিছে বয়সতকৈ আগতেই বৃদ্ধ! জানক কেনেকৈ?

4 years ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

30 minutes ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

46 minutes ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

1 hour ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

2 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

3 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

4 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

4 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

5 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

5 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

6 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

7 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মোবাইল ফোনৰ বাবে আপুনি হৈ পৰিছে বয়সতকৈ আগতেই বৃদ্ধ! জানক কেনেকৈ?

editor by editor
June 6, 2022
in বিবিধ
0
মোবাইল ফোনৰ বাবে আপুনি হৈ পৰিছে বয়সতকৈ আগতেই বৃদ্ধ! জানক কেনেকৈ?
0
SHARES
223
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাম্প্ৰতিক সময়ত, মোবাইল ফোন, লেপটপ আৰু অন্যান্য ইলেক্ট্ৰনিক গেজেট আমাৰ জীৱনৰ এক অৱিছিন্ন অংশ হৈ পৰিছে।

এইটো সম্পূৰ্ণৰূপে সঁচা যে এই গেজেটবোৰৰ সহায়ত জীৱন সহজ হৈ পৰিছে, কিন্তু এইখিনিতে উল্লেখ কৰিব লাগিব যে প্ৰতিটো মুদ্ৰাৰ দুটাকৈ পিঠি তথা দিশ থাকে।

জীৱনৰ আন এটা দিশ যি গেজেটৰ সৈতে সহজ হৈ পৰিছে আন এটা দিশত কিন্তু এই গেজেট সমূহে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে ।

 

লগতে পঢ়ক বিজেপিৰ নেতাৰ অদ্ভূত মন্তব্য, ‘গাঁৱৰ শৌচালয়লৈ যোৱাৰ সময়তহে ধৰ্ষণ হয়!’

এই গেজেটসমূহৰ পৰা ওলোৱা নীলা পোহৰে আমাৰ স্বাস্থ্যৰ বিস্তৰ ক্ষতি সাধন কৰে। এক গৱেষণাত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ ম’বাইলৰ পৰা নিৰ্গত নীলা পোহৰে আমাৰ ছালক বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত কৰে।

মোবাইল, লেপটপ আৰু ইলেক্ট্ৰনিক গেজেটৰ স্ক্ৰীণৰ পৰা ওলাই অহা নীলা ৰশ্মিয়ে আমাৰ ছালত বহুতো সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই ৰশ্মিৰ ফলতেই সময়তকৈ আগতে মুখত বয়সৰ ছাপ, টেনিং, ডাৰ্ক স্পট, ডাৰ্ক চার্কেল আদি বিভিন্ন সমস্যাই গা কৰি উঠে।

ম’বাইলৰ নীলা ৰশ্মি আমাৰ ছালৰ ছিদ্ৰৰ মাজেৰে গভীৰলৈ যায়, যাৰ ফলত ছালত খজুৱতি, শুষ্কতা আৰু টেনিঙৰ সমস্যা আৰম্ভ হয়। অত্যাধিক ফোন ব্যৱহাৰ কৰিলে ছাল গাঢ় হৈ পৰাৰো আছে সম্ভাৱনা।

 

লগতে পঢ়ক চুলিৰ যতন : ঘৰুৱা উপায়েৰে কেনেকৈ চুলিৰ ৰং কৰিব?

এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ সম্পন্ন কৰক কেইটামান বিশেষ কাম —

  • অধিক পানী সেৱন কৰক৷
  • মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ যত্ন লওঁক৷
  • সময়ে সময়ে মুখত পানী ছটিয়াই থাকক৷

 

লগতে পঢ়ক পংকজ ত্ৰিপাঠী জীয়ৰীৰ নাম কি? আহক জানো পংকজ ত্ৰিপাঠীৰ কন্যাৰ বিষয়ে

  •   ঘৰত এছ.পি.এফ.-ৰ সৈতে ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰক৷
  • শুই থাকোঁতে ম’বাইল আঁতৰাই ৰাখক৷
  • মোবাইলত Night Mode অ’ন কৰি ৰাখক৷
  • মোবাইলৰ Brightness কমাই ৰাখক৷
  • অন্ধকাৰত বেছি সময় মোবাইল ফোন ব্যৱহাৰ নকৰিব৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স
বিশ্ব

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

October 18, 2026
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু
বিশ্ব

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

October 18, 2026
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ
জীৱনশৈলী

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

October 18, 2026
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!
প্ৰযুক্তি

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

October 18, 2026
Next Post
মুছৱেলাৰ দৰ্শাই হ’ব ছলমানৰ! কোনে দিলে ছলমান খানক হত্যাৰ ভাবুকি?

মুছৱেলাৰ দৰ্শাই হ’ব ছলমানৰ! কোনে দিলে ছলমান খানক হত্যাৰ ভাবুকি?

সংগীয়ে আপোনাক তেওঁৰ প্ৰয়োজনৰ বাবে ব্যৱহাৰ কৰিছে নেকি? কেনেকৈ জানিব?

সংগীয়ে আপোনাক তেওঁৰ প্ৰয়োজনৰ বাবে ব্যৱহাৰ কৰিছে নেকি? কেনেকৈ জানিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.