• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘হতাশাত ভূগিছে ক্ৰিকেটৰ ভগৱানৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰ!’ চিন্তিত কপিল দেৱ!

‘হতাশাত ভূগিছে ক্ৰিকেটৰ ভগৱানৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰ!’ চিন্তিত কপিল দেৱ!

4 years ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

28 minutes ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

45 minutes ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

1 hour ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

2 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

3 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

4 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

4 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

5 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

5 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

6 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

7 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘হতাশাত ভূগিছে ক্ৰিকেটৰ ভগৱানৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰ!’ চিন্তিত কপিল দেৱ!

editor by editor
June 6, 2022
in ক্ৰীড়া, ভাৰত
0
‘হতাশাত ভূগিছে ক্ৰিকেটৰ ভগৱানৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰ!’ চিন্তিত কপিল দেৱ!
0
SHARES
246
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৰ্জুন টেণ্ডুলকাৰ, বিশ্বৰ ক্ৰিকেট প্ৰেমীসকলৰ কাৰণে উৎসুকৰ কাৰণ৷ কিয়নো অৰ্জুন হৈছে ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰৰ পুত্ৰ৷ মুম্বাই ইণ্ডিয়ানছৰ হৈ এখনো খেল নাপাই বহু অনুৰাগীক হতাশ কৰি তুলিছিল অৰ্জুনে৷

আই পি এলৰ মেগা নিলামত মুম্বাই ইণ্ডিয়ানছ-এ ৩০ লাখ টকাত ক্ৰয় কৰিছিল যদিও অনুৰাগীক হতাশ কৰিছিল অৰ্জুনে। হৃত্বিক শ্বকিনৰ পৰা কুমাৰ কাৰ্তিকেয়ালৈকে বেছিভাগ যুৱ ক্ৰিকেটাৰে অৰ্জুনক বাদ দি ফ্ৰেঞ্চাইজিক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পাইছিল। এমআই বলিং প্ৰশিক্ষক শ্বেন বণ্ডে অৰ্জুনে চলিত ছিজনত এখনো মেচ নেখেলাৰ সন্দৰ্ভত কয় যে ২২ বছৰীয়া যুৱকজনে এতিয়াও তেওঁৰ দক্ষতা আৰু উন্নত কৰিব লাগিব।

বিষয়টোৰ ওপৰত গুৰুত্ব দি ভাৰতৰ প্ৰাক্তন অধিনায়ক, কিংবদন্তি ক্ৰিকেটাৰ কপিল দেৱে কয় যে অৰ্জুনে তেওঁ বহন কৰা উপাধিৰ বাবে সদায় অলপ অতিৰিক্ত চাপ অনুভৱ কৰিব। মহান ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰে নিৰ্ধাৰণ কৰা ক্ৰিকেটৰ মানদণ্ড আধুনিক সময়ৰ কোনো বেটছমেনে স্পৰ্শ কৰাতো সহজ নহয়৷ গতিকে তেওঁৰ পুত্ৰক এৰি দিয়ক। লগতে কপিল দেৱে কয় যে অৰ্জুনক তেওঁৰ দেউতাকৰ সৈতে তুলনা কৰা উচিত নহয়। অৰ্জুনক  খেলিবলৈ অনুমতি দিয়া উচিত আৰু তেওঁ নিজেও অধিক খেল উপভোগ কৰিব লাগে।

লগতে পঢ়ক মুছৱেলাৰ দৰ্শাই হ’ব ছলমানৰ! কোনে দিলে ছলমান খানক হত্যাৰ ভাবুকি?

‘‘সকলোৱে তেওঁৰ বিষয়ে কিয় কথা পাতি আছে? কাৰণ তেওঁ শচীন তেণ্ডুলকাৰৰ পুত্ৰ। তেওঁক ক্ৰিকেট খেলিবলৈ দিয়ক আৰু শচীনৰ সৈতে তুলনা নকৰিব। টেণ্ডুলকাৰৰ নাম থকাৰ সুবিধা আৰু অসুবিধাও আছে। ডন ব্ৰেডমেনৰ পুত্ৰই তেওঁৰ নাম সলনি কৰিছিল। তেওঁ ব্ৰেডমেন উপাধিটো আঁতৰাই দিছিল কাৰণ সকলোৱে আশা কৰিছিল যে তেওঁ তেওঁৰ দেউতাকৰ দৰে বিশ্ব বিখ্যাত হ’ব৷’’ কপিল দেৱে কয়৷

যদিও তেওঁক প্ৰায়ে ভাৰতীয় ক্ৰিকেট দলৰ সৈতে নেট বলাৰ হিচাপে ব্যৱহাৰ কৰা হয় তথাপিও অৰ্জুনে টি-২০ মুম্বাই লীগত মুম্বাইৰ হৈ মাত্ৰ দুখন টি-২০ খেলতহে অংশগ্ৰহণ কৰিছে।

অনুৰাগীলৈ কপিল দেৱেৰ আহ্বান যে অৰ্জুনৰ ওপৰত হেঁচা নিদিব। তেওঁ এজন যুৱক। তেওঁৰ পিতৃ শচীন টেণ্ডুলকাৰ৷ গতিকে তেওঁক কিবা ক’বলৈ আমি কোন? কিন্তু মই এতিয়াও অৰ্জুনক এটা কথা ক’ব বিচাৰো— ‘‘যোৱা আৰু নিজকে উপভোগ কৰা একো প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। যদি তুমি তোমাৰ পিতৃৰ দৰে ৫০ শতাংশও হ’ব পাৰা… ইয়াতকৈ ভাল একো নাই। যেতিয়া টেণ্ডুলকাৰ নামটো আহে, আমাৰ প্ৰত্যাশা বৃদ্ধি পায় কিয়নো শচীন মহান, ক্ৰিকেট ভগৱান৷’’ এই মন্তব্য ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ কপিল দেৱৰ৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: arjun tendulkarasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamkapil dev
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম
বিনোদন

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

October 18, 2026
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ
অপৰাধ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

October 18, 2026
Next Post
নোটৰ পৰা মহাত্মা গান্ধীৰ ছবি সঁচাই আঁতৰিব নেকি? কি ক’লে আৰ বি আই-এ?

নোটৰ পৰা মহাত্মা গান্ধীৰ ছবি সঁচাই আঁতৰিব নেকি? কি ক’লে আৰ বি আই-এ?

প্ৰাক্তন পত্নীৰে ট্ৰাইলত বিজয়ী, ভাৰতীয় ৰেষ্টুৰেণ্টত ৪৮ লাখ টকাৰ বিজয় উৎসৱ!

প্ৰাক্তন পত্নীৰে ট্ৰাইলত বিজয়ী, ভাৰতীয় ৰেষ্টুৰেণ্টত ৪৮ লাখ টকাৰ বিজয় উৎসৱ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.