• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুছৱেলাৰ দৰ্শাই হ’ব ছলমানৰ! কোনে দিলে ছলমান খানক হত্যাৰ ভাবুকি?

মুছৱেলাৰ দৰ্শাই হ’ব ছলমানৰ! কোনে দিলে ছলমান খানক হত্যাৰ ভাবুকি?

4 years ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

2 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

2 hours ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

11 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

11 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

11 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

12 hours ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

12 hours ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

13 hours ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

13 hours ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

14 hours ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

15 hours ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মুছৱেলাৰ দৰ্শাই হ’ব ছলমানৰ! কোনে দিলে ছলমান খানক হত্যাৰ ভাবুকি?

editor by editor
June 6, 2022
in অপৰাধ, চিনেমা, ভাৰত
0
মুছৱেলাৰ দৰ্শাই হ’ব ছলমানৰ! কোনে দিলে ছলমান খানক হত্যাৰ ভাবুকি?
0
SHARES
88
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউদৰ ভাইজান তথা ছলমান খানক মৃত্যুৰ ভাবুকি দিয়া এখন পত্ৰ উদ্ধাৰ হোৱাৰ পিছতে মুম্বাইৰ লগতে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি হৈছে৷

ছলমান খান আৰু তেওঁৰ পিতৃ ছেলিম খানক মৃত্যুৰ ভাবুকি দিয়া পত্ৰখন ছেলিম খানে পুৱা জ’গিং কৰি দৈনিক বহা এখন বেঞ্চত লাভ কৰিছিল৷

পত্ৰখনত ছলমান খান আৰু ছেলিম খানৰ দশাও সিদ্ধু মুছৱেলাৰ দৰেই হ’ব বুলি কোৱা হৈছে৷ জি বি আৰু এল বি নামৰ দুই ব্যক্তিৰ নাম উল্লেখ থকা পত্ৰখনত হিন্দীত লিখা ‘ছেলিম খান আৰু ছলমান খান, অতি সোনকালে তোমালোকৰো মুছৱালাৰ দশাই হ’ব৷’

লগতে পঢ়ক শ্বেয়াৰ বজাৰত মাল্টিবেগাৰ ষ্টকৰ যাদু : এবছৰত ১০ হাজাৰ টকাত লাভ ৫.৩০ লাখ!

উল্লেখ্য যে যোৱা মাহত পাঞ্জাৱী গায়ক তথা কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাক দিন দুপৰতে ৰাজপথত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰিছিল৷ এই হত্যাকাণ্ডত তিহাৰ জে’লত কাৰাৰুদ্ধ গেংষ্টাৰ লৰেঞ্চ বিষ্ণই জড়িত থকা বুলি চৰ্চা চলি থকাৰ সময়তে কানাডাস্থিত গেংষ্টাৰ গোল্ডী ব্ৰাৰে এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰে৷

এই পত্ৰখন লাভ কৰাৰ লগে লগে মুম্বাই আৰক্ষীয়ে সতৰ্ক হোৱা পৰিলক্ষিত হৈছে৷ ইফালে পত্ৰখনত উল্লেখ থকা জি বি মানে গোল্ডী ব্ৰা আৰু এল বি মানে লৰেঞ্চ বিষ্ণই বুলিয়ে ধাৰণা কৰিছে আৰক্ষীয়ে৷

এই সন্দেহৰ ভিত্তিতে আৰক্ষীয়ে কাৰাৰুদ্ধ লৰেঞ্চ বিষ্ণইক ভাবুকি ভৰা পত্ৰখনৰ সন্দৰ্ভত সোধ পোচো আৰম্ভ কৰিছে বুলিও প্ৰকাশ কৰিছে৷ কিন্তু চিঠিখনৰ আঁৰত বিষ্ণই আছে নে কোনোবাই তেওঁৰ নাম ব্যৱহাৰ কৰি দুষ্টামি কৰিছে সেয়া জানিব পৰা হোৱা নাই।

লগতে পঢ়ক বিজেপিৰ নেতাৰ অদ্ভূত মন্তব্য, ‘গাঁৱৰ শৌচালয়লৈ যোৱাৰ সময়তহে ধৰ্ষণ হয়!’

ইফালে এই সংক্ৰান্তত মুম্বাইৰ আৰক্ষী আয়ুক্ত সঞ্জয় পাণ্ডেয়ে কয় যে ‘‘আমি এই ভাবুকিক গুৰুত্বসহকাৰে লৈ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছো। অভিনেতাগৰাকীৰ নিৰাপত্তাৰ সন্দৰ্ভত আমি ৰাজহুৱা মন্তব্য দিব নোৱাৰো।’’

ইফালে, ভাবুকি পত্ৰখন উদ্ধাৰ কৰাৰ পিছতে অভিনেতা ছলমান খানৰ নিৰাপত্তা শক্তিশালী কৰা হৈছে। তেওঁৰ বাসগৃহৰ বাহিৰত থকা চিচিটিভি ফুটেজো তীক্ষ্ণভাৱে আৰক্ষীয়ে নিৰীক্ষণ কৰি আছে। পত্ৰখনৰ সন্দৰ্ভত আৰক্ষীয়ে নিবজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে ২০১১ চনত ‘ৰেডি’ চিনেমাখনৰ শ্বুটিঙৰ সময়ত লৰেন্স বিষ্ণইয়ে ছলমান খানৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা কৰিছিল যদিও সেই প্ৰচেষ্টা ব্যৰ্থ হৈছিল। ইয়াৰ পিছতে অভিনেতাজনক আক্ৰমণ কৰাৰ দায়িত্ব অন্য এক গেংষ্টাৰ নৰেশ শ্বেট্টীক দিয়া হৈছিল।

লগতে পঢ়ক চুলিৰ যতন : ঘৰুৱা উপায়েৰে কেনেকৈ চুলিৰ ৰং কৰিব?

ইপিনে আন এজন গেংষ্টাৰ সম্পত নৰেশেও অভিনেতাজনক টাৰ্গেট কৰাৰ লক্ষ্যৰে মুম্বাইৰ বশী অঞ্চলত কিছু সময় কটাইছিল। আনকি গেংষ্টাৰ দুজনে ছলমান খানৰ বাসগৃহত সশস্ত্ৰ আক্ৰমণৰ পৰিকল্পনা চলাইছিল যদিও সেয়াও সফল হোৱা নাছিল।

ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে ছলমান খানৰ হত্যাৰ ষড়যন্ত্ৰৰ গোচৰত বশিৰ পৰা লৰেঞ্চ বিষ্ণইসহ গেঙৰ আন তিনিজন শ্বুটাৰক গ্ৰেপ্তাৰ কৰিছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 dbest news channel in assamBest news channel of assamBest News Portal in AssamGoldy BrarLawrence BishnoiSalman KhanSidhu Moose Wala
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা
অপৰাধ

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

September 14, 2026
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি
ভাৰত

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

September 14, 2026
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি
ভাৰত

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

September 14, 2026
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য
ভাৰত

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

September 14, 2026
Next Post
সংগীয়ে আপোনাক তেওঁৰ প্ৰয়োজনৰ বাবে ব্যৱহাৰ কৰিছে নেকি? কেনেকৈ জানিব?

সংগীয়ে আপোনাক তেওঁৰ প্ৰয়োজনৰ বাবে ব্যৱহাৰ কৰিছে নেকি? কেনেকৈ জানিব?

‘হতাশাত ভূগিছে ক্ৰিকেটৰ ভগৱানৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰ!’ চিন্তিত কপিল দেৱ!

‘হতাশাত ভূগিছে ক্ৰিকেটৰ ভগৱানৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰ!’ চিন্তিত কপিল দেৱ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.